অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

দক্ষিণ শালমাৰা বিধানসভা সমষ্টি

দক্ষিণ শালমাৰা বিধানসভা সমষ্টি হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম ৷ শালমাৰাও ধুবুৰী লোকসভা সমষ্টিৰ অংশ ৷

হালনাগাদ: ২৪ মে’ ২০২৩ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

দক্ষিণ শালমাৰা বিধানসভা সমষ্টি হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম ৷ শালমাৰাও ধুবুৰী লোকসভা সমষ্টিৰ অংশ ৷ ১ ২

বিধানসভাৰ সদস্যসকল

  1. ১৯৭৮: দেৱান জয়নাল আবেদিন, নিৰ্দলীয়
  2. ১৯৮৩: মহম্মদ বজলুল বাছিত, ভাৰতীয় জাতীয় কংগ্ৰেছ
  3. ১৯৮৫: দেৱান জয়নাল আবেদিন, নিৰ্দলীয়
  4. ১৯৯১: দেৱান জয়নাল আবেদিন, নিৰ্দলীয়
  5. ১৯৯৬: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
  6. ২০০১: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
  7. ২০০৬: বদৰুদ্দিন আজমল, অসম সংযুক্ত গণতান্ত্ৰিক মঞ্চ
  8. ২০০৯ (নিৰ্বাচনৰ দ্বাৰা): ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
  9. ২০১১: আব্দুৰ ৰেহমান আজমল, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক ফ্ৰণ্ট
  10. ২০১৬: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ
  11. ২০২১: ৱাজেদ আলী চৌধুৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্যসূত্ৰ

  1. ↑ [salmara-south.html ]
  2. ↑ Wazed Ali Choudhury · Assam Assembly Election Results Live, Candidates News, Videos, Photos. News18

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ শালমাৰা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৩৬৭০২৫ (২৪ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।