ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দক্ষিণ শালমাৰা বিধানসভা সমষ্টি
দক্ষিণ শালমাৰা বিধানসভা সমষ্টি হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম ৷ শালমাৰাও ধুবুৰী লোকসভা সমষ্টিৰ অংশ ৷
-
নৈৰাজ্যবাদী সাম্যবাদ
নৈৰাজ্যবাদী সাম্যবাদ, মুক্ত সাম্যবাদ বা সাম্যবাদী নৈৰাজ্যবাদ নৈৰাজ্যবাদৰ এক সূত্ৰ যিয়ে ৰাজ্য, পুঞ্জিবাদ, দৰমহাভিত্তিক শ্ৰম আৰু ব্যক্তিগত সম্পদৰ বিপৰীতে উত্পাদনৰ আহিলাৰ ৰাজহুৱা মালিকানা, প্ৰত্যক্ষ গণতন্ত্ৰ আৰু স্বেচ্ছাসেৱী সংগঠন আৰু শ্ৰমিক সংসদৰ এক সমশক্তি প্ৰদানকাৰী ব্যৱস্থাৰ পোষকতা কৰে যি…
-
প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা হ'ল ভাৰতৰ দুখীয়া পৰিয়ালৰ মহিলাসমূহৰ মুখত হাঁহি অনাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ২০১৬ চনৰ ১ মে'ত আৰম্ভ কৰা এটা যোজনা। এই যোজনাৰ অধীনত দুখীয়া মহিলাবোৰক বিনামুলীয়াকৈ এল.পি.জি. সংযোগ যোগান ধৰা হয়।
-
বৰমা বিধানসভা সমষ্টি
বৰামা বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। বৰমা সমষ্টি নামনি অসমৰ বাক্সাৰ অন্তৰ্গত বৰমা সমষ্টি কোকৰাঝাৰলোকসভা সমষ্টিৰ অংশ।
-
ভাৰতৰ প্ৰশাসনিক বিভাগসমূহ
ভাৰতৰ প্ৰশাসনিক বিভাগসমূহ ভাৰতৰ উপৰাষ্ট্ৰীয় প্ৰশাসনিক একক; প্ৰশাসনিক বিভাগৰ এটা নেষ্টেড হাইৰাৰ্কিৰ দ্বাৰা গঠিত। ভাৰতীয় ৰাজ্য আৰু ভূখণ্ডসমূহে একে স্তৰৰ মহকুমাৰ বাবে সঘনাই বিভিন্ন স্থানীয় উপাধি ব্যৱহাৰ কৰে (যেনে, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ মণ্ডল উত্তৰ প্ৰদেশ আৰু অন্যান্য হিন্দীভাষী ৰাজ্যৰ তহচিলৰ…
-
ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ (অসম)
ভাৰতৰ অষ্টাদশ লোকসভাৰ ১৪ গৰাকী সদস্যক নিৰ্বাচিত কৰিবলৈ ২০২৪ চনৰ যোৱা ১৯ এপ্ৰিলৰ পৰা ৭ মে’লৈ অসমত ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ অনুষ্ঠিত কৰা হয়।
-
ভাৰতৰ সেনা অভিযানৰ তালিকা
ভাৰতৰ সেনা অভিযানৰ তালিকাত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ভাৰতীয় স্থলসেনা, ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌসেনাক সামৰি লোৱা ভাৰত গণৰাজ্যৰ সামগ্ৰিক একত্ৰিত সামৰিক বাহিনীৰ বিভিন্ন কাৰ্যকলাপ তালিকাভূক্ত কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সশস্ত্ৰ বাহিনীৰ প্ৰধান সেনাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
ভীমৰাও কেচৰকাৰ
ভীমৰাও কেচৰকাৰ (Bhimrao Kesarkar) এজন ভাৰতীয় পেৰালিম্পিক খেলুৱৈ। তেওঁ ১৯৮৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন এল৬ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।
-
মণিপুৰ উচ্চ ন্যায়ালয়
মণিপুৰ উচ্চ ন্যায়ালয় হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়। ভাৰতৰ সংবিধান আৰু উত্তৰ-পূব অঞ্চল (পুনৰ সংগঠন) আইন, ১৯৭১ত উপযুক্ত সংশোধন কৰি, ২০১৩ চনৰ ২৫ মাৰ্চত প্ৰতিষ্ঠা কৰা হয়।উচ্চ ন্যায়ালয়ৰ আসন মণিপুৰৰ ৰাজধানী ইম্ফলত। প্ৰথম মুখ্য ন্যায়াধীশ ন্যায়াধীশ অভয় মনোহৰ সপ্ৰে।
-
মুহিৰাম শইকীয়া
মুহিৰাম শইকীয়া (জন্ম ১৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ নগাওঁ লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ সদস্য হিচাপে ভাৰতৰ সংসদ নিম্ন সদন লোকসভালৈ ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
-
যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)
যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত) (Ministry of Communications and Information Technology (India)) ভাৰত চৰকাৰৰ মন্ত্ৰালয় আছিল। ইয়াক ২০১৬ চনৰ জুলাই মাহত "যোগাযোগ মন্ত্ৰালয়" আৰু "ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়"ত বিভক্ত কৰা হৈছিল।
-
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ Sonowal Kachari Autonomous Council)(SKAC), ভাৰতৰ স্বায়ত্তশাসিত জিলা পৰিষদ দ্বাৰা অসমত সোণোৱাল কছাৰী জনগোষ্ঠীৰ বাবে গঠন কৰা এখন স্বায়ত্তশাসিত পৰিষদ।
-
২০২০ দিল্লী বিধানসভা নিৰ্বাচন
২০২০ৰ দিল্লী বিধানসভা নিৰ্বাচন ৮ ফেব্ৰুৱাৰীৰ দিনা দিল্লী বিধানসভাৰ ৭০জন সদস্য নিৰ্বাচন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল৷ ভোটদানৰ হাৰ আছিল ৬২.৫৯%, যি হাৰ ২০১৫ৰ দিল্লী বিধানসভাৰ নিৰ্বাচনকৈ ৪.৮৮% কম আছিল, কিন্তু ২০১৯ৰ দিল্লীৰ লোকসভা নিৰ্বাচনতকৈ ২% বেছি আছিল৷ ২০১৫ত গঠন হোৱা বিধানসভাৰ কাৰ্যকাল ২০২০ৰ ২২…
-
অসম ভাৰতীয় জনতা পাৰ্টী
অসম ভাৰতীয় জনতা পাৰ্টী ( Asom Bharatiya Janata Party ) ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিভাজিত হৈ আতঁৰি গঠন হোৱা অসমৰ এটা ৰাজনৈতিক দল আছিল। অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক আৰু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত ২০০১ চনত এই দলটো গঠন হৈছিল।
-
অসমৰ মহকুমাসমূহৰ তালিকা
প্ৰশাসনৰ ফালৰ পৰা জিলা পৰ্যায়ৰ ঠিক পিছৰ পৰ্যায়টোক মহকুমা বুলি কোৱা হয়। ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন প্ৰশাসনিক সংস্কাৰৰ ফলত অসমৰ প্ৰশাসনিক গোট ক্ৰমে বৃদ্ধি হৈ আহিছে। প্ৰথমে অসমত মুঠ ৫৪টা মহকুমা আছিল। পিছত অসম চৰকাৰে ২০১৬ চনৰ ২৬ জানুৱাৰী তাৰিখে আৰু ২৫টা নতুন মহকুমা আৰু ৫খন নতুন জিলা গঠন কৰে।
-
অসমৰ ৰাজ্যিক প্ৰতীকসমূহ
অসম চৰকাৰৰ দ্বাৰা স্বীকৃতীপ্ৰাপ্ত চৰকাৰী প্ৰতীকসমূহ তলত উল্লেখ কৰা হ’ল:-
-
অসাম্প্ৰদায়িক
অ-সম্প্ৰদায়িক প্ৰতিষ্ঠান হ’ল ধৰ্মনিৰপেক্ষ প্ৰতিষ্ঠান বা অন্যান্য সংগঠন যিবোৰ কোনো বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ দ্বাৰা সমৰ্থিত বা বাধাপ্ৰাপ্ত নহয়। অসাম্প্ৰদায়িক বুলিলে কোনো বিশেষ সম্প্ৰদায়কো বুজোৱা হয় যিটো পক্ষপাতিত্বৰ পৰা মুক্ত; ধৰ্মীয় বিষয়ত নিৰপেক্ষ আৰু উদাৰবাদী।
-
আইদা টৌমা-চুলেইমান
আইদা টৌমা-চুলেইমান (Aida Touma-Suleiman, জন্ম: ১৬ জুলাই ১৯৬৪) এগৰাকী ইজৰাইলী আৰব সাংবাদিক আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা হাদাছৰ বাবে নেচেটৰ সদস্য হিচাপে তেওঁ কাম কৰি আহিছে।
-
আকাংক্ষা অসম
আকাংক্ষা অসম শিশুৰ অধিকাৰৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। ২০১৬ চনত পোন প্ৰথমে গুৱাহাটীৰ মিৰ্জাত কেইজনমান যুৱক-যুৱতীয়ে শিশুৰ অধিকাৰৰ বাবে কাম কৰিবলৈ স্থাপন কৰিছিল। শিশুসকলৰ লগত সংঘটিত বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৱে কাম কৰি আহিছে।
-
আছিয়েহ আমিনি
আছিয়েহ আমিনি (Asieh Amini; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৭৩) এগৰাকী ইৰাণী কবি আৰু সাংবাদিক৷ তেওঁ বৰ্তমান নৰৱেৰ ট্ৰণ্ডহাইমত বাস কৰে। ইৰাণত সাধাৰণতে মৃত্যুদণ্ডৰ বিৰুদ্ধে আৰু বিশেষভাৱে মহিলা আৰু নাবালকক শিলগুটিৰে আঘাত কৰাৰ বিৰুদ্ধে যুঁজ দিয়া তেওঁ এগৰাকী মহিলা অধিকাৰ কৰ্মী।
-
আজিজা শৌকৰী হুছেইন
আজিজা শৌকৰী হুছেইন, ইজিপ্তৰ এগৰাকী সমাজ কল্যাণ বিশেষজ্ঞ আৰু পৰিয়াল পৰিকল্পনাৰ আগশাৰীৰ সমৰ্থক আছিল। ইজিপ্তৰ নাৰীবাদী আন্দোলনত তেওঁ সক্ৰিয় আছিল। ১৯৬২ চনত তেওঁ ৰাষ্ট্ৰসংঘত ইজিপ্তক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় আৰু পোন্ধৰ বছৰ ধৰি ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগত কাৰ্যনিৰ্বাহ…
-
আটচেডেৱেইন টেক্লে
আটচেডেৱেইন টেক্লে (Atsedeweine Tekle) ৰিজিঅ’ ইথিঅ'পিয়াৰ এগৰাকী অধিবক্তা আৰু আইনবিদ যি দেশখনৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল৷ তেওঁ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় দুয়োটাতে কাৰ্যনিৰ্বাহ কৰিছিল।
-
আলডা বাণ্ডেইৰা
আলডা বাণ্ডেইৰা টাভাৰেছ ভাজ দা কনচেইচ (জন্ম ২২ ছেপ্টেম্বৰ, ১৯৪৯ চন) হৈছে চাও টমে আৰু প্ৰিন্সিপেৰ এগৰাকী ৰাজনীতিবিদ। ১৯৪৯ চনত চাও টমেৰ চাণ্টানাত জন্মগ্ৰহণ কৰিছিল বাণ্ডেইৰাই। তেওঁৰ পিতৃ এগৰাকী নাৰ্ছ আছিল।
-
উচ্ছেদ
উচ্ছেদ (Eviction) হৈছে অবৈধভাৱে বাস কৰা ব্যক্তি অথবা নিয়মমতে ভাড়া আদায় নিদিয়া ভাড়াতীয়াক আইনসংগতভাৱে মাটি বা ঘৰৰ পৰা জোৰকৈ বাহিৰ কৰি দিয়া কাৰ্য। কিছুমান ক্ষেত্ৰাধিকাৰত, বন্ধকীদাতা (প্ৰায়ে, বন্ধকী ধন পৰিশোধ কৰিব নোৱাৰা পূৰ্বৰ মালিকসকল)ৰ দ্বাৰা জব্দ কৰা চৌহদৰ পৰা ব্যক্তিসকলক আঁতৰোৱাও এনে…
-
ঋষিৰাজ হাজৰিকা
ঋষিৰাজ হাজৰিকা (জন্ম ১৯৯০) অসমৰ এগৰাকী ৰাজনীতিবিদ।তেওঁ অসম বিধানসভাৰ লখিমপুৰ জিলাৰ নবগঠিত ৰঙানদী বিধানসভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টি দল পৰা প্ৰতিনিধিত্ব কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।
-
কাম্পা বৰগয়াৰী
কাম্পা বৰগয়াৰী (कम्प बोर्गोयारि) বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ প্ৰাপ্তন উপ-মুখ্য কাৰ্যবাহী সদস্য। তেওঁ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল।
-
কাশীনাথ য়াদৱ
কাশীনাথ য়াদৱ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এজন ভাৰতীয় লোকগায়ক তথা ৰাজনীতিবিদ, যি আহিৰ জনগোষ্ঠীৰ জনগোষ্ঠীয় ভোজপুৰী লোকশৈলী বিৰাহা গোৱাৰ বাবে বিখ্যাত। তেওঁ সমাজবাদী পাৰ্টিৰ শাসনকালত উত্তৰ প্ৰদেশ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
-
কিশোৰী শক্তি যোজনা
কিশোৰী শক্তি যোজনা হৈছে (Adolescent Girl Empowerment Scheme)ভাৰতৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আৰম্ভ কৰা এক আঁচনি, যিখন উড়িশা চৰকাৰে সংহত শিশু উন্নয়ন সেৱা (আই চি ডি এছ) চৰকাৰী কাৰ্যসূচীৰ অধীনত ১১ৰ পৰা ১৮ বছৰ বয়সৰ নাবালক ছোৱালীৰ বাবে ৰূপায়ণ কৰে।
-
কৃষক বনুৱা পঞ্চায়ত
কৃষক বনুৱা পঞ্চায়ত (Assam Peasant and Labour Party) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক সংগঠন আছিল। এই সংগঠনটোৱে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (Revolutionary Communist Party of India)ৰ মুক্ত গণ সংগঠন হিচাপে কাৰ্যকলাপ চলাইছিল। ১৯৪০ চনৰ ২ মে' তাৰিখে গুৱাহাটীত হোৱা এক সমাৰোহত এই দলটো গঠিত হৈছিল।
-
ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন
ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন বা ক্ষমতা হস্তান্তৰ (Peaceful transition of power) হ’ল গণতান্ত্ৰিক চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নীতি; য’ত চৰকাৰৰ নেতৃত্বই শান্তিপূৰ্ণভাৱে চৰকাৰৰ নিয়ন্ত্ৰণ নৱনিৰ্বাচিত নেতৃত্বৰ হাতত অৰ্পণ কৰে।