ছিৰিয়াৰ নাৰী অধিকাৰ কৰ্মী
৬ প্ৰবন্ধ
-
আইছা আল-ডিবছ
আইছা আল-ডিবছ (Aisha al-Dibs) ছিৰিয়াৰ এগৰাকী নাগৰিক সমাজৰ কৰ্মী আৰু ছিৰিয়াৰ সংক্ৰমণকালীন চৰকাৰৰ ৰাজনৈতিক পৰিক্ৰমা প্ৰশাসনৰ মহিলা পৰিক্ৰমা কাৰ্যালয়ৰ মুৰব্বী৷ আছাদ শাসনৰ পতনৰ পিছত গঠন হোৱা নতুন ছিৰিয়া প্ৰশাসনত আনুষ্ঠানিক পদবী গ্ৰহণ কৰা তেওঁ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
-
আদিলা বায়হুম
আদিলা বাইহুম-আল-জাজাইৰী (Adila Bayhym (১৯০০–১৯৭৫)) এগৰাকী ছিৰিয়ান (মূলতঃ লেবাননী) নাৰীবাদী, স্বাধীনতা কৰ্মী আৰু দানশীল আছিল। তেওঁ ছিৰিয়াৰ মহিলা আন্দোলনৰ পথ প্ৰদৰ্শক আছিল, লগতে ফ্ৰান্সমুক্ত ছিৰিয়াৰ সমৰ্থক আছিল।
-
এলিছ কেণ্ডেলেফ্ট কচমা
এলিছ কেণ্ডেলেফ্ট কচমা (Alice Kandaleft Cosma; c. 1895 – c. 1965) এগৰাকী ছিৰিয়ান কূটনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী আছিল। ১৯৪৭ চনত ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগৰ প্ৰথম অধিবেশনৰ প্ৰতিনিধি হিচাপে তেওঁ স্বীকৃতি লাভ কৰে।
-
ছালমা কুজবাৰী
ছালমা কুজবাৰী (Salma al-Haffar Kuzbari) (১ মে’, ১৯২৩ – ১১ আগষ্ট, ২০০৬); ছিৰিয়াৰ এগৰাকী লেখক আৰু অনুবাদক আছিল। মহিলা অধিকাৰ কৰ্মী তথা লেখিকা মে জিয়াদেহ-সম্বন্ধীয় সাহিত্য সমালোচনা আৰু জীৱনীৰ লগতে স্পেইনৰ আন্দালুছিয়া অঞ্চলৰ বিষয়ে লিখা লেখাৰ বাবে তেওঁ পৰিচিত, বিশেষকৈ দ্য টু আইজ অৱ চেভিল নামৰ…
-
নাজিক আল আবিদ
নাজিক আল আবিদ (১৮৮৭–১৯৫৯) (Nazik al-Abid) "আৰবৰ জোয়ান অৱ আৰ্ক" নামেৰে পৰিচিত আছিল৷ তেওঁ এগৰাকী ছিৰিয়ান মহিলা অধিকাৰ কৰ্মী, জাতীয়তাবাদী আৰু ছিৰিয়াত অট্টোমান আৰু ফৰাচী ঔপনিৱেশিকতাবাদৰ সমালোচক।
-
মুজুন আলমেলেহান
মুজুন আলমেলেহান(Muzoon Almellehan; জন্ম ১৯৯৯) হৈছে যুক্তৰাজ্যত পুনৰ সংস্থাপিত হোৱা ছিৰিয়াৰ এগৰাকী সমাজকৰ্মী আৰু শৰণাৰ্থী। ছিৰিয়াৰ ছোৱালীক স্কুলত ৰখাৰ বাবে কৰা কামৰ বাবে তেওঁক জনা যায় আৰু তেওঁক "চিৰিয়াৰ মালালা" বুলি কোৱা হয়।