ভাৰতৰ অষ্টাদশ লোকসভাৰ ১৪ গৰাকী সদস্যক নিৰ্বাচিত কৰিবলৈ ২০২৪ চনৰ যোৱা ১৯ এপ্ৰিলৰ পৰা ৭ মে’লৈ অসমত ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ অনুষ্ঠিত কৰা হয়।১২
নিৰ্বাচনৰ সময়সূচী
| ভোটদানৰ কৰ্মসুচী | পৰ্যায় |
|---|
| I | II | III |
| নিৰ্বাচনী অধিসূচনাৰ তাৰিখ | ২০ মাৰ্চ | ২৮ মাৰ্চ | ১২ এপ্ৰিল |
| মনোনয়ন দাখিলৰ অন্তিম তাৰিখ | ২৭ মাৰ্চ | ৪ এপ্ৰিল | ১৯ এপ্ৰিল |
| মনোনয়ন পৰীক্ষণ | ২৮ মাৰ্চ | ৫ এপ্ৰিল | ২০ এপ্ৰিল |
| মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ | ৩০ মাৰ্চ | ৬ এপ্ৰিল | ২১ এপ্ৰিল |
| ভোটদানৰ তাৰিখ | ১৯ এপ্ৰিল | ২৬ এপ্ৰিল | ৭ মে’ |
| ভোট গণনাৰ তাৰিখ/ফলাফল | ৪ জুন ২০২৪ |
| সমষ্টিৰ সংখ্যা | ৫ | ৫ | ৪ |
দল আৰু মিত্ৰগোট
ছবি: 456legend · CC BY 4.0
অন্যান্য
| + স্বীকৃতিবিহীন দলসমূহ | দল | নেতা | চিহ্ন | প্ৰতিদ্বন্দ্বিতা কৰা আসন |
| Rowspan=2 | আন্তৰ্জাতিক ভোটাৰ পাৰ্টি | | | ৮ |
| ভাৰতীয় গণ পৰিষদ | | | ৬ |
| ভাৰতৰ সমাজবাদী একতা কেন্দ্ৰ | চন্দ্ৰলেখা দাস | | ৬ |
| গণ শক্তি দল | হীৰা শৰণীয়া | | ৪ |
| ৰাষ্ট্ৰীয় আলামা কাউন্সিল | | | ৪ |
| ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে) | | | ৪ |
| rowspan=3 | অসম জন মঞ্চ | | | ৩ |
| বহুজন মহা পাৰ্টি | | | ৩ |
| বঙালী নবীনৰাম সেনা | | | ২ |
| একম সন্তান ভাৰত দল | | | ২ |
| অটনমাছ ষ্টেট ডাইমণ্ড কমিটী | জযন্ত ৰংপি | | ১ |
| ভাৰতীয় জৱান কিষাণ পাৰ্টি | | | ১ |
| rowspan=3 | হিন্দু সমাজ পাৰ্টি | | | ১ |
| জয় প্ৰকাশ জনতা দল | | | ১ |
| দ্য নেচনেল ৰোড মেপ পাৰ্টি অৱ ইণ্ডিয়া | | | ১ |
| মুঠ | | ৪৭ |
|---|
প্ৰাৰ্থীসকল
ভোটাৰৰ পৰিসংখ্যা
পৰ্যায় অনুসৰি
| পৰ্যায় | নিৰ্বাচনৰ তাৰিখ | সমষ্টি | ভোটাদানৰ হাৰ (%) |
|---|
| প্ৰথম পৰ্যায় | ১৯ এপ্ৰিল ২০২৪ | কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট | ৭৮.২৫% |
| দ্বিতীয় পৰ্যায় | ২৬ এপ্ৰিল ২০২৪ | দৰং–ওদালগুৰি, ডিফু (ST), কৰিমগঞ্জ, শিলচৰ (SC), নগাঁও | ৮১.১৭% |
| তৃতীয় পৰ্যায় | ৭ মে’ ২০২৪ | কোকৰাঝাৰ (ST), ধুবুৰী, বৰপেটা, গুৱাহাটী | ৯৫.৪৫% |
| মুঠ | ৮১.৬২% |
|---|
সমষ্টি হিচাপে
ফলাফল
মিত্ৰগোট আৰু দল হিচাপে ফলাফল
| মিত্ৰগোট/ দলসমূহ | জনপ্ৰিয় ভোট | আসন |
|---|
| ভোট | % | ±শতকৰা হাৰ | প্ৰতিদ্বন্দ্বী | বিজয়ী | +/− |
|---|
| rowspan="4" | NDA | | বিজেপি | ৭৪,৬৭,৫৫৮ | ৩৭.৪৩% | ১.৩৮% | ১১ | ৯ | |
| এজিপি | ১২,৮৯,৪৬৪ | ৬.৪৬% | ১.৮৫% | ২ | ১ | ১ |
| এইপিপিএল | ৪,৮৪,৬৮১ | ২.৪৩% | | ১ | ১ | ১ |
