স্বাস্থ্য আৰু চিকিৎসা
ৰোগ, চিকিৎসা, মানৱ শৰীৰ আৰু জনস্বাস্থ্য · ৩৫০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লাইপোমা
লাইপোমা (Lipoma) হৈছে fat tissueৰ পৰা গঠিত এক benign tumor। এজন ব্যক্তিৰ একাধিক লাইপোমা থকাটো সম্ভৱ।
-
লিনেট মাৰ্চ
লিনেট (লিন) মাৰ্চ'এ এম অষ্ট্ৰেলিয়াৰ এগৰাকী বাতৰোগ বিশেষজ্ঞ আৰু ক্লিনিকেল এপিডেমিঅ’লজিষ্ট। তেওঁ অষ্ট্ৰেলিয়াৰ চিডনী বিশ্ববিদ্যালয়ৰ চিকিৎসা আৰু স্বাস্থ্য অনুষদৰ বাতবিজ্ঞান আৰু পেশী-কংকাল মহামাৰীবিজ্ঞানৰ লিগিন্স অধ্যাপিকা।
-
লেক্টিফেৰাছ নলী
লেক্টিফেৰাছ নলী হৈছে এনে নলী যিয়ে একত্ৰিত হৈ স্তনবৃন্তক স্তনগ্ৰন্থিৰ লোবুলৰ সৈতে সংযোগ কৰি এটা শাখাযুক্ত ব্যৱস্থা গঠন কৰে। লেক্ট’জেনেছিছ হ’লে হৰম’নৰ প্ৰভাৱত ডাক্টেল চিষ্টেমৰ কাষেৰে স্তনবৃন্তৰ আগলৈকে মসৃণ পেশীৰ সংকোচনৰ ক্ৰিয়াৰ ফলত গাখীৰ স্তনবৃন্তলৈ স্থানান্তৰিত হয়।
-
লেৰিংজাইটিছ
মানুহৰ দেহৰ ডিঙিৰ ভিতৰত যিডাল নলীৰ মাজেৰে বতাহ চলাচকৰে তাৰ একেবাৰে আগভাগৰ অংশকে স্বৰযন্ত্ৰ বা লেৰিংছ বোলে। আমাৰ ডিঙিৰ ভিতৰত একেবাৰে ওচৰা ওচৰীকৈ দুডাল নলী আছে-এডালৰ মাজেৰে খাদ্য বস্তু আৰু আনডালৰ মাজেৰে বতাহ চলাচল কৰে।
-
শল্য−মুখা
শল্য−মুখা বা ছাৰ্জিকেল মাস্ক হৈছে চিকিৎসা সম্পৰ্কীয় কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবে স্বাস্থ্য কৰ্মীসকলৰ বাবে নিৰ্মাণ কৰা বিশেষ ধৰণৰ মুখা। ইয়াক মুখ−আৱৰণ (Face mask) বুলিও কোৱা হয়।
-
শাৰী কৰ্কট ৰোগ
শাৰী কৰ্কট ৰোগ (ইংৰাজী: Sari cancer) শাৰী পিন্ধা মহিলাৰ কঁকালৰ ৰেখাত হোৱা এক প্ৰকাৰৰ ছালৰ কৰ্কট ৰোগ৷ কঁকালত টানকৈ শাৰী পিন্ধাৰ বাবে হোৱা অহৰহ খচখচনি নাইবা জ্বলনৰ ফলত উদ্ভৱ হোৱা এই কৰ্কট ৰোগৰ ফলত ছালৰ তৰপ এৰাই যায় আৰু ছালৰ ৰং সলনি হ’ব পাৰে।
-
শ্ৰোণিৰ প্ৰদাহ ৰোগ
শ্ৰোণীৰ প্ৰদাহ ৰোগ বা পি আই ডি (Pelvic Inflammatory Disease) হ'ল পেলভিক ইনফ্লেমেটৰি ডিজিজ। সাধাৰণতে জৰায়ু, ডিম্বনলী আৰু আন প্ৰজনন অংগৰ সংক্ৰামণক এই ৰোগ বোলা হয়। এইৰোগ কেৱল মহিলাসকলৰ ক্ষেত্ৰত হোৱা দেখা যায়।
-
সহযোগিতামূলক সম্পাদনা
আক্ষৰিক অৰ্থত "একাধিক ব্যক্তিয়ে সমিলমিলেৰে একেটা কাম সমাধা কৰা কাৰ্যকে" সহযোগিতামূলক সম্পাদনা বা ইংৰাজীত "Collaborative editing" বোলা হয়। সহযোগিতামূলক সম্পাদনা সফল হ'বলৈ গোটসমূহৰ সজাগতা, অংশগ্ৰহণ আৰু সমন্বয় অতিকৈ আৱশ্যক।
-
সৰ্প সুৰা
