অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বাৰুদ

বাৰুদ বা গানপাউদাৰ (Gunpowder) হৈছে ৰাসায়নিক বিস্ফোৰক। ইয়াক ছালফাৰ (S), এঙ্গাৰ (C) আৰু যখাৰ (পটাছিয়াম নাইট্ৰেট, KNO3)-ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ছালফাৰ আৰু এঙ্গাৰে ইন্ধন বা প্ৰজ্বালক হিচাপে কাম কৰে, আনহাতে যখাৰে জাৰক ৰূপে কাম কৰে।

হালনাগাদ: ২ জুন ২০২০ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

বাৰুদ বা গানপাউদাৰ (Gunpowder) হৈছে ৰাসায়নিক বিস্ফোৰক। ইয়াক ছালফাৰ (S), এঙ্গাৰ (C) আৰু যখাৰ (পটাছিয়াম নাইট্ৰেট, KNO3)-ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ছালফাৰ আৰু এঙ্গাৰে ইন্ধন বা প্ৰজ্বালক হিচাপে কাম কৰে, আনহাতে যখাৰে জাৰক ৰূপে কাম কৰে। ১২ বাৰুদৰ জ্বলনময়ী বৈশিষ্ট্য তথা জ্বলনৰ ফলত উৎপন্ন হোৱা তাপ আৰু গেছৰ পৰিমাণৰ বাবে ইয়াৰ ব্যাপক ব্যৱহাৰ আগ্নেয়াস্ত্ৰ, আৰ্টিলেৰি, ৰকেট তথা আতচবাজীত হয়; লগতে বিস্ফোৰক পদাৰ্থ হিচাপে খনন, কুৱেৰিং আৰু পথ নিৰ্মাণত ব্যৱহৃত হয়।

বাৰুদ নৱম শতিকাৰ চীনৰ 'চাৰটি মহান আৱিষ্কাৰ'-ৰ মাজৰ এটা ৰূপে বিবেচনা কৰা হয়। ১৩ শতিকাৰ শেষৰফাললৈ বাৰুদৰ ব্যৱহাৰ ইউৰেছিয়াৰ প্ৰায়ভাগ অংশতে বিয়পি পৰিছিল। ৩ আৰম্ভণিতে তাওবাদীসকলে ঔষধিয় উদ্দেশ্যেৰে তৈয়াৰ কৰা বাৰুদক প্ৰথম বাৰৰ বাবে যুদ্ধত ব্যৱহাৰ কৰা হয় প্ৰায় ৯০৪ খ্ৰীষ্টাব্দত। ৪

তুলনামূলকভাবে মন্থৰ গেলি যোৱা হাৰ আৰু ফলস্বৰূপে কম ব্ৰিচেন্স ক্ষমতাৰ বাবে বাৰুদক এক নিম্মখাপৰ বিস্ফোৰক হিচাপে শ্ৰেণীবদ্ধ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Agrawal 2010, পৃ. 69
  2. ↑ Cressy 2013
  3. ↑ Buchanan 2006, পৃ. 2
  4. ↑ Andrade 2016, পৃ. 31

সম্পৰ্কিত শ্ৰেণী

সামগ্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰুদ” প্ৰবন্ধৰ সংশোধন ২৩৪৫৮৫ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।