ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শংকৰদেৱৰ ভাগৱত
শংকৰদেৱৰ ভাগৱত হৈছে শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ-ষষ্ঠদশ শতিকাত ৰচনা কৰা ভাগৱত পুৰাণৰ অসমীয়া অভিযোজন৷ যদিও ৰচনাখনৰ প্ৰধান অংশ শংকৰদেৱে ৰূপান্তৰিত কৰিছিল, তথাপিও সেই সময়ৰ আন কেইজনমান লেখকে বাকী অংশবোৰত অৰিহণা যোগাইছিল।
-
শয়ন মন্দিৰ
শয়ন মন্দিৰ বা নিদ্ৰা মন্দিৰ (Sleep temples) বা সপোন মন্দিৰ প্ৰাচীন কালৰ এটি চিকিৎসা পদ্ধতি আছিল, যাক কিছুমান লোকে প্ৰাচীন সম্মোহনৰ এটি উদাহৰণ বুলি গণ্য কৰে। প্ৰায় ৪০০০ বছৰৰ আগতে, ইমহোটেপৰ প্ৰভাৱত ই বিকশিত হৈছিল। ইমহোটেপ হেলিঅ'প'লিছত ৰ দেৱতাৰ উচ্চপদস্থ পুৰোহিত আৰু চান্সেলৰ আছিল।
-
শ্বাহমাৰান
শ্বাহমাৰান ভাৰত-ইৰাণ আৰু তুৰ্কী লোককথাৰ পৰা উৎপত্তি হোৱা এটা পৌৰাণিক জীৱ, যাৰ শৰীৰৰ আধা নাৰী আৰু আধা সাপৰ।
-
শ্বুজিয়ানা
শ্বুজিয়ানা (Šuzianna;𒀭𒋗𒍣𒀭𒈾 dŠu-zi-an-na) আছিল মেচ'পটেমিয়াৰ এগৰাকী দেৱী। মূলতঃ নিপ্পুৰত তেওঁক পূজা কৰা হৈছিল, য’ত তেওঁক এনলিলৰ গৌণ পত্নী হিচাপে গণ্য কৰা হৈছিল।
-
শ্বেখ শ্বেমচ
শ্বেখ শ্বেমচ বা মেলিক শ্বামচ আদ-দিন (Şêx Şems, Şêşims, Melek Şemsedîn) হৈছে য়াজিদীবাদত উপাসনা কৰা এগৰাকী পৱিত্ৰ সত্তা। তেওঁক সাতগৰাকী ঐশ্বৰিক সত্তাৰ ভিতৰত এজন বুলি গণ্য কৰা হয়, যাৰ ওপৰত ভগৱানে পৃথিৱীৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে।
-
শ্ৰী কাশী কৰৱট মন্দিৰ
কাশী কৰৱত মন্দিৰ - এইটো এটা সৰু আত্মহত্যা মন্দিৰ হয়। এইটো কাশীৰ প্ৰসিদ্ধ ব্লু লছীৰ দোকান আৰু কাশী বিশ্বনাথ মন্দিৰৰ পৰা কিছু মিটাৰ দূৰত অৱস্থিত আৰু ইয়াক এটা প্ৰাচীন শিৱ মন্দিৰ বোলা হয়। এইটো এটা সৰু মন্দিৰ আৰু মাত্ৰ স্থানীয় লোক সকলহে তালৈ যায়।
-
শ্ৰী লংকাৰ ধৰ্ম
শ্ৰী লংকাৰ ধৰ্ম শ্ৰীলংকা আনুষ্ঠানিকভাৱে বৌদ্ধ দেশ যদিও শ্ৰীলংকা ৰ লোকসকলে বিভিন্ন ধৰ্ম পালন কৰে। ২০১২ চনৰ লোকপিয়ল অনুসৰি শ্ৰীলংকাৰ ৭০.২% বৌদ্ধ, ১২.৬% হিন্দু, ৯.৭% মুছলমান (মূলতঃ চুন্নী), আৰু ৭.৪% খ্ৰীষ্টান (বেছিভাগেই কেথলিক)।
-
শ্ৰীআংগুলিমাল মহাস্তুপ
শ্ৰীআংগুলিমাল মহা স্তুপ এটা ধ্বংসপ্ৰায় স্তুপ, য'ত ভগৱান বুদ্ধৰ আঠটা ধ্বংসাৱশেষ আৰু ব’ৱাট্টা অঞ্চলৰ চিলাওত অৱস্থিত আংগুলিমাল মহাৰাহাথ থেৰাৰ ১০০০টা ধ্বংসাৱশেষ আছে। সেই অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক আংগুলিমাল মহাৰাহাথ থেৰাৰ ধ্বংসাৱশেষ থকা স্তুপটোৱেই হৈছে শ্ৰীআংগুলিমাল মহা স্তুপ।
