অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নৈৰাজ্যবাদী সাম্যবাদ

নৈৰাজ্যবাদী সাম্যবাদ, মুক্ত সাম্যবাদ বা সাম্যবাদী নৈৰাজ্যবাদ নৈৰাজ্যবাদৰ এক সূত্ৰ যিয়ে ৰাজ্য, পুঞ্জিবাদ, দৰমহাভিত্তিক শ্ৰম আৰু ব্যক্তিগত সম্পদৰ বিপৰীতে উত্পাদনৰ আহিলাৰ ৰাজহুৱা মালিকানা, প্ৰত্যক্ষ গণতন্ত্ৰ আৰু স্বেচ্ছাসেৱী সংগঠন আৰু শ্ৰমিক সংসদৰ এক সমশক্তি প্ৰদানকাৰী ব্যৱস্থাৰ পোষকতা কৰে যি…

হালনাগাদ: ৩১ অক্টোবৰ ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

নৈৰাজ্যবাদী সাম্যবাদ১, মুক্ত সাম্যবাদ বা সাম্যবাদী নৈৰাজ্যবাদ২৩ নৈৰাজ্যবাদৰ এক সূত্ৰ যিয়ে ৰাজ্য, পুঞ্জিবাদ, দৰমহাভিত্তিক শ্ৰম আৰু ব্যক্তিগত সম্পদৰ বিপৰীতে উত্পাদনৰ আহিলাৰ ৰাজহুৱা মালিকানা, প্ৰত্যক্ষ গণতন্ত্ৰ আৰু স্বেচ্ছাসেৱী সংগঠন আৰু শ্ৰমিক সংসদৰ এক সমশক্তি প্ৰদানকাৰী ব্যৱস্থাৰ পোষকতা কৰে যি "প্ৰত্যেকৰপৰা তেখেতৰ সামৰ্থ্য অনুসৰি, প্ৰত্যেকলৈ তেখেতৰ প্ৰয়োজন অনুসৰি"ৰ নীতি স্বীকাৰ কৰে।৪৫৬৭

ব্যক্তি আৰু সমাজ

নৈৰাজ্যবাদী সাম্যবাদৰ কিছু ৰূপ অতিকৈ ব্যক্তিবাদী, আৰু নৈৰাজ্যবাদী সাম্যবাদী ব্যৱস্থাক ব্যক্তিগত মুক্তিৰ বাবে শ্ৰেষ্ঠ ব্যৱস্থাৰ অন্যতম বুলি গণ্য কৰে।৮৯১০১১ আন কিছু ৰূপে আকৌ নৈৰাজ্যবাদী সাম্যবাদক ব্যক্তি আৰু সমাজৰ মাজৰ বিৰোধ লোপ কৰাৰ এক উপায় হিচাপে গণ্য কৰে।১২১৩১৪১৫১৬

নৈৰাজ্যবাদী সাম্যবাদৰ বিকাশ

নৈৰাজ্যবাদী সাম্যবাদ ফৰাচী বিপ্লৱৰ পাছৰেই ঊগ্ৰ সমাজবাদী ধাৰাৰপৰা বিকশিত হ'বলৈ ধৰিল যদিও,১৭ প্ৰথম আন্তৰ্জাতিকৰ ইটালীয় ভাগত ই ভালকৈ প্ৰকাশিত হ'ল।১৮ পিটাৰ ক্ৰপ্টকিনৰ সূত্ৰক গুৰুত্বপূৰ্ণ বিব্বেচনা কৰা হয়। বৰ্তমানলৈকে নৈৰাজ্যবাদী সাম্যবাদী ব্যৱস্থা স্পেনীয় বিপ্লৱৰ নৈৰাজ্যবাদী এলেকা১৯ আৰু ৰুছ বিপ্লৱৰ মুক্ত এলেকাত দেখা যায় বুলি ক'ব পৰা যায়।

তথ্যসূত্ৰ

  1. ↑ Bolloten, Burnett. (1991). The Spanish Civil War: revolution and counterrevolution. UNC Press Books. পৃ. 65. ISBN 978-0-8078-1906-7
  2. ↑ "The Schism Between Individualist and Communist Anarchism" by Wendy McElroy
  3. ↑ "Anarchist communism is also known as anarcho-communism, communist anarchism, or, sometimes, libertarian communism."
  4. ↑ Mayne, Alan James. (1999). From Politics Past to Politics Future: An Integrated Analysis of Current and Emergent Paradigms. Greenwood Publishing Group. ISBN 978-0-275-96151-0
  5. ↑ (January 2008). Anarchism for Know-It-Alls By Know-It-Alls For Know-It-Alls, For Know-It-Alls. Filiquarian Publishing, LLC. পৃ. 14. ISBN 978-1-59986-218-7
  6. ↑ Fabbri, Luigi
  7. ↑ Makhno, Mett, Arshinov, Valevski, Linski (Dielo Trouda)
  8. ↑ Christopher Gray, Leaving the Twentieth Century, p. 88
  9. ↑ "Towards the creative Nothing" by Renzo Novatore
  10. ↑ Post-left anarcho-communist Bob Black after analysing insurrectionary anarcho-communist Luigi Galleani's view on anarcho-communism went as far as saying that "communism is the final fulfillment of individualism
  11. ↑ "Modern Communists are more individualistic than Stirner
  12. ↑ "Communism is the one which guarantees the greatest amount of individual liberty — provided that the idea that begets the community be Liberty, Anarchy
  13. ↑ This other society will be libertarian communism, in which social solidarity and free individuality find their full expression, and in which these two ideas develop in perfect harmony
  14. ↑ "I see the dichotomies made between individualism and communism, individual revolt and class struggle, the struggle against human exploitation and the exploitation of nature as false dichotomies and feel that those who accept them are impoverishing their own critique and struggle.""
  15. ↑ L. Susan Brown, 'The Politics of Individualism,' Black Rose Books (2002)
  16. ↑ L. Susan Brown, Does Work Really Work?
  17. ↑ "Chapter 41: The “Anarchists”" in The Great French Revolution 1789-1793 by Peter Kropotkin
  18. ↑ Nunzio Pernicone, Italian Anarchism 1864–1892, pp. 111-113, AK Press 2009
  19. ↑ "This process of education and class organization, more than any single factor in Spain, produced the collectives

সম্পৰ্কিত শ্ৰেণী

ৰাজনৈতিক মতাদৰ্শসাম্যবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৈৰাজ্যবাদী সাম্যবাদ” প্ৰবন্ধৰ সংশোধন ৫৪৬৪১৪ (৩১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।