মানৱ-সৃষ্ট দুৰ্যোগ
৪ প্ৰবন্ধ
-
ভূপাল দুৰ্ঘটনা
১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰত ভাৰতৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত ইউনিয়ন কাৰ্বাইড কৰপৰেশন (UCC)-ৰ অধীনৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (UCIL; বৰ্তমানে এভাৰেডি ইণ্ডাণ্ট্ৰিজ লিমিটেড) নামৰ এটি কীটনাশক কাৰখানাত বহুলমাত্ৰাত হোৱা মিথাইল আইছ'চায়ানেট (MIC) বিষাক্ত গেছৰ নিৰ্গমনে ইয়াৰ সমীপৱৰ্তী এক বৃহৎ অঞ্চলত এই…
-
দিল্লীৰ হোটেলৰ অগ্নিকাণ্ড
২০১৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৪.৩০ বজাত দিল্লী চহৰৰ কৰোল বাগ অঞ্চলৰ হোটেল অৰ্পিত পেলেচত এই অগ্নিকাণ্ড সংঘটিত হয় আৰু কমেও ১৭জন লোকৰ মৃত্যু হয়। হোটেলখনৰ সকলো মহলাত জুই লাগিছিল; মানুহবোৰক ভৱনটোৰ পৰা জঁপিয়াই পৰা দেখা গৈছিল।
-
পেপচি ফলৰ ৰসৰ প্লাৱন
পেপচি ফলৰ ৰসৰ প্লাৱন (Pepsi fruit juice flood) হৈছে পেপচিকোৰ এটা গুদাম ভাঙি পৰাৰ ফলত ৰাছিয়াত হোৱা এক কৃত্ৰিম বানপানী। এই দুৰ্ঘটনাত ১ লাখ ৭৬ হাজাৰ বেৰেল (২৮ নিযুত লিটাৰ; ৭৪ লাখ মাৰ্কিন গেলন) ফলমূল আৰু শাক-পাচলিৰ ৰস প্ৰবাহিত হয় আৰু ইয়াৰ ফলত ৰাছিয়াৰ লেবেডিয়ানৰ ৰাজপথ আৰু ডন নদীত বানপানী হয়।
-
২০২১ মগবাজাৰ বিস্ফোৰণ
২০২১ চনৰ ২৭ জুনত বাংলাদেশৰ ৰাজধানী ঢাকাৰ মগবাজাৰৰ ৱয়াৰলেচ গেটত মগবাজাৰ বিস্ফোৰণ সংঘটিত হৈছিল। কমেও ৭জন লোক নিহত হৈছিল আৰু ১০০ৰো অধিক লোক আহত হৈছিল, যাৰ ভিতৰত ৬৬ জনক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে ঘটনাটো হিমায়িত গেছৰ ফলত সংঘটিত হৈছিল।