ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হৃষিকেশ (বিষ্ণু)
হৃষিকেশ (সংস্কৃত:हृषीकेश) আক্ষৰিক অৰ্থ ইন্দ্ৰিয়ৰ প্ৰভু হিন্দু সংৰক্ষক দেৱতা বিষ্ণুৰ এটা উপনাম। বিষ্ণুৰ সহস্ৰনামত ই ৪৭ নং নাম। বিষ্ণু সহস্ৰনামৰ ওপৰত আদি শংকৰৰ টীকা অনুসৰি এই নামটোৰ কেইবাটাও অৰ্থ আছে: * ইন্দ্ৰিয়ৰ প্ৰভু। যাৰ নিয়ন্ত্ৰণত ইন্দ্ৰিয়বোৰ জীয়াই থাকে।
-
হেনাইঅ′চি
হেনাইঅ′চি (/hɛˈnaɪ.əkiː/; প্ৰাচীন গ্ৰীক: Ἡνιόχη; আক্ষৰিক অৰ্থ: "ৰথচালক") নামটোৱে গ্ৰীক পৌৰাণিক কাহিনীত বহুকেইগৰাকী নাৰী চৰিত্ৰক বুজাব পাৰে: হেনাইঅ′চি লেবাডিয়াৰ হীৰাৰ উপাধি।
-
হেলি (শ্ৰুতিকথা)
হেলি (প্ৰাচীন গ্ৰীক: Ἁλίη বা Ἁλία, ইংৰাজী: Halia বা Halie; আক্ষৰিক অৰ্থ: ′সাগৰত বাস কৰা' বা 'ব্ৰাইনি।'′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
হেলিমেড (শ্ৰুতিকথা)
হেলিমেড (প্ৰাচীন গ্ৰীক: Ἁλιμήδη, ইংৰাজী: Halimede বা Alimede; আক্ষৰিক অৰ্থ: ′মূল্যবান-মুকুট পিন্ধা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
হৰ্শা এন দেৱানী
হৰ্ষা এন দেৱনী (Harsha N. Devani,জন্ম ২৭ মাৰ্চ ১৯৫৮) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰক।
-
ৰণকাদেৱী
ৰণকাদেৱী দ্বাদশ শতিকাৰ পশ্চিম ভাৰতৰ সৌৰাষ্ট্ৰ অঞ্চলৰ চোডাসমা শাসক খেংগাৰাৰ এগৰাকী কিংবদন্তিমূলক ৰাণী। চোডাসমা ৰজা খেংগাৰা আৰু চৌলুক্য ৰজা জয়সিংহ সিদ্ধৰাজৰ যুদ্ধক প্ৰতিনিধিত্ব কৰা সাহিত্যত তেওঁৰ উল্লেখ আছে। কিন্তু এই কিংবদন্তি বিশ্বাসযোগ্য নহয়।
-
ৰামৰায়
ৰামৰায় আছিল দামোদৰদেৱৰ অন্যতম প্ৰধান শিষ্য লোচ সত্ৰৰ প্ৰতিষ্ঠাপক অৰ্জুনদেৱৰ শিষ্য। ৰামৰায়ৰ প্ৰকৃত নাম হৈছে জগতানন্দ। তেওঁ শংকৰদেৱৰ জ্ঞাতিভাই আছিল। ৰামৰায়ৰ কন্যা ভূৱনেশ্বৰী আই বা কমলপ্ৰিয়াক কোঁচ সেনাপতি চিলাৰায় বা শুক্লধ্বজলৈ বিয়া দিয়া হৈছিল।