সৰ্প সুৰা বা শ্বে জ্যউ (Snake wine) এবিধ নিচাযুক্ত পানীয়। এই পানীয়বিধ একোটা সাপ চাউলৰ পৰা প্ৰস্তুত কৰা সুৰাৰ সৈতে নিষিক্ত কৰি প্ৰস্তুত কৰা হয়। এই সুৰাবিধ পশ্চিম ঝও ৰাজ্যৰ সময়ছোৱাত (খ্ৰীষ্টপূৰ্ব ১০৪০-৭৭০) চীনত সেৱন কৰা গৈছিল বুলি প্ৰাৰম্ভিক নথিসমূহত পোৱা গৈছে।
-
হাড়ৰ জায়েণ্ট-চেল টিউমাৰ
হাড়ৰ জায়েণ্ট-চেল টিউমাৰ (Giant-cell tumor of the bone, সংক্ষেপে GCTOB) হৈছে তুলনামূলকভাৱে অগতানুগতিক এবিধ হাড়ৰ টিউমাৰ। ইয়াক মাল্টিনিউক্লিয়েটেড জায়েণ্ট-চেলৰ (অষ্টিঅ’ক্লাষ্ট সদৃশ কোষ) উপস্থিতিৰ দ্বাৰা চৰিত্ৰাংকণ কৰা হয়।
-
হানে এলবাৰ্ট
হানে এলবাৰ্ট এগৰাকী ডেনিছ ফিজিঅ’থেৰাপিষ্ট আৰু তেওঁ চিকিৎসা বিজ্ঞানত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰোঁতা। তেওঁৰ মূল গৱেষণামূলক আগ্ৰহ কঁকালৰ তলৰ অংশৰ বিষ আৰু পেলভিক গাৰ্ডলৰ বিষ।
-
হিষ্টেৰেকটমী
হিষ্টেৰেকটমী হৈছে অস্ত্ৰোপচাৰৰ দ্বাৰা জৰায়ু আঁতৰোৱাৰ পদ্ধতি। এই পদ্ধতিত কেতিয়াবা জৰায়ুৰ জৰায়ুৰ মুখ, ডিম্বাশয় (ওফ’ৰেক্টমী), ফেল’পিয়ান টিউব (ছালপিঞ্জেকটমী), আৰু চাৰিওফালৰ অন্যান্য গঠন আঁতৰোৱা আদিও হিষ্টেৰেকটমীৰ লগত জড়িত হ’ব পাৰে।
-
১০২ (এম্বুলেন্স সেৱা)
১০২ বিনামূলীয়া এম্বুলেন্স সেৱা হ'ল ভাৰতৰ এটা জৰুৰীকালীন চিকিৎসা পৰিবহণ সেৱা। ইয়াক নেচনেল এম্বুলেন্স চাৰ্ভিচ (NAS) নামেৰেও জনা যায়। এই সেৱাৰ অধীনত সকলো এম্বুলেন্সত সহায়ক জিপিএছ ব্যৱস্থা আৰু প্ৰয়োজনীয় চিকিৎসা-সঁজুলি সংযুক্ত কৰা থাকে।
-
২০২৩ চনৰ তুৰস্ক–চিৰিয়া ভূমিকম্প
২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত দক্ষিণ আৰু মধ্য তুৰস্কৰ লগতে উত্তৰ আৰু পশ্চিম ছিৰিয়াতো এটা বিপৰ্যয়জনক আৰু ধ্বংসাত্মক ৭.৮ মানৰ ভূমিকম্পই আঘাত কৰে। গাজিয়ানেপ চহৰৰ পৰা ৩৪ কিলোমিটাৰ (২১ মাইল) পশ্চিমে পুৱা ০৪:১৭ বজাত টি আৰ টি (০১:১৭ ইউটিচি)ত সংঘটিত হয়, যাৰ তীব্ৰতা একাদশ (চৰম)।
-
২০২৬ৰ উজনি অসমৰ বান
২০২৬ চনৰ ১৯ জুলাইত নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণ ঘটি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত জলপৃষ্ঠ বৃদ্ধি হয় আৰু বানৰ সৃষ্টি হয়বুলি কোৱা হৈছে যদিও আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ সূত্ৰই নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি তথ্য প্ৰকাশ কৰে।
-
ৰেট চিণ্ড্ৰোম
