ভাৰতৰ নিৰ্বাচন
৬ প্ৰবন্ধ
-
ভাৰতৰ নিৰ্বাচন আয়োগ
ভাৰতৰ নিৰ্বাচন আয়োগ (Election Commission of India) দেশত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে ভাৰতৰ সংবিধানে পোনপটীয়াকৈ প্ৰতিষ্ঠা কৰা এক স্থায়ী আৰু স্বতন্ত্ৰ সংস্থা।
-
ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন
ৰাষ্ট্ৰপতি হৈছে সাৰ্বভৌম গণতান্ত্ৰিক ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান কাৰ্যনিৰ্বাহক বা শাসনকৰ্তা। তেৱেঁই হ'ল ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰো মুৰব্বী। ভাৰতত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰপতিয়ে নিয়মাতান্ত্ৰিক প্ৰধানৰ ভূমিকা পালন কৰে।
-
২০২০ দিল্লী বিধানসভা নিৰ্বাচন
২০২০ৰ দিল্লী বিধানসভা নিৰ্বাচন ৮ ফেব্ৰুৱাৰীৰ দিনা দিল্লী বিধানসভাৰ ৭০জন সদস্য নিৰ্বাচন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল৷ ভোটদানৰ হাৰ আছিল ৬২.৫৯%, যি হাৰ ২০১৫ৰ দিল্লী বিধানসভাৰ নিৰ্বাচনকৈ ৪.৮৮% কম আছিল, কিন্তু ২০১৯ৰ দিল্লীৰ লোকসভা নিৰ্বাচনতকৈ ২% বেছি আছিল৷ ২০১৫ত গঠন হোৱা বিধানসভাৰ কাৰ্যকাল ২০২০ৰ ২২…
-
ডি ভোটাৰ
ডি ভোটাৰ, যাক অসমত কেতিয়াবা সন্দেহজনক ভোটাৰ বা সন্দেহযুক্ত ভোটাৰ বুলি কোৱা হয়, সেইসকল ভোটাৰক বুজায় যাক নাগৰিকত্ব সন্দেহজনক বুলি ধৰি চৰকাৰে ভোটাধিকাৰহীন কৰি ৰাখে।
-
ভাৰতৰ নিৰ্বাচন
ভাৰতৰ নিৰ্বাচন (Elections in India) ভাৰতৰ সংবিধানৰ অধীনত পৰিচালিত এক গণতান্ত্ৰিক প্ৰক্ৰিয়া। ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে পৰিগণিত। ভাৰতৰ সংবিধান অনুসৰি দেশখনত যুক্তৰাষ্ট্ৰীয় সংসদীয় শাসন ব্যৱস্থা প্ৰচলিত, য'ত ক্ষমতা কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্যসমূহৰ মাজত বিভক্ত কৰা হৈছে।
-
২০১৮ ৰাজস্থান বিধানসভা নিৰ্বাচন
ভাৰতৰ ৰাজস্থান ৰাজ্যত ৭ ডিচেম্বৰ ২০১৮ত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হৈছিল। ভাৰতীয় জাতীয় কঙ্গগ্ৰেছ সৰ্ববৃহৎ দল প্ৰতিপন্ন হ'ল। ২০১৩ চনত ৰাজস্থান বিধানসভাত ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল।