ইষ্ট ইণ্ডিয়া লেডাৰ তামিলনাডুৰ ত্ৰিচি আৰু ডিণ্ডিগুলৰ চৰ্মউদ্যাোগসমূহে উৎপাদন কৰা ভাৰতীয় থলুৱা উদ্ভিদৰ ৰঙেৰে ৰঙীন কৰা চামৰা।১২৩
ইতিহাস
ইষ্ট ইণ্ডিয়া লেডাৰ ব্ৰিটিছ ৰাজৰ অধীনত ১৮৫৬ চনৰপৰাই এই অঞ্চলত আছে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ পিছত ই আই কৌশলৰ ওপৰত ভিত্তি কৰি তৈয়াৰী চৰ্ম উদ্যোগ গোটে এই অঞ্চলত ব্ৰিটিছ সেনাবাহিনীৰ বাবে এই কৌশলটো জনপ্ৰিয় কৰি তুলিছিল।
ভৌগোলিক ইংগিতৰ অধিকাৰ
ই. আই. লেদাৰে ২০০৮ চনত বৌদ্ধিক সম্পত্তিৰ অধিকাৰ সুৰক্ষা বা ভৌগোলিক সূচক (জি আই) মৰ্যাদা লাভ কৰে।৪৫
তথ্যসূত্ৰ
- ↑ (2008-07-12). EI leather approved, registered as exclusive geographical product. দ্য হিন্দু
- ↑ Joseph Vackayil. (14 January 2008). Need to explore niche markets for EI leather. The Financial Express
- ↑ TN tanners demand abolition of duty on leather exports
- ↑ BS Reporter. (24 July 2008). East India leather gets GI tag. Business Standard India
- ↑ (20 July 2008). Only 9 products have got GI status so far. The Hindu Business Line
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইষ্ট ইণ্ডিয়া লেডাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৮৬২০ (১৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।