-
শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ
শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত বালিপৰাৰ বালিগাঁও নামৰ ঠাইত অৱস্থিত। এই সত্ৰখনক সাধাৰণতে "চিপহা সত্ৰ" বুলি ক'ব লাগিছিল। যদিও বিশেষ কাৰণত ইয়াৰ স্থাপিত ইতিহাসৰ বাবে এই সত্ৰখনৰ নাম শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ দিয়া হয়।
-
শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) মন্দিৰ
শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) মন্দিৰ গুৱাহাটী মহানগৰৰ পশ্চিম দিশৰ পাৰ্শ্বৱৰ্তী পাটগাঁওত অৱস্থিত৷ ১৯২০ চনত স্থাপন কৰা এই মন্দিৰত ৰাণী অঞ্চলৰ সজ্জনপাৰাৰ ৰজাদিনীয়া পৰম্পৰাৰে পূজা অৰ্চনা কৰা হয়৷ ৰাণীৰাজ্যৰ শেষ ৰজা পৰমানন্দ সিংহই “লাৰা পাহাৰ’’ত শ্ৰীশ্ৰীবুঢ়ী গোঁসানীৰ পূজা আৰম্ভ কৰিছিল আৰু…
-
শ্ৰুতায়ুধ
শ্ৰুতায়ুধ কলিংগ (ওড়িশা)ৰ এজন ক্ষত্ৰীয় ৰজা। তেওঁ বৰুণ আৰু নদী দেৱী পৰ্ণসাৰ পুত্ৰ।
-
শৰণ লোৱা (বৌদ্ধ ধৰ্ম)
বৌদ্ধ ধৰ্মত শৰণ বা শৰণ লোৱা এটি ধাৰ্মিক কাৰ্য, য'ত প্ৰায় এটি প্ৰাৰ্থনা গোৱা হয় অভ্যাসকালৰ আৰম্ভণিত। সূত্ৰযানত তিনি ৰত্নৰ ওচৰত শৰণ লোৱা হয়: বুদ্ধ, ধৰ্ম আৰু সংঘ। বজ্ৰযানত তিনি ৰত্ন আৰু তিনি গুড়িৰ ওচৰত শৰণ লোৱা হয়।শৰণ লোৱা হ'ল এই আকাংক্ষা যে ত্ৰিৰত্নক অন্তৰত স্থান দি জীৱন যাপন কৰা হ'ব।
-
ষষ্ঠী
ষষ্ঠী (সংস্কৃত: षष्ठी, বঙালী: ষষ্ঠী, হিন্দী: छठी) এগৰাকী হিন্দু দেৱী৷ নেপাল আৰু ভাৰতত এই দেৱীক শিশুৰ কল্যানকাৰী আৰু ৰক্ষক হিচাপে পূজা কৰা হয়। গছ-গছনি আৰু প্ৰজননৰ দেৱী তথা দেৱীয়ে সন্তান প্ৰদান কৰাৰ লগতে প্ৰসৱৰ সময়ত সহায় কৰে বুলি বিশ্বাস কৰা হয়।
-
ষ্টোইকবাদ
ষ্টোইকবাদ (Stōicismus,; Στωικισμός, ) হ'ল এক দাৰ্শনিক আন্দোলন আৰু জীৱন জীয়াই থকাৰ এক ব্যাৱহাৰিক নিৰ্দেশিকা, যিয়ে দৈনিক আত্ম-অনুশাসন আৰু নৈতিক উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উৎপত্তি প্ৰাচীন গ্ৰীচৰ হেল্লেনীয়া যুগত হৈছিল আৰু ৰোমীয়া সাম্ৰাজ্যৰ যুগত ই ব্যাপকভাৱে প্ৰসাৰিত হৈছিল।
-
ষ্ট্ৰিক্স (কিংবদন্তিমূলক জীৱ)
ষ্ট্ৰিক্স (ইংৰাজী: strix) এবিধ ৰোমান কিংবদন্তিমূলক জীৱ৷ ধ্ৰুপদী প্ৰাচীন কালৰ পৌৰাণিক কাহিনীত মতে এই জীৱটোৱে মানুহৰ মাংস আৰু তেজ খাই জীয়াই থাকে৷ ৰুগ্ন শগুণৰ পৰা ৰূপান্তৰিত হৈ এই জীৱটো সৃষ্টি হোৱা বুলি কোৱা হয়। ইয়াৰ দ্বাৰা ডাইনী আৰু লোককথাৰ আনুষংগিক কুৎসিত সত্তাকো বুজোৱা হৈছিল।
