অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মণিপুৰ উচ্চ ন্যায়ালয়

মণিপুৰ উচ্চ ন্যায়ালয় হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়। ভাৰতৰ সংবিধান আৰু উত্তৰ-পূব অঞ্চল (পুনৰ সংগঠন) আইন, ১৯৭১ত উপযুক্ত সংশোধন কৰি, ২০১৩ চনৰ ২৫ মাৰ্চত প্ৰতিষ্ঠা কৰা হয়।উচ্চ ন্যায়ালয়ৰ আসন মণিপুৰৰ ৰাজধানী ইম্ফলত। প্ৰথম মুখ্য ন্যায়াধীশ ন্যায়াধীশ অভয় মনোহৰ সপ্ৰে।

হালনাগাদ: ২৩ অক্টোবৰ ২০২৩ ৫২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মণিপুৰ উচ্চ ন্যায়ালয় হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়।১ ভাৰতৰ সংবিধান আৰু উত্তৰ-পূব অঞ্চল (পুনৰ সংগঠন) আইন, ১৯৭১ত উপযুক্ত সংশোধন কৰি, ২০১৩ চনৰ ২৫ মাৰ্চত প্ৰতিষ্ঠা কৰা হয়।উচ্চ ন্যায়ালয়ৰ আসন মণিপুৰৰ ৰাজধানী ইম্ফলত। প্ৰথম মুখ্য ন্যায়াধীশ ন্যায়াধীশ অভয় মনোহৰ সপ্ৰে। ইয়াৰ পূৰ্বে গৌহাটী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠৰ অধিকাৰ মণিপুৰ ৰাজ্যৰ ওপৰত আছিল।

তথ্যসূত্ৰ

  1. ↑ web.archive.org/web/20130421034623/http://articl

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিপুৰ উচ্চ ন্যায়ালয়” প্ৰবন্ধৰ সংশোধন ৩৮৮৫৪৯ (২৩ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।