স্বাস্থ্য আৰু চিকিৎসা
ৰোগ, চিকিৎসা, মানৱ শৰীৰ আৰু জনস্বাস্থ্য · ৩৫০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কুষ্ঠ
কুষ্ঠ বা হেন্ছেনৰ ৰোগ (আন অসমীয়া নাম কুঠ আৰু বৰৰোগ) মাইক'বেক্টেৰিয়াম লেপ্ৰি বা মাইক'বেক্টেৰিয়াম লেপ্ৰ'মেট'চিছ বেক্টেৰিয়াৰ ফলত হোৱা এক দীৰ্ঘম্যাদী সংক্ৰামক ৰোগ। দুখীয়া, অস্বাস্থ্যকৰ পৰিবেশত বাস কৰা লোক বেছিকৈ কুষ্ঠত ভোগে।
-
নখ
নখ (Nail) হৈছে সকলো স্তন্যপায়ীৰ আঙুলিত বৈশিষ্ট্যপূৰ্ণভাৱে পোৱা এটা সুৰক্ষামূলক আৱৰণ, যিটো অন্যান্য টেট্ৰাপড প্ৰাণীৰ নখৰ সৈতে মিল খায়। হাতৰ আঙুলিৰ নখ আৰু ভৰিৰ নখ আলফা-কেৰাটিন নামৰ এবিধ কঠিন প্ৰ'টিনৰ পৰা তৈয়াৰ হয়, যিটো পলিমাৰ মেৰুদণ্ডী প্ৰাণীৰ নখ, খুৰা আৰু শিংতো পোৱা যায়।
-
শিলচৰ চিকিৎসা মহাবিদ্যালয়
শিলচৰ চিকিৎসা মহাবিদ্যালয় অসম চৰকাৰে ১৯৬৮ চনত কাছাৰ জিলাৰ শিলচৰত প্ৰতিষ্ঠা কৰে। এইখন অসমৰ বৰাক উপত্যকাৰ একমাত্ৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়। শিলচৰ চিকিৎসা মহাবিদ্যালয়ে অসমৰ লগতে মিজোৰাম, উত্তৰ ত্ৰিপুৰা, পশ্চিম মণিপুৰ আৰু দক্ষিণ মেঘালয়ক সেৱা আগবঢ়ায়।
-
ডিপথেৰীয়া
ডিপথেৰীয়া বা ঘোঁৰা--শলখা'Corynebacterium diphtheriae নামৰ বেক্টেৰিয়াবিধে কৰা এক সংক্ৰামক ৰোগ। বীজাণুযুক্ত বস্তুৰ মাধ্যেমেৰেও ই বিয়পে। কোনো লোকে লক্ষণ নোহোৱাকৈ বেক্টেৰিয়াবিধ কঢ়িয়াই ফুৰে আৰু আন ব্যক্তিক আক্ৰান্ত কৰিব পাৰে। C. diphtheriaeৰ তিনিটা মূল প্ৰকাৰে ভিন ভিন প্ৰাবল্যৰ ৰোগ কৰে।
-
হেপাটাইটিছ চি
হেপাটাইটিছ চি এক সংক্ৰামক ৰোগ। হেপাটাইটিছ চি ভাইৰাছ (HCV)ৰ ফলত হোৱা এই ৰোগে ঘাইকৈ যকৃতত প্ৰভাৱ পেলায়। সংক্ৰমণৰ আৰম্ভণিতে সামান্য লক্ষণ থাকে বা নাথাকেই। ই পাঁচবিধ জ্ঞাত হেপাটাইটিছ ভাইৰাছৰ এবিধ: এ', বি, চি, ডি, আৰু ই। তেজত ভাইৰাছবিধৰ প্ৰতিদেহ বা আৰ এন এ ধৰা পেলাই ৰোগনিৰ্ণয় কৰা হয়।
-
ধনুষ্টংকাৰ
ধনুষ্টংকাৰ (tetanus বা lockjaw) মাংসপেশী সিৰামূৰিয়ে ধৰা এবিধ সংক্ৰমণ। বেছিকৈ দেখা প্ৰকাৰত সিৰামূৰি মুখৰ পাৰিত আৰম্ভ হৈ গোটেই গাতে বিয়পি পৰে। সিৰামূৰি প্ৰতিবাৰতে কেইমিনিটমান থাকে আৰু তিনি বা চাৰি সপ্তাহলৈ বাৰে বাৰে দেখা দিয়ে।
-
বধিৰতা
শ্ৰৱণ বিসংগতি বা বধিৰতা হৈছে আংশিক বা সম্পূৰ্ণভাৱে শ্ৰৱণ ক্ষমতা লুপ্ত হৈ যোৱা। ই এখন বা দুয়োখন কাণৰ ক্ষেত্ৰত হ'ব পাৰে। ইয়াৰ ফলত শিশুসকলৰ ভাষা শিক্ষণত আৰু বয়স্কসকলৰ বিভিন্ন কাৰ্যত অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ বাবেই কিছুমান লোক, বিশেষকৈ বয়সস্থ সকল, নিঃসংগতাত ভুগিব লগা হয়।
