অসম চৰকাৰৰ দ্বাৰা স্বীকৃতীপ্ৰাপ্ত চৰকাৰী প্ৰতীকসমূহ তলত উল্লেখ কৰা হ’ল:-
]]
| শ্ৰেণীসমূহ | অসমীয়া নাম | ইংৰাজী নাম | প্ৰতীক |
|---|---|---|---|
| জাতীয় সংগীত | অসমৰ জাতীয় গীত১২ | O my dearest country | |
| জাতীয় শ্লোগান | জয় আই অসম | Hail mother Assam | |
| ৰাজ্যিক মোহৰ | অসম চৰকাৰ | Government of Assam | |
| ৰাজ্যিক ভাষা | অসমীয়া | Assamese language | |
| ৰাজ্যিক সাহিত্য সভা | অসম সাহিত্য সভা | Asam Sahitya Sabha | |
| জাতীয় উৎসৱ | বিহু</blockquote>৩ | Bihu | |
| জাতীয় নৃত্য | বিহু নৃত্য | Bihu dance | |
| জাতীয় ফুল | কপৌ ফুল | Foxtail Orchids | |
| জাতীয় গছ | হোলোং৪ | Dipterocarpus macrocarpus | |
| জাতীয় জন্তু | এশিঙীয়া গঁড় | One-horned rhinoceros | |
| জাতীয় পক্ষী | দেওহাঁহ | White-winged Wood Duck | |
| জাতীয় ফল | কাজিনেমু | Kaji Nemu |
তথ্যসূত্ৰ
- ↑ Bezbaroa’s song is anthem of Assam (The Hindu). The Hindu
- ↑ Assam to adopt 'O Mur Apunar Dex'as state anthem. The Economic Times
- ↑ অসমৰ জাতীয় উৎসৱ - বিহুৰ বিষয়ে ৰচনা | Assamese Essay On Bihu
- ↑ State Trees and Flowers of India. flowersofindia.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ ৰাজ্যিক প্ৰতীকসমূহ” প্ৰবন্ধৰ সংশোধন ৬০০৮৭১ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।