-
সত্ৰীয়া ওজাপালি
সত্ৰীয়া ওজাপালি বুলি ক'লে আমি সত্ৰসমূহত প্ৰচলিত ওজাপালিকে বুজো, এই ওজাপালিৰ উৎস ব্যাহ বা ব্যাস ওজাপালি | ব্যাস ওজাপালি ৰ যি সত্ৰীয়া সংস্কৰণ সেইয়াই হৈছে সত্ৰীয়া ওজাপালি,নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত শংকৰদেৱে এই ওজাপালিৰ সহায় লৈছিল,চৰিত পুথি সমূহত এই সন্দৰ্ভত উল্লেখ আছে | ব্যাসদেৱৰ বিষয়বস্তু…
-
সন্তদাস কাঠিয়াবাবা
সন্তদাস কাঠিয়াবাবা (১০ জুন ১৮৫৯ – ৮ নৱেম্বৰ ১৯৩৫) পূৰ্বশ্ৰম নাম তাৰাকিশোৰ চৌধুৰী ১৯ শতিকাৰ একজন বিশিষ্ট ভাৰতীয় বাঙালী যোগী, দাৰ্শনিক আৰু ধৰ্মগুৰু আৰু ১৯ শতিকাৰ বেদান্ত দ্বৈতবাদী ৰামদাস কাঠিয়াবাবাৰ প্ৰধান শিষ্য আছিল।
-
সন্তোষী মা
সন্তোষী মা (হিন্দী: संतोषी माता) হিন্দু ধৰ্মৰ এগৰাকী তুলনামূলকভাৱে নতুন দেৱী। সন্তোষী মাক সন্তোষৰ অধিষ্ঠাত্ৰী দেৱী বুলি অভিহিত কৰা হৈছে। বিশেষকৈ উত্তৰ ভাৰত আৰু নেপালৰ নাৰীসকলে সন্তোষী মাৰ পূজা কৰে।
-
সপোন (হিন্দু দৰ্শন অনুসৰি)
সপোন বা স্বপ্ন (সংস্কৃত: स्वप्न) হিন্দু দৰ্শন অনুসৰি চেতনাৰ এটা অৱস্থা। মানুহে টোপনিৰ মাজত সপোন দেখে। এই ধাৰণাটোৰ ভিতৰত ই বিশেষকৈ চেতনাৰ এনে অৱস্থাক বুজায় য'ত বাহ্যিক বিশ্বব্ৰহ্মাণ্ডক অনুভৱ কৰিব নোৱাৰা সপোন দেখাই দিনৰ স্মৃতিৰ কল্পনা আৰু সচেতন কাৰ্য্যকলাপ (বৃত্তি) প্ৰতিফলিত কৰা সপোনৰ জগতখনৰ…
-
সম্বৰণ
সম্বৰণ মহাভাৰতত এজন ৰজাৰ নাম। তেওঁ তাপ্তিৰ স্বামী আৰু কুৰুৰ পিতৃ আৰু ঋক্ষৰ পুত্ৰ।
-
সিদ্ধিধাত্ৰী
সিদ্ধিধাত্ৰী ( Siddhidhatri) বা সিদ্ধিদাত্ৰী হৈছে হিন্দু দেৱী মহাদেৱীৰ নৱদুৰ্গা (নটা ৰূপ) দিশৰ ভিতৰত নৱম আৰু অন্তিম ৰূপ। তেওঁৰ নামৰ অৰ্থ এনেধৰণৰ- সিদ্ধি মানে অলৌকিক শক্তি বা ধ্যান ক্ষমতা, আৰু ধাত্ৰী মানে দাতা বা দানকাৰী।
-
সুন্দৰীবাণী
ফ্ৰা ছুন্থাৰাৱানী, (যাক নাং ছুন্থাৰাৱানী বুলিও জনা যায়) হ'ল থাই বৌদ্ধ পৰম্পৰাৰ এগৰাকী দেৱী, যাক ধৰ্ম আৰু ত্ৰিপিটকৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। তেওঁক বিশেষকৈ ৱাট ছুথাথ থেপৱাৰাম ৰাচ্চাওৰামাহাৱিহানত পূজা কৰা হয়।
-
সুস্বানী মাতাজী
সুস্বাণী মাতাজী (ইংৰাজী: Suswani Mataji) ভাৰতৰ ৰাজস্থান ৰাজ্যত জনপ্ৰিয় এগৰাকী আঞ্চলিক হিন্দু আৰু জৈন দেৱী। তেওঁক সুসানী মাতা বা সুস্বাণী মাতা বুলিও কোৱা হয় তেওঁক দেৱী দুৰ্গাৰ অৱতাৰ হিচাপে গণ্য কৰা হয় আৰু বহুতো জৈন আৰু হিন্দু সম্প্ৰদায়ে তেওঁক পূজা কৰে।
