চতুৰ্ভুজ (quadrilateral) হৈছে চাৰিটা বাহু বিশিষ্ট সমতল ক্ষেত্ৰ।
ধৰণ
বৈশিষ্ট্য অনুসাৰে চতুৰ্ভুজক বিভিন্ন নামত নামত নামাংকৰন কৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যবোৰ হ’ল:-
ট্ৰেপিজিয়াম, সামান্তৰিক, ৰম্বাছ, আয়তক্ষেত্ৰ আৰু বৰ্গক্ষেত্ৰ।

শ্ৰেণীকৰন

বাহ্যিক সংযোগ
- Compendium Geometry Analytic Geometry of Quadrilaterals
- Quadrilaterals Formed by Perpendicular Bisectors, Projective Collinearity and Interactive Classification of Quadrilaterals from Cut-the-knot
- Definitions and examples of quadrilaterals and Definition and properties of tetragons from Mathopenref
- A (dynamic) Hierarchical Quadrilateral Tree at Dynamic Geometry Sketches
- An extended classification of quadrilaterals at Dynamic Math Learning Homepage
- Quadrilateral Venn Diagram Quadrilaterals expressed in the form of a Venn diagram, where the areas are also the shape of the quadrilateral they describe.
- The role and function of a hierarchical classification of quadrilaterals by Michael de Villiers
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চতুৰ্ভুজ” প্ৰবন্ধৰ সংশোধন ৩৮০৭৬৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।