ৰেট চিণ্ড্ৰোম Rett syndrome হৈছে এক আনুবংশিক বিকাৰ যি সাধাৰণতে ৬-১৮ মাহ বয়সৰ পিছত আৰু কেৱল মহিলাৰ ক্ষেত্ৰতহে দেখা যায়। এই বিকাৰৰ লক্ষণবোৰৰ ভিতৰত আছে ভাষা আৰু সমন্বয়ৰ অক্ষমতা, আৰু পুনৰাবৃত্তিমূলক গতিবিধি। প্ৰভাৱিত লোকসকলৰ প্ৰায়ে ধীৰ বিকাশ, খোজ কঢ়াত অসুবিধা আৰু মুৰৰ আকাৰ সৰু হয়।
-
ৰেট-হ’ল মাইনিং
ৰেট-হ’ল মাইনিং বা ৰেট মাইনিং (Rat-hole mining) হৈছে উত্তৰ-পূব ভাৰতত কয়লা উলিওৱাৰ বাবে ব্যৱহৃত এটা প্ৰক্ৰিয়া। ইয়াত শ্ৰমিকে মাটি খন্দি সৰু ছিদ্ৰ কৰি কয়লা উলিয়ায়।
-
গৰ্ভধাৰণ
গৰ্ভধাৰণ (Pregnancy, gravidity বা gestation বুলিও কোৱা হয়) হৈছে কোনো মহিলাৰ দেহত এটা বা একাধিক অপত্য বিকশিত হোৱা সময়খিনি। বহু গৰ্ভধাৰণত একাধিক অপত্যৰ বিকাশ হয়, যেনে- যমজ সন্তান। যৌন ক্ৰিয়া অথবা সহকাৰী প্ৰজনন প্ৰযুক্তিৰ দ্বাৰা গৰ্ভধাৰণ হয়।
-
স্নায়ু তন্ত্ৰ
স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভিন্ন অংশলৈ সংকেত পৰিবহন কৰা এক অংগ তন্ত্ৰ। প্ৰায় সকলো জীৱ প্ৰজাতিৰে স্নায়ু তন্ত্ৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (CNS) আৰু প্ৰান্তীয় স্নায়ু তন্ত্ৰ (PNS) নামৰ দুটা ভাগত বিভক্ত।
-
নিউম'নিয়া
নিউম'নিয়া হৈছে একপ্ৰকাৰৰ অস্বাস্থ্যকৰ শাৰীৰিক অৱস্থা। প্ৰাথমিকভাৱে হাঁওফাঁওৰ আনুবীক্ষণিক বায়ুকোষবোৰৰ ক্ষতিসাধনৰ ফলত নিউম'নিয়া হয়। ভাইৰাছ বা বেক্টেৰিয়া আৰু অন্য কিছুমান বীজাণুৰ সংক্ৰমণ, কিছুমান দৰৱ, আৰু অন্য কিছুমান ৰোগৰ ফলত উদ্ভৱহোৱা পৰিস্থিতিৰ বাবে নিউম'নিয়া দেখা দিয়ে।
-
যোগ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
যোগই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে যোগ (গণিত): দুটা বা ততোধিক সংখ্যা লগ লগাই এটা কৰা প্ৰক্ৰিয়াৰ গাণিতিক প্ৰক্ৰিয়া। যোগাসন: দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি। যোগ দৰ্শন: ৬ মুখ্য আস্তিক হিন্দু দৰ্শনৰ অন্যতম।
-
স্বাস্থ্য
স্বাস্থ্য হৈছে কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই তেওঁলোকৰ ১৯৪৮ চনৰ সংবিধান অনুসৰি আগবঢ়োৱা স্বাস্থ্যৰ সংজ্ঞা হৈছে: "স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতাৰ বিহীন নহয়, ই হৈছে পূৰ্ণাংগ…
-
ঔষধ
ঔষধ হৈছে ৰোগৰ কাৰণ, চিকিৎসা, আৰু ৰোগ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ দৰৱ। চিকিৎসা ক্ষেত্ৰত ঔষধ এটা অতি প্ৰয়োজনীয় অংগ, ঔষধিয় বিজ্ঞানৰ ক্ৰমাগত বিকাশ আৰু ঔষধালয়বোৰৰ যথাৰ্থ পৰিচালনাৰ বাবেও ঔষধ এটা প্ৰয়োজনীয় আহিলা।