-
সূৰ্যৱতী
সূৰ্যৱতী ( Surjabati) বদুলা পদ্ম আতাৰ বিবাহিতা অথচ স্বামী উপেক্ষিতা স্ত্ৰী৷ সূৰ্যৱতীৰ পিতৃ আছিল কায়স্থ কুলৰ সূৰ্য বাঢ়ৈ নামে এজন ব্যক্তি৷ পদ্ম আতাৰ মনৰ পৰা বৈৰাগ্যৰ ভাব আঁতৰাই সংসাৰৰ প্ৰতি ঢাল খুৱাবলৈ ককায়েক শংকৰে তেওঁৰ বিয়া পাতি দিছিল৷ পদ্ম আতাৰ পিতৃৰ নাম তিতা চোমদাৰ৷ তেওঁৰ দুজন পুত্ৰ আৰু এজনী…
-
সেৱা (ভাৰতীয় দৰ্শন)
হিন্দু আৰু শিখ ধৰ্মত সেৱা হৈছে নিস্বাৰ্থভাৱে কৰা কামৰ এক ধাৰণা যিটো সম্পন্ন কৰাৰ বাবে কোনো ফলাফল বা বঁটাৰ আশা নহয়। এনে সেৱা আন মানুহ বা সমাজৰ উপকাৰৰ বাবে সম্পাদন কৰিব পাৰি।
-
সোমলম্মা
সোমলম্মা, যাক সোমনলম্মা আৰু সোমনয়কি আম্মা বুলিও কোৱা হয়, এগৰাকী হিন্দু দেৱী (দেৱী) যিয়ে সোমক ৰক্ষা কৰে আৰু নিজৰ ভক্তসকলক সোম দি তেওঁলোকৰ স্বাস্থ্য আৰু মানসিক লক্ষণসমূহৰ পৰা উপশম দিয়ে।
-
সৌৰ মিথ
সৌৰ মিথ (ইংৰাজী: Solar myth) (লেটিন: solaris «সৌৰ») — সূৰ্যৰ পৌৰাণিকৰণ আৰু পৃথিৱীৰ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ; সাধাৰণতে ই চন্দ্ৰ মিথৰ সৈতে ওচৰকৈ জড়িত। ১৯ শতিকা আৰু ২০ শতিকাৰ আৰম্ভণিৰ নৃতাত্ত্বিকসকলৰ ধাৰণাৰ বিপৰীতে, "আদিম" তথা প্ৰাচীন ধৰ্মীয় আৰু পৌৰাণিক ব্যৱস্থাসমূহত বিশেষভাৱে সন্মানীয় "সূৰ্যৰ…
-
স্বইচ্ছা
স্বইচ্ছা (free will) হ'ল বিভিন্ন সম্ভাব্য ঘটনাৰ মাজৰ পৰা অবাধে কোনো বাহিৰা প্ৰভাৱ নোহোৱাকৈ যিকোনো এটিক নিৰ্বাচন কৰিব পৰা ক্ষমতা। ইয়াক স্বাধীন ইচ্ছা, নিজ ইচ্ছা, মুক্ত চিত্ত, স্বাধীন চিত, স্বাধীন মন, আপোন খুচি অথবা মুক্ত কৰ্মও বুলিব পাৰি।
-
সৰনা ধৰ্ম
সৰনাবাদ বা সৰনা ধৰ্ম ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰচলিত এক ধৰ্মীয় বিশ্বাস। এই বিশ্বাস ঝাৰখণ্ড, ছত্তীশগড় আৰু ওড়িশা ৰাজ্যৰ ছোটনাগপুৰ মালভূমি অঞ্চলৰ সৰনাত অৱস্থিত পবিত্ৰ গছৰ জোপাৰ পূজাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। স্থানীয় বিশ্বাস অনুযায়ী সৰনাত গ্ৰাম দেওতি বা গাঁৱৰ এক দেৱতাই বাস কৰে।
-
সৰমা (কিংবদন্তিমূলক জীৱ)
সৰমা (সংস্কৃত: सरमा, ৰোমানীকৃত: Saramā) হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত এটা কিংবদন্তিমূলক কুকুৰ৷ ইয়াত দেৱতাৰ মাইকী কুকুৰ বা দেৱ-শুনী (देव-शुनी) বুলিও কোৱা হয়।