বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অ
অ(IPA:ɔ) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ প্ৰথম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'অ'ও এটি স্বৰধ্বনি, সেয়েহে 'অ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'অ'-ক এনেদৰে লিখা যায়।
-
আ
আ (IPA:a) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দ্বিতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'আ'ও এটি স্বৰধ্বনি, সেয়েহে 'আ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'আ'-ক এনেদৰে লিখা যায়।
-
আগ্ৰা
আগ্ৰা চহৰখনৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে বিন্দু বিন্দুকৈ বিস্তৃত অসংখ্য কীৰ্তিচিহ্ন। আগ্ৰাৰ বাবে আটাইতকৈ প্ৰাচীন উদ্ধৃতি পৌৰাণিক যুগৰ পৰা আহিছে, য’ত মহাকাব্য মহাভাৰতত আগ্ৰাক সংস্কৃতত ‘অগ্ৰৱণ’ অৰ্থাৎ স্বৰ্গ বুলি উল্লেখ কৰা হৈছে।
-
ই
ই অসমীয়া লিপিৰ স্বৰবৰ্ণৰ তৃতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ই'ও এটি স্বৰধ্বনি, সেয়েহে 'ই' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ই'-ক এনেদৰে লিখা যায়।
-
ঈ
ঈ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ চতুৰ্থ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঈ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঈ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঈ'-ক এনেদৰে লিখা যায়।
-
উ
উ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ পঞ্চম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'উ'ও এটি স্বৰধ্বনি, সেয়েহে 'উ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'উ'-ক এনেদৰে লিখা যায়।
-
ঊ
ঊ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ ষষ্ঠ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঊ'-ক এনেদৰে লিখা যায়।
-
ও
ও অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দশম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ও'ও এটি স্বৰধ্বনি, সেয়েহে 'ও' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ও'-ক এনেদৰে লিখা যায়।
-
ঔ
ঔ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ একাদশ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঔ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঔ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঔ এটা দ্বিস্বৰ, ঔ=অ+উ। ব্ৰেইল্ত 'ঔ'-ক এনেদৰে লিখা যায়।
-
ঋ
ঋ অসমীয়া স্বৰবৰ্ণমালাৰ সপ্তম আখৰ। 'ঋ'ৰ উচ্চাৰণ 'ৰি'ৰ দৰে। ব্ৰেইল্ত 'ঋ'-ক এনেদৰে লিখা যায়।
-
এ
এ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ অষ্টম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'এ'ও এটি স্বৰধ্বনি, সেয়েহে 'এ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'এ'-ক এনেদৰে লিখা যায়।
-
ঐ
ঐ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ নৱম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঐ এটা দ্বিস্বৰ, ঐ=অ+ই। ব্ৰেইল্ত 'ঐ'-ক এনেদৰে লিখা যায়।
-
কাৰ্বন ডাই অক্সাইড
কাৰ্বন ডাই অক্সাইড (ৰাসায়নিক সংকেত CO2) হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰায় ০.০৩৫ শতাংশ আগুৰি থকা (সাধাৰণ অৱস্থাত) এবিধ আম্লিক গেছ। এটা কাৰ্বন (C) পৰমাণু আৰু দুটা অক্সিজেন (O2) পৰমাণু লগ হৈ এই গেছ গঠন হয়। এই গেছ জীৱমণ্ডলৰ বাবে অতি প্ৰয়োজন।
-
এণ্ড্ৰইড
এণ্ড্ৰইড বা এণ্ড্ৰৈড (Android) হৈছে লীনাক্স ভিত্তিক সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত গুগলে ক্ৰয় কৰে। তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে।
