অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন

ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন বা ক্ষমতা হস্তান্তৰ (Peaceful transition of power) হ’ল গণতান্ত্ৰিক চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নীতি; য’ত চৰকাৰৰ নেতৃত্বই শান্তিপূৰ্ণভাৱে চৰকাৰৰ নিয়ন্ত্ৰণ নৱনিৰ্বাচিত নেতৃত্বৰ হাতত অৰ্পণ কৰে।

হালনাগাদ: ১১ অক্টোবৰ ২০২৩ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন বা ক্ষমতা হস্তান্তৰ (Peaceful transition of power) হ’ল গণতান্ত্ৰিক চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নীতি; য’ত চৰকাৰৰ নেতৃত্বই শান্তিপূৰ্ণভাৱে চৰকাৰৰ নিয়ন্ত্ৰণ নৱনিৰ্বাচিত নেতৃত্বৰ হাতত অৰ্পণ কৰে। এই ক্ষমতা হস্তান্তৰ নিৰ্বাচনৰ পিছত বা ভিন্ন ধৰণৰ ৰাজনৈতিক শাসন ব্যৱস্থাৰ পৰিৱৰ্তনৰ সময়ত হ’ব পাৰে; উদাহৰণ স্বৰূপে ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত উত্থান ঘটা পোষ্ট কমিউনিষ্ট পিৰিয়দৰ কথা ক’ব পাৰি।১

তথ্যসূত্ৰ

  1. ↑ (26 November 2014). Peaceful transitions of power have been rare in modern states, but once the habit has been acquired it sticks. EUROPP

সম্পৰ্কিত শ্ৰেণী

নিৰ্বাচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন” প্ৰবন্ধৰ সংশোধন ৩৮৭০৮১ (১১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।