অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসমৰ মহকুমাসমূহৰ তালিকা

প্ৰশাসনৰ ফালৰ পৰা জিলা পৰ্যায়ৰ ঠিক পিছৰ পৰ্যায়টোক মহকুমা বুলি কোৱা হয়। ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন প্ৰশাসনিক সংস্কাৰৰ ফলত অসমৰ প্ৰশাসনিক গোট ক্ৰমে বৃদ্ধি হৈ আহিছে। প্ৰথমে অসমত মুঠ ৫৪টা মহকুমা আছিল। পিছত অসম চৰকাৰে ২০১৬ চনৰ ২৬ জানুৱাৰী তাৰিখে আৰু ২৫টা নতুন মহকুমা আৰু ৫খন নতুন জিলা গঠন কৰে।

হালনাগাদ: ৩০ জুলাই ২০২৬ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰশাসনৰ ফালৰ পৰা জিলা পৰ্যায়ৰ ঠিক পিছৰ পৰ্যায়টোক মহকুমা বুলি কোৱা হয়। ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন প্ৰশাসনিক সংস্কাৰৰ ফলত অসমৰ প্ৰশাসনিক গোট ক্ৰমে বৃদ্ধি হৈ আহিছে। প্ৰথমে অসমত মুঠ ৫৪টা মহকুমা আছিল। পিছত অসম চৰকাৰে ২০১৬ চনৰ ২৬ জানুৱাৰী তাৰিখে আৰু ২৫টা নতুন মহকুমা আৰু ৫খন নতুন জিলা গঠন কৰে।১২৩৪ বৰ্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা হল ৭৮ টা। মহকুমা সমূহক ৰাজহ সংগ্ৰহৰ অৰ্থে তহছিল আৰু মণ্ডলত ভাগ কৰা হয়। অসমৰ মুঠ তহছিলৰ সংখ্যা হল ১৫৫ টা।

অসমৰ মহকুমা সমূহৰ তালিকা

জিলাজিলাৰ সদৰমহকুমা
বাক্সা জিলামুছলপুৰমুছলপুৰ, শালবাৰী
বজালী জিলাপাঠশালাবজালী
বৰপেটা জিলাবৰপেটাবৰপেটা, কলগাছিয়া, সৰুক্ষেত্ৰী, সৰভোগ
বিশ্বনাথ জিলাবিশ্বনাথ চাৰিআলিবিশ্বনাথ চাৰিআলি, গহপুৰ
বঙাইগাঁও জিলাবঙাইগাঁওবঙাইগাঁও, মাণিকপুৰ, উত্তৰ শালমাৰা
কাছাৰ জিলাশিলচৰশিলচৰ, কাটিগড়া, লক্ষ্মীপুৰ, সোণাই
চৰাইদেউ জিলাসোণাৰিচৰাইদেউ
চিৰাং জিলাকাজলগাঁওকাজলগাঁও
দৰং জিলামঙলদৈমঙলদৈ
ধেমাজি জিলাধেমাজিধেমাজি, জোনাই
ধুবুৰী জিলাধুবুৰীধুবুৰী, বিলাসীপাৰা
ডিব্ৰুগড় জিলাডিব্ৰুগড়ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া
ডিমা হাছাও জিলাহাফলংহাফলং, দিয়ুংব্ৰ, মাইবং
গোৱালপাৰা জিলাগোৱালপাৰাগোৱালপাৰা, লক্ষ্মীপুৰ
গোলাঘাট জিলাগোলাঘাটগোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী
হাইলাকান্দি জিলাহাইলাকান্দিহাইলাকান্দি, কাঠলিচেৰা
হোজাই জিলাহোজাই জিলাহোজাই
যোৰহাট জিলাযোৰহাটযোৰহাট, তিতাবৰ
কামৰূপ জিলাঅমিনগাঁওকামৰূপ, আজাৰা, দক্ষিণ কামৰূপ, ৰঙিয়া
কামৰূপ মহানগৰ জিলাগুৱাহাটীগুৱাহাটী, চন্দ্ৰপুৰ, দিছপুৰ, সোণাপুৰ
পূব কাৰ্বি আংলং জিলাডিফুডিফু, বোকাজান, হাওড়াঘাট
পশ্চিম কাৰ্বি আংলং জিলাহামৰেণহামৰেণ
শ্ৰীভূমি জিলাকৰিমগঞ্জকৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ
কোকৰাঝাৰ জিলাকোকৰাঝাৰকোকৰাঝাৰ, গোঁসাইগাঁও, পৰ্বতযোৰা
লখিমপুৰ জিলাউত্তৰ লখিমপুৰউত্তৰ লখিমপুৰ, বিহপুৰীয়া নাৰায়ণপুৰ, ঢকুৱাখনা
মাজুলী জিলাগড়মূৰমাজুলী
মৰিগাঁও জিলামৰিগাঁও'মৰিগাঁও
নগাঁও জিলানগাঁওনগাঁও, কলিয়াবৰ
নলবাৰী জিলানলবাৰীনলবাৰী, মুকালমুৱা, টিহু
শিৱসাগৰ জিলাশিৱসাগৰশিৱসাগৰ, নাজিৰা
শোণিতপুৰ জিলাতেজপুৰশোণিতপুৰ, ঢেকীয়াজুলি
দক্ষিণ শালমাৰা-মানকাচৰ জিলাহাটশিঙিমাৰিহাটশিঙিমাৰি
তিনিচুকীয়া জিলাতিনিচুকীয়াতিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া
তামুলপুৰ জিলাতামুলপুৰ মহকুমাতামুলপুৰ
ওদালগুৰি জিলাওদালগুৰিওদালগুৰি, ভেৰগাঁও

