জামছিদী বেজী (Jamshidi needle) হাড়ৰ মজ্জাৰ বায়’প্সি কৰাৰ বাবে ব্যৱহৃত ট্ৰেফিন বেজী, যাৰ দ্বাৰা কলাৰ নলাকাৰ নমুনা, মূল বায়’প্সিৰ নমুনা লোৱা হয়। ই এটা নলী আকাৰৰ বেজী, যাৰ কাটিব পৰা আগটো তীক্ষ্ণ।১ টেপাৰ এণ্ডে ক্ৰাছ আৰ্টিফেক্টৰ সম্ভাৱনা হ্ৰাস কৰে।২ হাড়ৰ মজ্জাৰ বায়'প্সি কৰিবলৈ ই আটাইতকৈ বেছি ব্যৱহৃত বেজী।৩
ইয়াৰ উদ্ভাৱক ইৰাণী চিকিৎসক খোছৰ’ জামছিদীৰ নামেৰে এই যন্ত্ৰটোৰ নামকৰণ কৰা হৈছে।৪
শিশু ৰোগীৰ ক্ষেত্ৰতো জামছিদী আন্তঃঅস্থিৰ বেজী সফলতাৰে ব্যৱহাৰ কৰা হৈছে, য’ত গতানুগতিক ব্যৱস্থাৰে শিৰাৰ ৰেখা স্থাপন কৰিব পৰা নগৈছিল।
তথ্যসূত্ৰ
- ↑ Lewis, Shirley Mitchell; Bain, Barbara J.; Bates, Imelda. (2006). Dacie and Lewis practical haematology. Elsevier Health Sciences. পৃ. 124. ISBN 978-0-443-06660-3
- ↑ Gotlib, Jason R.; Fechter, Lenn. (2007). One hundred questions and answers about myelodysplastic syndromes. Jones & Bartlett Learning. পৃ. 21. ISBN 978-0-7637-5333-7
- ↑ (2006-01-01). Bone Marrow Aspiration and Biopsy. Gale Encyclopedia of Nursing and Allied Health
- ↑ SOFT TISSUE BIOPSY DEVICE - Google Patent Search
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামছিদী বেজী” প্ৰবন্ধৰ সংশোধন ৫২৪৬২৬ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।