নখ (Nail) হৈছে সকলো স্তন্যপায়ীৰ আঙুলিত বৈশিষ্ট্যপূৰ্ণভাৱে পোৱা এটা সুৰক্ষামূলক আৱৰণ, যিটো অন্যান্য টেট্ৰাপড প্ৰাণীৰ নখৰ সৈতে মিল খায়। হাতৰ আঙুলিৰ নখ আৰু ভৰিৰ নখ আলফা-কেৰাটিন নামৰ এবিধ কঠিন প্ৰ'টিনৰ পৰা তৈয়াৰ হয়, যিটো পলিমাৰ মেৰুদণ্ডী প্ৰাণীৰ নখ, খুৰা আৰু শিংতো পোৱা যায়।১
তথ্যসূত্ৰ
- ↑ Wang, Bin. (2016). Keratin: Structure, mechanical properties, occurrence in biological organisms, and efforts at bioinspiration. Progress in Materials Science. পৃ. 229–318
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নখ” প্ৰবন্ধৰ সংশোধন ৪১৫৪৭০ (২৯ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।