অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ঋষিৰাজ হাজৰিকা

ঋষিৰাজ হাজৰিকা (জন্ম ১৯৯০) অসমৰ এগৰাকী ৰাজনীতিবিদ।তেওঁ অসম বিধানসভাৰ লখিমপুৰ জিলাৰ নবগঠিত ৰঙানদী বিধানসভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টি দল পৰা প্ৰতিনিধিত্ব কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।

হালনাগাদ: ১৯ জুলাই ২০২৬ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ঋষিৰাজ হাজৰিকা (জন্ম ১৯৯০) অসমৰ এগৰাকী ৰাজনীতিবিদ।১তেওঁ অসম বিধানসভাৰ লখিমপুৰ জিলাৰ নবগঠিত ৰঙানদী বিধানসভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টী দল পৰা প্ৰতিনিধিত্ব কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়। ২৩

আৰম্ভণি জীৱন আৰু শিক্ষা

হাজৰিকাদেৱৰ ঘৰ অসমৰ লখিমপুৰ জিলাৰ ৰঙানদীত। তেওঁ প্ৰয়াত সূৰ্য্য কমল হাজৰিকাৰ পুত্ৰ। ২০১১ চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰপৰা কলা শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয়। ৪

ৰাজনৈতিক কেৰিয়াৰ

হাজৰিকাই ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলৰপৰা প্ৰতিনিধিত্ব কৰি ৰঙানদী বিধানসভা সমষ্টিৰপৰা জয়লাভ কৰে। তেওঁ ৮২,৪৯৩টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ জয়ন্ত খাউণ্ডদেৱক ১৯,৬৫২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।৫৬৭

তথ্যসূত্ৰ

  1. ↑ Rishiraj Hazarika, RONGONADI constituency, BJP, Assam Assembly Election 2026: Profile & Affidavit. The Hindu
  2. ↑ (4 May 2026). Rongonadi Election Results 2026 · Assam Assembly Election Results. NDTV
  3. ↑ Bharat, E. T. V. (2026-05-04). Assembly Election 2026: BJP's Rishiraj Hazarika Wins Ronganadi By 19,652 Votes. ETV Bharat News
  4. ↑ Rishiraj Hazarika(Bharatiya Janata Party(BJP)):Constituency- RONGONADI(LAKHIMPUR) - Affidavit Information of Candidate:. www.myneta.info
  5. ↑ (4 May 2026). Rishiraj Hazarika (BJP) Candidate from RONGONADI Constituency, Rishiraj Hazarika Political Career, Age, Education, Election Result 2026. India Today
  6. ↑ (2026-05-04). Rongonadi constituency assembly elections 2026: BJP’s Rishiraj Hazarika won against Congress’s Joyonto Khaund. The Times of India
  7. ↑ (2026-05-04). Assam Assembly Election Results 2026 Winners: BJP wins 82 seats, Congress 19 – Check Constituency-Wise, Party-Wise Full List. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋষিৰাজ হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৬১৮২১৬ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।