অ-সম্প্ৰদায়িক প্ৰতিষ্ঠান হ’ল ধৰ্মনিৰপেক্ষ প্ৰতিষ্ঠান বা অন্যান্য সংগঠন যিবোৰ কোনো বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ দ্বাৰা সমৰ্থিত বা বাধাপ্ৰাপ্ত নহয়।১ অসাম্প্ৰদায়িক বুলিলে কোনো বিশেষ সম্প্ৰদায়কো বুজোৱা হয় যিটো পক্ষপাতিত্বৰ পৰা মুক্ত; ধৰ্মীয় বিষয়ত নিৰপেক্ষ আৰু উদাৰবাদী।২
শিক্ষা প্ৰতিষ্ঠান
নিজকে অসাম্প্ৰদায়িক বুলি পৰিচয় দিয়া কিছুমান ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ উদাহৰণ হ’ল বেৰিয়াট কলেজ, ব্ৰেডলি বিশ্ববিদ্যালয়, বষ্টন বিশ্ববিদ্যালয়, ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়, মিছৌৰীৰ কলম্বিয়া কলেজ,কৰ্নেল বিশ্ববিদ্যালয়, ডেনিছন বিশ্ববিদ্যালয়, ফেয়াৰলি ডিকিনছন বিশ্ববিদ্যালয়, ফ্ৰেংকলিন আৰু মাৰ্শ্বেল কলেজ, জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়, হাৱাই পেচিফিক বিশ্ববিদ্যালয়, হিলছডেল কলেজ, হাফষ্ট্ৰা বিশ্ববিদ্যালয়, হাৱাৰ্ড বিশ্ববিদ্যালয়, ওনেচি গাকউইন বিশ্ববিদ্যালয়, লং আইলেণ্ড বিশ্ববিদ্যালয়, নেচনেল ইউনিভাৰ্চিটি, নিউয়ৰ্ক ইউনিভাৰ্চিটি, নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি, অহাইঅ' ৱেছলিয়ান ইউনিভাৰ্চিটি, অৰেগনৰ ৰিড কলেজ, ৱাশ্বিংটনৰ হুইটমেন কলেজ, ৰাইচ ইউনিভাৰ্চিটি, ৰিচমণ্ড বিশ্ববিদ্যালয় চাইৰাকিউজ বিশ্ববিদ্যালয়, টুলেন বিশ্ববিদ্যালয়, চিকাগো বিশ্ববিদ্যালয়, দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, টেনেচি বিশ্ববিদ্যালয়, ৱাশ্বিংটন চেণ্ট লুইছত বিশ্ববিদ্যালয় আৰু কেলিফৰ্ণিয়াৰ উডবেৰী বিশ্ববিদ্যালয় ইত্যাদি।
তথ্যসূত্ৰ
- ↑ Nonsectarian - Definition of nonsectarian by Merriam-Webster. merriam-webster.com
- ↑ Nonsectarian - definition of nonsectarian by The Free Dictionary. TheFreeDictionary.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসাম্প্ৰদায়িক” প্ৰবন্ধৰ সংশোধন ৩২৯১৫১ (২৮ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।