অন্তঃশ্ৰাৱী ৰোগ
৪ প্ৰবন্ধ
-
বহুমূত্ৰ ৰোগ
বহুমূত্ৰ বা মধুমেহ (diabetes বা diabetes mellitus) হৈছে এটি হৰম’নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।
-
প'লিচিষ্টিক অ'ভাৰি ছিণ্ড্ৰ'ম
প'লিচিষ্টিক অ'ভাৰি ছিণ্ড্ৰ'ম বা প'লিচিষ্টিক অ'ভাৰিয়ান ছিণ্ড্ৰ'ম (PCOS) হৈছে প্ৰজননক্ষম মহিলাসকলৰ আটাইতকৈ সাধাৰণ অন্তঃস্ৰাৱী তন্ত্ৰৰোগ। এই অৱস্থাত থকা কিছুমান লোকৰ ডিম্বাশয়ত সৃষ্টি হোৱা ছিষ্টৰ (cyst) নামেৰে এই ছিণ্ড্ৰ'মৰ নামকৰণ কৰা হৈছে।
-
থাইৰয়ড ৰোগ
থাইৰয়ড ৰোগ বুলিলে থাইৰয়ড গ্ৰন্থিসমূহৰ বিভিন্ন প্ৰকাৰৰ বিকাৰকে বুজোৱা হয়।
-
অ'ভাৰিয়ান চিষ্ট
অ'ভাৰিয়ান চিষ্ট হৈছে ডিম্বাশয়ৰ ভিতৰত তৰল পদাৰ্থৰে ভৰা মোনা। সাধাৰণতে ইয়াৰ কোনো লক্ষণ দেখা নাযায়, যদি চিষ্টটো খুলি যায় বা ডিম্বাশয় পাক খায়, ই তীব্ৰ বিষৰ সৃষ্টি কৰিব পাৰে।