অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কাম্পা বৰগয়াৰী

কাম্পা বৰগয়াৰী (कम्प बोर्गोयारि) বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ প্ৰাপ্তন উপ-মুখ্য কাৰ্যবাহী সদস্য। তেওঁ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৪ ৪২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

কাম্পা বৰগয়াৰী (कम्प बोर्गोयारि) বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ প্ৰাপ্তন উপ-মুখ্য কাৰ্যবাহী সদস্য।

তেওঁ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিকবড়ো জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাম্পা বৰগয়াৰী” প্ৰবন্ধৰ সংশোধন ৪০৪০৬৪ (৩১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।