টোকা

  • শিলচৰ পৌৰসভা গঠন, ১৯২২৫
  • ধুবুৰী পৌৰসভা গঠন, ১৮৮৩৬
  • ডিব্ৰুগড় পৌৰসভা গঠন, ১৮৭৩৭
  • গোৱালপাৰা পৌৰসভা গঠন, ১৮৭৫৮
  • গোলাঘাট পৌৰসভা গঠন, ১৯২০৯
  • যোৰহাট পৌৰসভা গঠন, ১৯০৯১০
  • গুৱাহাটী টাউন কমিটি গঠন, ১৮৫৩১১
  • গুৱাহাটী পৌৰসভা গঠন, ১৮৭৩ * গুৱাহাটী পৌৰনিগম গঠন, ১৯৭৪১২
  • নগাঁও পৌৰসভা গঠন, ১৮৯৩১৩
  • তেজপুৰ পৌৰসভা গঠন, ১৮৯৪১৪

তথ্যসূত্ৰ

  1. ↑ (26 January 2016). 2 New Districts and 24 Sub-divisions in Assam?, Eclectic North–east
  2. ↑ (26 January 2016). Assam CM announces creation of 2 New Districts and 24 Subdivisions, Voice of Greater Assam. Staff Reporter
  3. ↑ (15 August 2015). CM Tarun Gogoi announces 5 new districts in Assam on Independence Day, DNA. PTI – Gauhati'''
  4. ↑ (15 August 2015). Celebrations tempered with caution – Assam CM unwraps gift of new districts. The Telegraph, (Calcutta – Gauhati). Sumir Karmakar
  5. ↑ Silchar Municipal Board (Silchar Municipality) Assam – Silchar Karimganj Hailakandi
  6. ↑ Dhubri Municipal Board
  7. ↑ Dibrugarh Municipal Board
  8. ↑ Goalpara Municipal Board-About Us
  9. ↑ AGP lists civic poll candidates (Golaghat Municipal Board)
  10. ↑ Jorhat Municipal Board(JBM),Jorhat,Assam
  11. ↑ Saikia, Dr Jugal. (8 April 2016). Economics Of Informal Milk Producing Units In Assam. Notion Press
  12. ↑ History – GMC Portal
  13. ↑ Nagaon – History
  14. ↑ About Municipal Board – Tezpur

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰশাসন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ মহকুমাসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬২১৭৭৯ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।