অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত) (Ministry of Communications and Information Technology (India)) ভাৰত চৰকাৰৰ মন্ত্ৰালয় আছিল। ইয়াক ২০১৬ চনৰ জুলাই মাহত "যোগাযোগ মন্ত্ৰালয়" আৰু "ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়"ত বিভক্ত কৰা হৈছিল।

হালনাগাদ: ৭ মে’ ২০২১ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত) (Ministry of Communications and Information Technology (India)) ভাৰত চৰকাৰৰ মন্ত্ৰালয় আছিল। ইয়াক ২০১৬ চনৰ জুলাই মাহত "যোগাযোগ মন্ত্ৰালয়" আৰু "ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়"ত বিভক্ত কৰা হৈছিল। ইয়াত তিনিটা বিভাগ আছিল যেনে "দূৰসংযোগ বিভাগ","ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগ" (DeitY, বৰ্তমান ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়) আৰু "ডাক বিভাগ।"

অসামৰিক সেৱা ("ভাৰতীয় দূৰসংযোগ সেৱা", "ভাৰতীয় ডাক সেৱা", "ভাৰতীয় ৰেডিঅ' নিয়ামক সেৱা","টেলিগ্ৰাফ ট্ৰেফিক সেৱা", "ভাৰতীয় ডাক আৰু টেলিগ্ৰাফ বিল্ডিং ৱৰ্কচ সেৱা আৰু টেলিগ্ৰাফ একাউণ্ট আৰু বিত্ত সেৱা" সহ নিম্নলিখিত নিয়ন্ত্ৰণ কৰ্তৃপক্ষ) সমূহ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ প্ৰশাসনৰ তত্ত্বাৱধানত আছে।

