অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কৃষক বনুৱা পঞ্চায়ত

কৃষক বনুৱা পঞ্চায়ত (Assam Peasant and Labour Party) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক সংগঠন আছিল। এই সংগঠনটোৱে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (Revolutionary Communist Party of India)ৰ মুক্ত গণ সংগঠন হিচাপে কাৰ্যকলাপ চলাইছিল। ১৯৪০ চনৰ ২ মে' তাৰিখে গুৱাহাটীত হোৱা এক সমাৰোহত এই দলটো গঠিত হৈছিল।

হালনাগাদ: ২০ জুলাই ২০১৭ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কৃষক বনুৱা পঞ্চায়ত (Assam Peasant and Labour Party) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক সংগঠন আছিল। এই সংগঠনটোৱে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (Revolutionary Communist Party of India)ৰ মুক্ত গণ সংগঠন হিচাপে কাৰ্যকলাপ চলাইছিল। ১৯৪০ চনৰ ২ মে' তাৰিখে গুৱাহাটীত হোৱা এক সমাৰোহত এই দলটো গঠিত হৈছিল। ১

তথ্যসূত্ৰ

  1. ↑ Sen Gupta, Susmita. Radical Politics in Meghalaya: Problems and Prospects. Delhi: Kalpaz Publications, 2009. p. 31

সম্পৰ্কিত শ্ৰেণী

ৰাজনৈতিক দলঅসমৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষক বনুৱা পঞ্চায়ত” প্ৰবন্ধৰ সংশোধন ১৬৯১৩৭ (২০ জুলাই ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।