অসমৰ বিধানসভা সমষ্টি
১২১ প্ৰবন্ধ
-
টীয়ক বিধানসভা সমষ্টি
টীয়ক বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৯ হৈছে টীয়ক বিধানসভা সমষ্টিৰ ক্ৰমাংক। টীয়ক যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
যোৰহাট বিধানসভা সমষ্টি
যোৰহাট বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০০ হৈছে যোৰহাট বিধানসভা সমষ্টিৰ ক্ৰমাংক। যোৰহাট যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
তিতাবৰ বিধানসভা সমষ্টি
তিতাবৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০২ হৈছে তিতাবৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। তিতাবৰ যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
মৰিয়নী বিধানসভা সমষ্টি
মৰিয়নী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০১ হৈছে মৰিয়নী বিধানসভা সমষ্টিৰ ক্ৰমাংক। মৰিয়নী যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
বঙাইগাঁও বিধানসভা সমষ্টি
বঙাইগাঁও বিধানসভা সমষ্টি ভাৰতৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এটা। বঙাইগাঁও সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অংশ।
-
বৰপেটা বিধানসভা সমষ্টি
বৰপেটা বিধানসভা সমষ্টি (ইংৰাজী: Barpeta Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো বৰপেটা জিলাত অৱস্থিত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ এটা অংশ।
-
চেঙা বিধানসভা সমষ্টি
চেঙা বিধানসভা সমষ্টি (ইংৰাজী: Chenga Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত অন্যতম এক বিধানসভা সমষ্টি। ই অসমৰ বৰপেটা জিলাত অৱস্থিত। এই সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
-
জলেশ্বৰ বিধানসভা সমষ্টি
জ্বলেশৰ (বিধান সভা সমষ্টি) অসম বিধানসভাৰ ১২৬খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৩৯ হৈছে জ্বলেশৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। জ্বলেশৰ গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্যতম। ই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
বাঘবৰ বিধানসভা সমষ্টি
বাঘবৰ বিধানসভা সমষ্টি (ইংৰাজী: Baghbar Assembly constituency) আছিল উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ বিধানসভাৰ অন্যতম সমষ্টি। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত এই সমষ্টিটো সম্পূৰ্ণৰূপে বিলুপ্ত কৰা হয়।
-
বিলাসীপাৰা বিধানসভা সমষ্টি
বিলাসীপাৰা বিধানসভা সমষ্টি (Bilasipara Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ই অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত আৰু ধুবুৰী লোকসভা সমষ্টিৰ এটা অংশ।
-
শিৱসাগৰ বিধানসভা সমষ্টি
শিৱসাগৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৬ হৈছে শিৱসাগৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। শিৱসাগৰ শিৱসাগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
হাইলাকান্দি বিধানসভা সমষ্টি
হাইলাকান্দি বিধানসভা সমষ্টি (ইংৰাজী: Hailakandi Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
ওদালগুৰি বিধানসভা সমষ্টি
ওদালগুৰি বিধানসভা সমষ্টি (ইংৰাজী: Udalguri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
খোৱাং বিধানসভা সমষ্টি
পূৰ্ৱতে এই সমষ্টিৰ নাম মৰাণ আছিল, ২০২৩ চনত খোৱাং হিচাপে পুনৰ নামকৰণ কৰা হয়৷
-
গোলকগঞ্জ বিধানসভা সমষ্টি
গোলকগঞ্জ বিধানসভা সমষ্টি (Golakganj Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত অন্যতম এখন সমষ্টি। এই সমষ্টিটো অসমৰ ধুবুৰী জিলাত অৱস্থিত। ই ধুবুৰী লোকসভা সমষ্টিৰ এটা অংশ।
-
গোলাঘাট বিধানসভা সমষ্টি
গোলাঘাট বিধানসভা সমষ্টি (ইংৰাজী: Golaghat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
গৌৰীপুৰ বিধানসভা সমষ্টি
গৌৰীপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Gauripur Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত অন্যতম এখন বিধানসভা সমষ্টি। ই ধুবুৰী জিলাত অৱস্থিত আৰু ই ধুবুৰী লোকসভা সমষ্টিৰ এক অংশ।
-
চামগুৰি বিধানসভা সমষ্টি
চামগুৰি বিধানসভা সমষ্টি (ইংৰাজী: Samaguri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
জালুকবাৰী বিধানসভা সমষ্টি
জালুকবাৰী বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যিক বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ৫১ নং অসম বিধানসভা সমষ্টি। জালুকবাৰী সমষ্টিটো গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
জোনাই বিধানসভা সমষ্টি
জোনাই বিধানসভা সমষ্টি (ইংৰাজী: Jonai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ডিব্ৰুগড় বিধানসভা সমষ্টি
অসম বিধান সভাত ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল। {| ! বৰ্ষ !! নাম !! দল |- | ১৯৫৭ || নীলমণি বৰঠাকুৰ || || ভাৰতীয় কমিউনিষ্ট পাৰ্টি |- | ১৯৬১ (নিৰ্বাচিত) || ৰমেশ চন্দ্ৰ বৰুৱা || || ভাৰতীয় জাতীয় কংগ্ৰেছ |- | ১৯৬২ || |- | ১৯৬৭ || |- | ১৯৭২ || |- | ১৯৭৮ ||…
-
তামুলপুৰ বিধানসভা সমষ্টি
তামুলপুৰ বিধানসভা সমষ্টি) অসম বিধানসভা ৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। তামুলপুৰ কোকৰাঝাৰ (লোকসভা সমষ্টি) ৰ অন্তৰ্গত।.
-
তেজপুৰ বিধানসভা সমষ্টি
তেজপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Tezpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শোণিতপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
দেৰগাঁও বিধানসভা সমষ্টি
দেৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Dergaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
ধুবুৰী বিধানসভা সমষ্টি
ধুবুৰী বিধানসভা সমষ্টিটো অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
ধেমাজি বিধানসভা সমষ্টি
ধেমাজি বিধানসভা সমষ্টি (ইংৰাজী: Dhemaji Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
নলবাৰী বিধানসভা সমষ্টি
নলবাৰী বিধানসভা সমষ্টি (ইংৰাজী: Nalbari Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো নলবাৰী জিলাৰ অন্তৰ্গত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
বজালী বিধানসভা সমষ্টি
বজালী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম বিধানসভা সমষ্টি। ২০২৩ চনত নতুনকৈ গঠন কৰা এই সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অংশ।
-
বাক্সা বিধানসভা সমষ্টি
বাক্সা বিধানসভা সমষ্টি (ইংৰাজী: Baksa Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত বাক্সা জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।
-
বিশ্বনাথ বিধানসভা সমষ্টি
বিশ্বনাথ বিধানসভা সমষ্টি (ইংৰাজী: Biswanath Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও বিশ্বনাথ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।