এছিয়াৰ স্বাস্থ্য
৪ প্ৰবন্ধ
-
ইজৰাইলৰ স্বাস্থ্য
ইজৰাইলত শিশুৰ মৃত্যুৰ হাৰ কম। ইজৰাইলৰ জীৱন প্ৰত্যাশা ৮২.১ বছৰ। দীৰ্ঘদিনীয়া ৰোগৰ ভাল ব্যৱস্থাপনা আৰু উৎকৃষ্ট প্ৰাথমিক চিকিৎসা ইজৰাইলত আছে। স্বাস্থ্যসেৱাৰ বাবে ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ৭.২%, যিটো অ’ইচিডিত (Organisation for Economic Co-operation and Development, অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ বাবে…
-
আফগানিস্তানৰ স্বাস্থ্য
আফগানিস্তানৰ স্বাস্থ্যৰ অৱস্থা দুৰ্বল যদিও শেহতীয়াকৈ কিছু উন্নতিৰ মুখ দেখিছে। ১৯৭৮ চনৰ পৰা সন্মুখীন হোৱা পৰিৱেশজনিত সমস্যা আৰু দশক দশক ধৰি চলি থকা যুদ্ধৰ ফলত দেশখন নেতিবাচকভাৱে প্ৰভাৱিত হৈছে।দেশৰ বাসিন্দাসকলৰ স্বাস্থ্য সম্পৰ্কীয় সকলো বিষয় জনস্বাস্থ্য মন্ত্ৰালয়ে তদাৰক কৰে।
-
চীনৰ স্বাস্থ্য
চীনৰ স্বাস্থ্য হৈছে এক জটিল আৰু বহুমুখী বিষয় যিয়ে জনস্বাস্থ্য নীতি, স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি, পৰিৱেশ-সংক্ৰান্তীয় কাৰক, জীৱনশৈলীৰ পছন্দ আৰু আৰ্থ-সামাজিক অৱস্থাকে ধৰি বহুতো দিশ সামৰি লৈছে। বিগত কেইটামান দশকত চীনে জনস্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।
-
জাপানৰ স্বাস্থ্য
জাপানত স্বাস্থ্য সাংস্কৃতিক অনুশীলন, বিচ্ছিন্নতা আৰু সাৰ্বজনীন স্বাস্থ্যসেৱা ব্যৱস্থাকে ধৰি অইন কেইবাটাও কাৰকৰ দ্বাৰা প্ৰভাৱিত৷ মিচিগান বিশ্ববিদ্যালয় আৰু টকিঅ' বিশ্ববিদ্যালয়ৰ অধ্যাপক জন ক্ৰেইটন কেম্পবেলে ২০০৯ চনত নিউয়ৰ্ক টাইমছক জনাইছিল যে জাপানী মানুহ এই গ্ৰহটোৰ সবাতকৈ সুস্থ সমুদায়।