ফৰিং হৈছে কেলিফেৰা উপক্ৰমৰ অন্তৰ্গত পোক-পৰুৱাৰ এটা গোট। প্ৰায় ২৫ কোটি বছৰ আগৰ ট্ৰাইএছিক যুগৰ আৰম্ভণিৰ পৰাই চোবাই খোৱা তৃণভোজী পোক-পৰুৱাৰ সম্ভৱতঃ আটাইতকৈ প্ৰাচীন জীৱিত গোটটোৰ ভিতৰত এইবোৰ অন্যতম।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৰিং” প্ৰবন্ধৰ সংশোধন ৫৫৯১৯৯ (৩০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।