অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসম ভাৰতীয় জনতা পাৰ্টী

অসম ভাৰতীয় জনতা পাৰ্টী ( Asom Bharatiya Janata Party ) ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিভাজিত হৈ আতঁৰি গঠন হোৱা অসমৰ এটা ৰাজনৈতিক দল আছিল। অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক আৰু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত ২০০১ চনত এই দলটো গঠন হৈছিল।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০১৯ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

অসম ভাৰতীয় জনতা পাৰ্টী ( Asom Bharatiya Janata Party ) ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিভাজিত হৈ আতঁৰি গঠন হোৱা অসমৰ এটা ৰাজনৈতিক দল আছিল। অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক আৰু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত ২০০১ চনত এই দলটো গঠন হৈছিল। ২০০১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ হৈতে হোৱা নিৰ্বাচনী মিত্ৰতাক বিৰোধিতা কৰি ভট্টাচাৰ্যৰ নেতৃত্বত দলটো গঠন হৈছিল।

অসম বিজেপি-য়ে ২০০১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও সফল হ'ব নোৱাৰিলে।

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ভাৰতীয় জনতা পাৰ্টী” প্ৰবন্ধৰ সংশোধন ২০৪১০৮ (১১ ছেপ্তেম্বৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।