-
আচ্ছাদন তন্ত্ৰ
আচ্ছাদন তন্ত্ৰ হৈছে এক অংগ তন্ত্ৰ যি জীৱদেহক পানীৰ অৱক্ষয় বা বাহ্যিক আঘাট আদিৰ পৰা ৰক্ষা কৰে। চৰ্ম বা চাল আৰু ইয়াৰ উপাংগ (নোম বা চুলি, বাকলি, পাখি আৰু নখ আদি) সমূহৰ দ্বাৰা এই তন্ত্ৰ গঠিত হৈছে।
-
আলজেমাৰ ৰোগ
আলজেমাৰ ৰোগ হৈছে এক প্ৰকাৰৰ স্নায়বিক ৰোগ। ইয়াৰ প্ৰধান লক্ষণ হৈছে শেহতীয়া ঘটনাৱলী সোঁৱৰণ (তৎকালীন স্মৃতি) কৰাত অসুবিধা হোৱা। যদিও ৰোগ বৃদ্ধিৰ হাৰ ভিন্ন, গড় হিতাপে ৰোগী নৰ পৰা দহ বছৰৰ ভিতৰত মৃত্যুমুখত পৰে। আলজেমাৰ ৰোগৰ কাৰকসমূহ সম্পূৰ্ণৰূপে বুজা গৈছে।
-
চিজাৰিয়ান ছেক্সন
চিজাৰিয়ান ছেক্সন (Caesarean section) হৈছে এক শল্য চিকিৎসা পদ্ধতি যাৰ সহায়ত এক বা একাধিক শিশুক মাকৰ গৰ্ভৰ পৰা এক ছেদনৰ দ্বাৰা প্ৰসৱ কৰোৱা হয়। চিজাৰিয়ান ছেক্সনক চি-ছেক্সন (C-section) বা চিজাৰিয়ান প্ৰসৱ (Caesarean delivery) বুলিও কোৱা হয়।
-
জিঅ'
জিঅ (চমুকৈ ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেড) হৈছে ভাৰতৰ এখন দূৰসংযোগ সেৱা প্ৰদানকাৰী কোম্পানী।ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ই প্ৰি-পেড, পোষ্ট-পেড, ফিক্সড লাইনৰ দ্বাৰা ৪জি আৰু ৫জি সেৱা আগবঢ়ায়।
-
দন্ত চিকিৎসা
দন্ত চিকিৎসা মুখ গহ্বৰ, সাধাৰণতে দাঁত যদিও লগতে মুখৰ বিশেষকৈ মেক্সফেচিয়েল অঞ্চলৰ আৱৰণি কলাৰ গঠন আদিৰ অধ্যয়ন, চিকিৎসা, ৰোগৰ প্ৰতিৰোধ আৰু উপচাৰ, বিসংগতি আৰু পৰিস্থিতিৰ সৈতে জড়িত চিকিৎসা বিজ্ঞানৰ এটা শাখা।
-
ৰেচন তন্ত্ৰ
ৰেচন তন্ত্ৰ (Excretory system) হৈছে জীৱদেহৰ প্ৰধান বৰ্জনীয় পদাৰ্থ ইউৰিক এচিডক তেজৰ পৰা পৰিস্ৰাৱন কৰি মুত্ৰ আকাৰে দেহৰ বাহিৰ কৰি দিবলৈ থকা অংগসমূহ। ৰেচন তন্ত্ৰ দুটা বৃক্ক, দুডাল বৃক্ক নলী, এটা মুত্ৰ থলী, আৰু এডাল মুত্ৰ নলীৰে গঠিত হয়। প্ৰতিটো বৃক্কত অসংখ্য ক্ষুদ্ৰ ক্ষদ্ৰ নেফ্ৰন থাকে।
-
অসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকা
চন্দ্ৰপুৰ তাপ বিদ্যুৎ কেন্দ্ৰটি "অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ)"এ ২০০৮ চনৰে পৰা ৭৪-২৬ ব্যক্তিগত-ৰাজহুৱা ভাগৰ ভিত্তিত ব্যক্তিগত খণ্ডৰ যোগেদি উন্নয়ন কৰি পুনৰ চলাচল কৰোঁৱাবৰ বাবে চেষ্টা চলাই আহিছে যদিও এতিয়ালৈকে সেই কাম আৰম্ভ হোৱা নাই।
-
কৰ্কট (মাহ)
