অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ Sonowal Kachari Autonomous Council)(SKAC), ভাৰতৰ স্বায়ত্তশাসিত জিলা পৰিষদ দ্বাৰা অসমত সোণোৱাল কছাৰী জনগোষ্ঠীৰ বাবে গঠন কৰা এখন স্বায়ত্তশাসিত পৰিষদ।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০২৫ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ Sonowal Kachari Autonomous Council)(SKAC), ভাৰতৰ স্বায়ত্তশাসিত জিলা পৰিষদ দ্বাৰা অসমত সোণোৱাল কছাৰী জনগোষ্ঠীৰ বাবে গঠন কৰা এখন স্বায়ত্তশাসিত পৰিষদ।১

ইতিহাস

২০০৫ চনত অসম ৰাজ্যিক কেবিনেট আইন অনুসৰি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আইন ২০০৫ আইনৰ যোগেদি এই পৰিষদ স্থাপন কৰা হয়।

পৰিষদ গাঁথনি

সাধাৰণ পৰিষদ(General Council) ৩০ (ত্ৰিশ) সদস্যৰে গঠিত যাৰ ভিতৰত ২৬(ছাব্বিশ)জন নিৰ্বাচিত সদস্য আৰু ৪ (চাৰি) সদস্যক অসম চৰকাৰে মনোনীত কৰে। এই ৪(চাৰি)জন মনোনীত পৰিষদ পৰিষদৰ এলেকাত সেই গোট/সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব দিব লাগে। যিবোৰ ইয়াত অন্যথা প্ৰতিনিধিত্ব কৰা হোৱা নাই। ২৬খন আসনৰ ভিতৰত ২০(বিছ)খন অনুসূচিত জনজাতিৰ বাবে আৰু ৫(পাঁচ)খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব আৰু ১ (এখন) আসন সাধাৰণ সম্প্ৰদায়ৰ বাবে সংৰক্ষিত হ’ব। কাৰ্যবাহী পৰিষদত মুখ্য কাৰ্যবাহী পৰিষদৰ নেতৃত্বত তেওঁৰ সৈতে আৰু ১২জন কাউন্সিলাৰ থাকিব।২

তথ্যসূত্ৰ

  1. ↑ Autonomous Councils. directorwptbc.assam.gov.in. Department of Welfare of Plain Tribes & Backward Classes, Government Of Assam
  2. ↑ New body of Sonowal Kachari Autonomous Council sworn in. The Sentinel, Assam

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪৭৭৪০১ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।