অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ভীমৰাও কেচৰকাৰ

ভীমৰাও কেচৰকাৰ (Bhimrao Kesarkar) এজন ভাৰতীয় পেৰালিম্পিক খেলুৱৈ। তেওঁ ১৯৮৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন এল৬ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২১ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ভীমৰাও কেচৰকাৰ (Bhimrao Kesarkar) এজন ভাৰতীয় পেৰালিম্পিক খেলুৱৈ। তেওঁ ১৯৮৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন এল৬ শ্ৰেণীত১ ৰূপৰ পদক অৰ্জন কৰিছিল। সেইবছৰৰ পেৰালিম্পিক সমাৰোহত কেচৰকাৰৰ ১টা পদক আৰু যোগিন্দৰ সিং বেদীৰ ৩টা পদকেৰে ভাৰতে মুঠ ৪টা পদক লাভ কৰিছিল২ আৰু ৫৪খন অংশগ্ৰহণকাৰী দেশৰ ভিতৰত ৩৭তম স্থানত আছিল।

তথ্যসূত্ৰ

  1. ↑ (September 3, 2016). Three women and 16 men from India are off to Rio. This time, it's for the Paralympics Games. Scroll.in
  2. ↑ Aug 23, PTI / Updated:; 2021; Ist, 12:54. India at Paralympics: Meet the past medallists

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভীমৰাও কেচৰকাৰ” প্ৰবন্ধৰ সংশোধন ২৯৩২৬০ (১ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।