কৰ্কট বা কৰ্ক হৈছে হিন্দু সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ। ই কৰ্কট ৰাশিৰ জ্যোতিষ চিহ্নৰ সৈতে সম্পৰ্কিত। এই মাহটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ জুলাই মাহৰ দ্বিতীয়াৰ্ধ আৰু আগষ্ট মাহৰ প্ৰথমাৰ্ধক লৈ গঠিত। কৰ্কট মাহ হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ মাহ শ্ৰাৱণ বা শাওণৰ সমসাময়িক।
-
গৌতম কলিতা
গৌতম কলিতা (Gautam Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ। তেওঁ ২০০৭ বৰ্ষত লছ এঞ্জেলেছত অনুষ্ঠিত ESPN-Musclemania World নামৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড খিতাপ লাভ কৰে।
-
লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ
লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ হৈছে অসম শক্তি উৎপাদন নিগমৰ অধীনস্থ এক গেছ ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প। ই শিৱসাগৰ নগৰৰ পৰা পূৱ দিশত প্ৰায় ৩০ কিঃ মিঃ দুৰত্বত ধোদৰ আলিৰ দাঁতিত মাইবেলা নামে ঠাইত অৱস্থিত। পূৰ্বৰ শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত এই কেন্দ্ৰটি বৰ্তমান নৱগঠিত চৰাইদেউ জিলাৰ অন্তৰ্গত।
-
লোব
শৰীৰবিজ্ঞানত লোব (Lobe) হৈছে কোনো অংগৰ স্পষ্ট শাৰীৰিক বিভাজন বা সম্প্ৰসাৰণ (উদাহৰণস্বৰূপে মগজু, হাওঁফাওঁ, যকৃত বা বৃক্কত দেখাৰ দৰে) যিটো স্থূল শৰীৰবিজ্ঞানৰ স্তৰত মাইক্ৰস্কোপৰ ব্যৱহাৰ নকৰাকৈয়ে নিৰ্ণয় কৰিব পাৰি।
-
জামছিদী বেজী
জামছিদী বেজী (Jamshidi needle) হাড়ৰ মজ্জাৰ বায়’প্সি কৰাৰ বাবে ব্যৱহৃত ট্ৰেফিন বেজী, যাৰ দ্বাৰা কলাৰ নলাকাৰ নমুনা, মূল বায়’প্সিৰ নমুনা লোৱা হয়। ই এটা নলী আকাৰৰ বেজী, যাৰ কাটিব পৰা আগটো তীক্ষ্ণ। টেপাৰ এণ্ডে ক্ৰাছ আৰ্টিফেক্টৰ সম্ভাৱনা হ্ৰাস কৰে।
-
নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি
নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি (National Democratic Progressive Party) চমুকৈ NDPP হৈছে ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। চিংৱাং কনিয়াক হৈছে এনডিপিপিৰ সভাপতি। দলটোৰ প্ৰতীক চিহ্ন হৈছে গোলক।
-
প্ৰস্ৰাৱৰ অস্বাভাৱিক ৰং
সাধাৰণতে মানুহৰ প্ৰস্ৰাৱৰ ৰং খেৰৰ দৰে হালধীয়া হয়। খেৰৰ হালধীয়া ৰঙৰ উপৰি প্ৰস্ৰাৱৰ আন ৰঙে কেতিয়াবা মানুহৰ কোনো অস্বাভাৱিকতা—এটা অন্তৰ্নিহিত ৰোগজনিত অৱস্থা—প্ৰতিফলিত কৰে।
-
প্ৰসৱোত্তৰ বিষণ্ণতা