| মুঠ | ৯২,৪১,৭০৩ | ৪২.২৯% | | ১৪ | ১১ | ২ |
| rowspan="3" | INDIA | | আইএনচি | ৭৪,৭৮,০৭৭ | ৩৭.৪৮% | ২.০৪% | ১৩ | ৩ | |
| এজেপি | ৪,১৪,৪৪১ | ৬.৪৬% | নতুন | ১ | ০ | |
| মুঠ | ৭৮,৯২,৫১৮ | | | ১৪ | ৩ | |
| এআইইউডিএফ | ৬,২৪,৩০৫ | ৩.১৩% | ৪.৭৪% | ৩ | ০ | ১ |
| অন্যান্য | | | | ৬২ | ০ | |
| নিৰ্দলীয় | | | | ৫৩ | ০ | ১ |
| ন’টা | ২,৩৮,২৭৬ | ১.১৯% | | |
| মুঠ | | ১০০% | | ১৪৩ | ১৪ |
|---|
সমষ্টি হিচাপে ফলাফল
| সমষ্টি | শতকৰা বৃদ্ধি/হ্ৰাস | বিজয়ী | দ্বিতীয় স্থান | ব্যৱধান |
|---|
| দল | মিত্ৰগোট | প্ৰাৰ্থী | ভোট | % | দল | মিত্ৰগোট | প্ৰাৰ্থী | ভোট | % |
|---|
| ১ | কোকৰাঝাৰ (অনুসূচীত জনজাতি) | ৮৩.৫৫% | | | জয়ন্ত বসুমতাৰী | ৪,৮৮,৯৯৫ | ৩৯.৩৯ | | | কম্প বৰগয়াৰী | ৪,৩৭,৪১২ | ৩৫.২৩ | ৫১,৫৮৩ |
| ২ | ধুবুৰী | ৯২.০৮% | | | ৰকিবুল হুছেইন | ১৪,৭১,৮৮৫ | ৫৯.৯৯ | | | বদৰুদ্দিন আজমল | ৪,৫৯,৪০৯ | ১৮.৭২ | ১০,১২,৪৭৬ |
| ৩ | বৰপেটা | ৮৫.২৪% | | | ফনি ভূষণ চৌধুৰী | ৮,৬০,১১৩ | ৫১.০২ | | | দীপ বায়ন | ৬,৩৭,৭৬২ | ৩৭.৮৩ | ২,২২,৩৫১ |
| ৪ | দৰং–ওদালগুৰি | ৮২.০১% | | দিলীপ শইকীয়া | ৮,৬৮,৩৮৭ | ৪৭.৯৫ | মাধৱ ৰাজবংশী | ৫,৩৯,৩৭৫ | ২৯.৭৮ | ৩,২৯,০১২ |
| ৫ | গুৱাহাটী | ৭৮.৩৯% | বিজুলি কলিতা মেধি | ৮,৯৪,৮৮৭ | ৫৫.৯৫ | মীৰা বৰঠাকুৰ গোস্বামী | ৬,৪৩,৭৯৭ | ৪০.২৫ | ২,৫১,০৯০ |
| ৬ | ডিফু (অনুসূচীত জনজাতি) | ৭৫.৭৪% | অমৰ সিং তিছো | ৩,৩৪,৬২০ | ৪৯.০১ | | | জে.আই. কাঠাৰ | ১,৮৭,০১৭ | ২৭.৩৯ | ১,৪৭,৬০৩ |
| ৭ | কৰিমগঞ্জ | ৮০.৪৮% | কৃপানাথ মল্ল | ৫,৪৫,০৯৩ | ৪৭.৫৩ | | | হাফিজ ৰছিদ আহমেদ চৌধুৰী | ৫,২৬,৭৩৩ | ৪৫.৯৩ | ১৮,৩৬০ |
| ৮ | শিলচৰ (অনুসূচীত জাতি) | ৭৯.০৫% | পৰিমল শুক্লবৈদ্য | ৬,৫২,৪০৫ | ৫৯.৮৯ | সূৰ্য কান্ত চৰকাৰ | ৩,৮৮,০৯৪ | ৩৫.৬২ | ২,৬৪,৩১১ |
| ৯ | নগাঁও | ৮৪.৯৭% | | | প্ৰদ্যুৎ বৰদলৈ | ৭,৮৮,৮৫০ | ৫০.৮৯ | | | সুৰেশ বড়া | ৫,৭৬,৬১৯ | ৩৭.২ | ২,১২,৩৩১ |
| ১০ | কাজিৰঙা | ৭৯.৩৩% | | | কামাখ্যা প্ৰসাদ তাছা | ৮,৯৭,০৪৩ | ৫৫.০৪ | | | ৰ’জলিনা টিৰ্কী | ৬,৪৮,০৯৬ | ৩৯.৭৬ | ২,৪৮,৯৪৭ |
| ১১ | শোণিতপুৰ | ৭৮.৪৬% | ৰঞ্জিত দত্ত | ৭,৭৫,৭৮৮ | ৬০.২১ | প্ৰেমলাল গঞ্জু | ৪,১৪,৩৮০ | ৩২.১৬ | ৩,৬১,৪০৮ |
| ১২ | লখিমপুৰ | ৭৬.৪২% | প্ৰদান বৰুৱা | ৬,৬৩,১২২ | ৫৪.৭৫ | উদয় শংকৰ হাজৰিকা | ৪,৬১,৮৬৫ | ৩৮.১৩ | ২,০১,২৫৭ |
| ১৩ | ডিব্ৰুগড় | ৭৬.৭৫% | সৰ্বানন্দ সোণোৱাল | ৬,৯৩,৭৬২ | ৫৪.২৭ | | লুৰিণজ্যোতি গগৈ | ৪,১৪,৪৪১ | ৩২.৪২ | ২,৭৯,৩২১ |
| ১৪ | যোৰহাট | ৭৯.৮৯% | | | গৌৰৱ গগৈ | ৭,৫১,৭৭১ | ৫৪.০৪ | | | তপন কুমাৰ গগৈ | ৬,০৭,৩৭৮ | ৪৩.৬৬ | ১,৪৪,৩৯৩ |