-
প্ৰজনন
প্ৰজনন হৈছে কোনো জীৱৰ পৰা নতুন অপত্য সৃষ্টিৰ এক জৈৱিক প্ৰক্ৰিয়া। প্ৰজনন জীৱনৰ এটা সাধাৰণ বৈশিষ্ট; সকলো জীৱৰ অস্তিত্ব কেৱল প্ৰজননৰ বাবেই সম্ভৱ হৈছে। প্ৰজনন দুই প্ৰকাৰৰ: অযৌন আৰু যৌন। অযৌন প্ৰজননত, এটা জীৱই অন্য এটা জীৱৰ লগত কোনো সম্পৰ্ক নকৰাকৈয়ে অপত্য সৃষ্টি কৰে।
-
ভাদ
ভাদ অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। ভাদত ৩১ দিন থাকে। এই ভাদ মাহতেই দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ১ ভাদ হ'ল এই মাহৰ প্ৰথম দিন।
-
আদিবাসী
আদিবাসী হ'ল ভাৰতীয় উপমহাদেশৰ জনজাতি (tribe)-সকলৰ সম্মিলিত শব্দ, যিসকলক ভাৰতৰ থলুৱা লোক হিচাপে বিবেচনা কৰা হয়। পিছে ভাৰতে আনুষ্ঠানিক ভাবে জনজাতিসকলক খিলঞ্জীয়া লোক হিচাপে বিবেচনা নকৰে। আদিবাসী লোকসকল কোনো এক অঞ্চলত স্থায়ীভাবে বসবাস কৰে নতুবা যাযাবৰ জীৱন-যাপন কৰে।
-
কাতি
কাতি অসমীয়া বৰ্ষপঞ্জীৰ সপ্তম মাহ। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। কৃত্তিকা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম কাৰ্তিক বা কাতি হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। কাতি মাহত ৩০ দিন থাকে।
-
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 37, চমুকৈ NH 37) এটা ভাৰতৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ যিটোৱে অসম ৰাজ্যৰ বহুকেইখন জিলাৰ মাজেৰে অতিক্ৰম কৰিছে। পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৮০ কিলোমিটাৰ।
-
আহাৰ (মাহ)
আহাৰ অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয় মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। আহাৰত ৩১ দিন থাকে। ১আহাৰ হ'ল এই মাহৰ প্ৰথম দিন।
-
তাল
তাল বুলিলে তলৰ পৃষ্ঠাসমূহ বুজাব পাৰে: * তাল (বাদ্যযন্ত্ৰ) তাল (সংগীত) তাল (ফল)
-
ব্যাস (জ্যামিতি)
জ্যামিতিত বৃত্তৰ ব্যাস (Diameter) হ’ল এডাল কেন্দ্ৰগামী সৰলৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম জ্যা। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়।
-
মাৰ্চ
মাৰ্চ গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসাৰি বছৰৰ তৃতীয় মাহ। এই মাহত মুঠ ৩১ দিন থাকে।
-
সৰিয়হ
সৰিয়হ শব্দই কেইবাটাও অৰ্থ প্ৰকাশ কৰিব পাৰে: সৰিয়হ গছ, সৰিয়হ বীজ, সৰিয়হ তেল, আদি।
-
বিপৰীতকামিতা
বিপৰীতকামিতা (Heterosexuality) বুলিলে বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে বিপৰীতকামিতা বুলিলে মূলত বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়।
-
মাহ
মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।
-
অক্টোবৰ
অক্টোবৰ গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ দশম মাহ। এই মাহত মুঠ ৩১ দিন।
-
পুহ
পুহ অসমীয়া বৰ্ষপঞ্জীৰ নৱম মাহ। পুষ্যা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম পৌষ বা পুহ হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। পুহ মাহত ২৯ দিন থাকে। পুহ মাহত হেমন্ত ঋতুৰ সমাপ্তি হৈ শীত ঋতুৰ আৰম্ভ হয়।
-
নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অসমৰ দুটা যুগৰ দুজন কবিক একে নামেৰে জনা যায়৷ এজনক ককা নীলমণি ফুকন হিচাপে জনা যায় যদিও দ্ব্যৰ্থতা দূৰীকৰণৰ বাবে ইয়াত তলত দিয়াৰ দৰে সজাই তোলা হৈছে৷ # নীলমণি ফুকন (জেষ্ঠ): সাহিত্যিক, ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী৷ নীলমণি ফুকন (কনিষ্ঠ): কবি, সমালোচক, অধ্যাপক আৰু…
-
শাওণ
শাওণ অসমীয়া বৰ্ষপঞ্জীৰ চতুৰ্থ মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। শাওণত ৩২ দিন থাকে। ১শাওণ হ'ল এই মাহৰ প্ৰথম দিন।