পʼষ্টপাৰ্টাম ডিপ্ৰেচন (Postpartum depression ) বা প্ৰসৱোত্তৰ অৱসাদ যাক প্ৰসৱৰ পিছৰ বিষণ্ণতা বুলিও কোৱা হয়, হৈছে প্ৰসৱৰ পিছত হোৱা এক অৱসাদ, যিয়ে পুৰুষ আৰু মহিলাক সমানে আক্ৰান্ত কৰিব পাৰে।
-
ফ'বিয়া
ফ'বিয়া (Phobia) হৈছে একধৰণৰ উদ্বেগজনক বিকাৰ। ইয়াক কোনো বস্তু বা পৰিস্থিতিৰ প্ৰতি অযুক্তিকৰ, অবাস্তৱিক, স্থায়ী আৰু অত্যধিক ভয়ৰ দ্বাৰা সংজ্ঞায়িত কৰা হয়। ফ'বিয়া থকাসকলৰ প্ৰায় ৭৫% লোকৰ একাধিক ফ'বিয়া থাকে।
-
ফ্ল’কুল’নডুলাৰ লোব
ফ্ল’কুল’নডুলাৰ লোব (vestibulocerebellum) মস্তিষ্কৰ অন্যতম লোব। ই এটা সৰু লোব যিটো বিযোৰ-যুক্ত মধ্যৰেখাৰ নোডুল আৰু দুটা ফ্ল’কুলিৰে গঠিত: নোডুলৰ দুয়োফালে এটা ফ্ল’কুলাছ। লোবটো ভংগিমা আৰু ভাৰসাম্য বজাই ৰখাৰ লগতে মূৰ-চকুৰ গতিবিধিৰ সমন্বয়ৰ লগত জড়িত।
-
ময়ূৰাসন
ময়ূৰাসন বা ময়ূৰ ভংগিমা হৈছে হাতৰ ওপৰত শৰীৰক আনুভূমিকভাৱে ধৰি ব্যায়াম হিচাপে হঠযোগ আৰু আধুনিক যোগত হাতেৰে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা আসন। ই দশম শতিকাত বৰ্ণনা কৰা আটাইতকৈ পুৰণি আসনসমূহৰ ভিতৰত অন্যতম।
-
স্কাৰ্ভী
স্কাৰ্ভী ভিটামিন চি-ৰ অভাৱত হোৱা এক ৰোগ। ৰোগ বাঢ়ি গ'লে ঘাঁ সোনকালে নুশুকুৱা, ব্যক্তিত্বৰ সলনিৰ দেখা যোৱাৰ লগতে সংক্ৰমণ বা ৰক্তপাতৰ ফলত শেষত মৃত্যু পৰ্যন্ত হ'ব পাৰে। খাদ্যত ভিটামিন চি-ৰ অভাৱতে স্কাৰ্ভী ৰোগ হয়। অতি কমেও এমাহলৈ খাদ্যপ্ৰাণ গ-ৰ অভাৱ ঘটিলে লক্ষণ দেখা যায়।
-
আত্মহত্যামূলক চিন্তা
আত্মহত্যামূলক চিন্তা (Suicidal Ideation), বা আত্মহত্যাৰ ইচ্ছা, হৈছে আত্মহত্যাৰ জৰিয়তে নিজৰ জীৱনৰ অন্ত পৰাৰ সম্ভাৱনাৰ সম্পৰ্কে কৰা চিন্তা প্ৰক্ৰিয়া বা ধাৰণা।
-
ইউটেৰাইন কেন্সাৰ
ইউটেৰাইন কেন্সাৰ (Uterine cancer) হৈছে জৰায়ুৰ কলাৰ পৰা বিকশিত হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ। ইউটেৰাইন কেন্সাৰক গৰ্ভাশয়ৰ কেন্সাৰ (Womb cancer) বুলিও কোৱা হয়। ইউটেৰাইন কেন্সাৰ দুই ধৰণৰ— এণ্ড'মেট্ৰিয়েল কেন্সাৰ আৰু ইউটেৰাইন চাৰক'মা।
-
ইষ্ট ইণ্ডিয়া লেডাৰ
ইষ্ট ইণ্ডিয়া লেডাৰ তামিলনাডুৰ ত্ৰিচি আৰু ডিণ্ডিগুলৰ চৰ্মউদ্যাোগসমূহে উৎপাদন কৰা ভাৰতীয় থলুৱা উদ্ভিদৰ ৰঙেৰে ৰঙীন কৰা চামৰা।
-
উদ্বেগজনিত বিকাৰ
উদ্বেগজনক বিকাৰ (Anxiety disorder) হৈছে মানসিক বিকাৰৰ এটা গোট যাৰ বৈশিষ্ট্য হৈছে উদ্বেগ আৰু ভয়ৰ উল্লেখযোগ্য অনুভূতি। উদ্বেগ হৈছে জৱিষ্যতৰ পৰিঘটনাৰ চিন্তা, আনহাতে ভয় হৈছে সাম্প্ৰতিক পৰিঘটনাৰ প্ৰতিক্ৰিয়া।