প্ৰাক্তন মন্ত্ৰীসকল

যোগাযোগ মন্ত্ৰালয়ৰ মন্ত্ৰীসকলৰ তালিকা তলত দিয়া হৈছে।১

নামকাৰ্যকালৰাজনৈতিক দলপ্ৰধানমন্ত্ৰী
ৰফি আহমেদ কিদৱাই১৫ আগষ্ট ১৯৪৭২ আগষ্ট ১৯৫১ভাৰতীয় জাতীয় কংগ্ৰেছজৱাহৰলাল নেহৰু
অমৃত কৌৰ২ আগষ্ট ১৯৫১১৩ মে’ ১৯৫২
জগজীৱন ৰাম১৩ মে’ ১৯৫২৭ ডিচেম্বৰ ১৯৫৬
ৰাজ বাহাদুৰ৭ ডিচেম্বৰ ১৯৫৬১৭ এপ্ৰিল ১৯৫৭
লাল বাহাদুৰ শাস্ত্ৰী১৭ এপ্ৰিল ১৯৫৭২৮ মাৰ্চ ১৯৫৮
এছ কে পাটিল২৯ মাৰ্চ ১৯৫৮২৪ আগষ্ট ১৯৫৯
জৱাহৰলাল নেহৰু২৫ আগষ্ট ১৯৫৯২ ছেপ্টেম্বৰ ১৯৫৯
পি চুব্বাৰায়ান২ ছেপ্টেম্বৰ ১৯৫৯৯ এপ্ৰিল ১৯৬২
জগজীৱন ৰাম১০ এপ্ৰিল ১৯৬৩৩১ আগষ্ট ১৯৬৩
অশোক কুমাৰ সেন১ ছেপ্টেম্বৰ ১৯৬৩১৩ জুন ১৯৬৪
লাল বাহাদুৰ শাস্ত্ৰী
সত্য নাৰায়ণ সিনহা১৩ জুন ১৯৬৪১২ মাৰ্চ ১৯৬৭
ইন্দিৰা গান্ধী
ৰাম সুভাগ সিং১৩ মাৰ্চ ১৯৬৭১৪ ফেব্ৰুৱাৰী ১৯৬৯
সত্য নাৰায়ণ সিনহা১৪ ফেব্ৰুৱাৰী ১৯৬৯৮ মাৰ্চ ১৯৭১
ইন্দিৰা গান্ধী৯ মাৰ্চ ১৯৭১১৭ মাৰ্চ ১৯৭১
শ্বেৰ সিং১৮ মাৰ্চ ১৯৭১২ মে’ ১৯৭১
হেমৱতী নন্দন বহুগুণা২ মে’ ১৯৭১৮ নৱেম্বৰ ১৯৭৩
ৰাজ বাহাদুৰ৮ নৱেম্বৰ ১৯৭৩১১ জানুৱাৰী ১৯৭৪
কচু ব্ৰহ্মানন্দ ৰেড্ডী১১ জানুৱাৰী ১৯৭৪১০ অক্টোবৰ ১৯৭৪
শংকৰ দয়াল শৰ্মা১০ অক্টোবৰ ১৯৭৪২৪ মাৰ্চ ১৯৭৭
মোৰাৰজী দেশাই২৪ মাৰ্চ ১৯৭৭২৬ মাৰ্চ ১৯৭৭জনতা পাৰ্টিমোৰাৰজী দেশাই
প্ৰকাশ সিং বাদল২৬ মাৰ্চ ১৯৭৭২৭ মাৰ্চ ১৯৭৭শিৰোমণি অকালি দল
জৰ্জ ফাৰ্ণাণ্ডেজ২৮ মাৰ্চ ১৯৭৭৬ জুলাই ১৯৭৭জনতা পাৰ্টি
ব্ৰিজ লাল বৰ্মা৬ জুলাই ১৯৭৭২৮ জুলাই ১৯৭৯
চৰণ সিং২৮ জুলাই ১৯৭৯৩০ জুলাই ১৯৭৯জনতা পাৰ্টি (চেকুলাৰ)চৰণ সিং
জুলফিকুয়াৰুল্লাহ (ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)৩০ জুলাই ১৯৭৯২৭ নৱেম্বৰ ১৯৭৯
চৰণ সিং২৭ নৱেম্বৰ ১৯৭৯৭ ডিচেম্বৰ ১৯৭৯
শ্যাম নন্দন মিশ্ৰ৭ ডিচেম্বৰ ১৯৭৯১৪ জানুৱাৰী ১৯৮০
ইন্দিৰা গান্ধী১৫ জানুৱাৰী ১৯৮০১৬ জানুৱাৰী ১৯৮০ভাৰতীয় জাতীয় কংগ্ৰেছইন্দিৰা গান্ধী
ভীষ্ম নাৰায়ণ সিং১৬ জানুৱাৰী ১৯৮০৩ মাৰ্চ ১৯৮০
চি.M ষ্টিফেন৩ মাৰ্চ ১৯৮০২ ছেপ্তেম্বৰ ১৯৮০
অনন্ত প্ৰসাদ শৰ্মা২ ছেপ্তেম্বৰ ১৯৮০১৪ ফেব্ৰুৱাৰী ১৯৮৩
ইন্দিৰা গান্ধী১৪ ফেব্ৰুৱাৰী ১৯৮৩৩১ অক্টোৱৰ ১৯৮৪
ৰাজীৱ গান্ধী৩১ অক্টোবৰ ১৯৮৪৮ নৱেম্বৰ ১৯৮৪ৰাজীৱ গান্ধী
ভি এন গাডগিল৮ নৱেম্বৰ ১৯৮৪৩১ ডিচেম্বৰ ১৯৮৪
ৰাম নিৱাস মিৰ্ধা (ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)৩১ ডিচেম্বৰ ১৯৮৪২২ অক্টোবৰ ১৯৮৬
অৰ্জুন সিং২২ অক্টোবৰ ১৯৮৬১৪ ফেব্ৰুৱাৰী ১৯৮৮
বসন্ত সাথে১৪ ফেব্ৰুৱাৰী ১৯৮৮২৫ জুন ১৯৮৮
বীৰ বাহাদুৰ সিং২৫ জুন ১৯৮৮৪ জুলাই ১৯৮৯
গিৰিধৰ গামাং (ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)৪ জুলাই ১৯৮৯২ ডিচেম্বৰ ১৯৮৯
ভি পি সিং২ ডিচেম্বৰ ১৯৮৯৬ ডিচেম্বৰ ১৯৮৯জনতা দল (নেচনেল ফ্ৰণ্ট)ভি পি সিং
কে.পি. উন্নিকৃষ্ণন৬ ডিচেম্বৰ ১৯৮৯২৩ এপ্ৰিল ১৯৯০কংগ্ৰেছ (চেকুলাৰ) (নেচনেল ফ্ৰণ্ট)
জনেশ্বৰ মিশ্ৰ২৩ এপ্ৰিল ১৯৯০৫ নৱেম্বৰ ১৯৯০জনতা দল (নেচনেল ফ্ৰণ্ট)
ভি পি সিং৫ নৱেম্বৰ ১৯৯০১০ নৱেম্বৰ ১৯৯০
চন্দ্ৰ শেখৰ১০ নৱেম্বৰ ১৯৯০২১ নৱেম্বৰ ১৯৯০সমাজবাদী জনতা পাৰ্টিচন্দ্ৰ শেখৰ
সঞ্জয় সিং (ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)২২ নৱেম্বৰ ১৯৯০২১ জুন ১৯৯১
ৰাজেশ পাইলট (ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)২১ জুন ১৯৯১১৭ জানুৱাৰী ১৯৯৩ভাৰতীয় জাতীয় কংগ্ৰেছপি ভি নৰসিংহ ৰাও
সুখ ৰাম (ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)১৭ জানুৱাৰী ১৯৯৩১৬ মে’ ১৯৯৩
অটল বিহাৰী বাজপেয়ী১৬ মে’ ১৯৯৩১ জুন ১৯৯৬ভাৰতীয় জনতা পাৰ্টিঅটল বিহাৰী বাজপেয়ী
বেণী প্ৰসাদ বাৰ্মা (ৰাজ্যিক মন্ত্ৰী হিচাপে, স্বতন্ত্ৰ মাচুল10 জুলাই 1996 লৈকে)১ জুন ১৯৯৬১৯ মাৰ্চ ১৯৯৮সমাজবাদী পাৰ্টি (ইউনাইটেড ফ্ৰণ্ট)এইচ ডি দেৱে গৌড়া আই কে গুজৰাল
অটল বিহাৰী বাজপেয়ী১৯ মাৰ্চ ১৯৯৮২১ মাৰ্চ ১৯৯৮ভাৰতীয় জনতা পাৰ্টি (নেচনেল ডেমক্ৰেটিক এলায়েন্)অটল বিহাৰী বাজপেয়ী
বুটা সিং২১ মাৰ্চ ১৯৯৮১৯ এপ্ৰিল ১৯৯৮স্বতন্ত্ৰ (নেচনেল ডেমক্ৰেটিক এলায়েন্)
অটল বিহাৰী বাজপেয়ী১৯ এপ্ৰিল ১৯৯৮২০ এপ্ৰিল ১৯৯৮ভাৰতীয় জনতা পাৰ্টি (নেচনেল ডেমক্ৰেটিক এলায়েন্)
সুষমা স্বৰাজ২০ এপ্ৰিল ১৯৯৮১১ অক্টোবৰ ১৯৯৮
অটল বিহাৰী বাজপেয়ী১১ অক্টোবৰ ১৯৯৮৬ ডিচেম্বৰ ১৯৯৮
জগমোহন৬ ডিচেম্বৰ ১৯৯৮৮ জুন ১৯৯৯
অটল বিহাৰী বাজপেয়ী৮ জুন ১৯৯৯১৩ অক্টোবৰ ১৯৯৯
ৰাম বিলাস পাছৱান১৩ অক্টোবৰ ১৯৯৯১ ছেপ্তেম্বৰ ২০০১জনতা দল (নেচনেল ডেমক্ৰেটিক এলায়েন্)
প্ৰমোদ মহাজন২ ছেপ্তেম্বৰ ২০০১২৮ জানুৱাৰী ২০০৩ভাৰতীয় জনতা পাৰ্টি (নেচনেল ডেমক্ৰেটিক এলায়েন্)
অৰুণ শৌৰী২৯ জানুৱাৰী ২০০৩২২ মে' ২০০৪
দয়ানিধি মৰাণ২৩ মে' ২০০৪১৫ মে' ২০০৭দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্)মনমোহন সিং
এ. ৰাজা১৬ মে' ২০০৭১৪ নৱেম্বৰ ২০১০
মনমোহন সিং১৫ নৱেম্বৰ ২০১০১৯ জানুৱাৰী ২০১১ভাৰতীয় জাতীয় কংগ্ৰেছ (ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্)
কপিল চিবাল১৯ জানুৱাৰী ২০১১২৬ মে' ২০১৪
ৰবি শংকৰ প্ৰসাদ২৬ মে' ২০১৪৫ জুলাই ২০১৬ভাৰতীয় জনতা পাৰ্টি (নেচনেল ডেমক্ৰেটিক এলায়েন্)নৰেন্দ্ৰ মোদী

তথ্যসূত্ৰ

  1. ↑ List of Ministers of Communications. Department of Telecommunications,Communication and Information Technology. Ministry of Communication and Information Technology/National Informatics Centre

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)” প্ৰবন্ধৰ সংশোধন ২৭৩৬৫৩ (৭ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।