-
বিজ্ঞাপন
বিজ্ঞাপন হৈছে এক জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়। বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোচনী, টেলিলভিছন, ৰেডিও, ইণ্টাৰনেট, বিলবৰ্ড, ভিডিও গেম, দেৱাল লিখন, প'ষ্টাৰ, বেনাৰ ইত্যাদি ইত্যাদি।
-
ক্ষুদ্ৰান্ত্ৰ
ক্ষুদ্ৰান্ত্ৰ হৈছে পৌষ্টিকনলীৰ এটা অংশ। ই পাকস্থলী আৰু বৃহদান্ত্ৰৰ মাজত থাকে। খাদ্যৰ সৰ্বাধিক পাচন আৰু অৱশোষণ ইয়াতেই সংঘটিত হয়। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা প্ৰধান ভাগ আছে – ডুৱডেনাম, জেজুনাম, আৰু ইলিয়াম। অগ্নাশয়ৰ পাকস্থলী ৰস আৰু অগ্নাশয় ৰস অগ্নাশয় নলী জৰিয়তে ইয়াত প্ৰৱেশ কৰে।
-
শ্বাস তন্ত্ৰ
শ্বাসতন্ত্ৰ হৈছে সকলো প্ৰাণীৰে এক অবিচ্ছেদ্য অংগ। শ্বাসতন্ত্ৰত মূলতঃ নাক, শ্বাসনলী, হাওঁফাওঁ আদিৰে গঠিত। বিশেষ শ্বাসঅংগৰ জৰিয়তে ৰ সম্পন্ন কৰা এক। শ্বাস তন্ত্ৰৰ সহায়ত জীৱই পৰিৱেশৰ লগত আৰু ৰ বিনিময় কৰে। ৰ দৰে বোৰৰ প্ৰধান শ্বাসঅংগ হৈছে।
-
চিটি স্কেন
চিটি স্কেন বা কম্পিউটেড ট'ম'গ্ৰাফী স্কেন (computed tomography scan, সংক্ষেপে CT scan) হ'ল চিকিৎসা সেৱাৰ এক আধুনিক প্ৰযুক্তি যাৰ সহায়ত বিভিন্ন দুৰাৰোগ্য ৰোগৰ চিনাক্তকৰণ সম্ভৱ হয়।
-
জিভা
জিভা বা জিহ্বা (Tongue) মুখগহ্বৰৰ মজিয়াত এখন ডাঙৰ তথা ডাঠ মঙহাল বহিঃসাৰী (Protrusible) আৰু সংবেদনশীল জিহ্বা থাকে। জিহ্বাখন মুখগহ্বৰৰ মজিয়াত ফ্ৰিনুলাম (Frenulum) নামৰ লিগামেন্টৰ দ্বাৰা জিহ্বাখন স্তৰীভূত অধিচ্ছদীয় কোষৰ দ্বাৰা গঠিত। ইয়াৰ উপৰিভাগত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ টেমুনা থাকে।
-
টাইফইড
টাইফইড জ্বৰ, বা চমুকৈ টাইফইড (আন অসমীয়া নাম সন্নিপাত জ্বৰ) ছাল্ম'নেলা টাইফি বেক্টেৰিয়াই কৰা এবিধ সংক্ৰামক ৰোগ। সংক্ৰমণৰ ছয়ৰ পৰা ত্ৰিছ দিনৰ ভিতৰত পাতলীয়া বা গুৰুতৰ লক্ষণে দেখা দিয়ে। প্ৰায়েই লাহে লাহে কেইবাদিন ধৰি অতিপাত জ্বৰ উঠে। হাগনি কম ক্ষেত্ৰত হ'ব পাৰে আৰু বমি বেছিকৈ নহয়।
-
অন্ধত্ব
অন্ধত্ব হৈছে দৰ্শন ক্ষমতা এনে এটা অৱস্থালৈ হ্ৰাস পোৱা, য'ত সৃষ্টি হোৱা সমস্যাবোৰ সাধাৰণ যিকোনো পদ্ধতি, যেনে- চছমা ব্যৱহাৰ কৰিও সমাধান কৰিব নোৱাৰি। এইক্ষেত্ৰত চছমা অথবা কনটেক্ট লেন্স ব্যৱহাৰ কৰাত অভ্যস্থ নোহোৱাৰ ফলত হ্ৰাস পোৱা দৰ্শন ক্ষমতাকো অন্তৰ্ভুক্ত কৰা হয়।