অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰণুৱা

ৰণুৱা (Ronuwa- Who Never Surrender) হৈছে ২০২১ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত 'ৰণুৱা' নামৰ অসমীয়া ছবিখনে ২০২১ চনত ৬৭ সংখ্যক ৰজকমল বঁটা লাভ কৰিছে।

হালনাগাদ: ১ আগষ্ট ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰণুৱা (Ronuwa- Who Never Surrender) হৈছে ২০২১ চনত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত 'ৰণুৱা' নামৰ অসমীয়া ছবিখনে ২০২১ চনত ৬৭ সংখ্যক ৰজকমল বঁটা লাভ কৰিছে।১২ চিনেমাখন প্ৰযোজনা কৰিছে বৰ্ণালী ক্ৰিয়েটিভ ভিজন এণ্টাৰটেইনমেণ্টে।২

কাহিনী

‘ৰণুৱা’ চিনেমাখনৰ কাহিনীটো গুৱাহাটী চহৰত হোৱা কৃত্ৰিম বানপানীৰ ওপৰত আধাৰিত। অত্যধিক বৰষুণৰ বাবে গুৱাহাটী নগৰত সঘনে হোৱা কৃটিম বানপানীত মানুহে কেনেকৈ কষ্ট পায় চিনেমাখনত তাক দেখুওৱা হৈছে।৩

এজন ৰিক্সাচালক, যাদৱে তেওঁৰ পৰিয়ালটো পোহপাল দিবলৈ কোনোমতে কেইটকামান উপাৰ্জন কৰে। তাৰে তেওঁ আৰু তেওঁৰ পত্নী মাকনে তেওঁলোকৰ সন্তানক সুশিক্ষিত ৰূপত চাবলৈ বিচাৰে যাতে তেওঁলোকৰ সপোনবোৰ সিহঁতে পূৰণ কৰিব পাৰে। কিন্তু, গুৱাহাটীত হোৱা বানপানীয়ে তেওঁলোকৰ জীৱনলৈ ধ্বংস মাতি আনে। চমুকৈ এয়াই হৈছে ৰণুৱা চিনেমাখনৰ কাহিনী।৪

অভিনয় শিল্পী

  • ৰাজীৱ ক্ৰ’
  • প্ৰণামী বৰা
  • বৰ্ণালী দত্ত
  • ৰ’দালি বৰা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (২৫ অক্টোবৰ,২০২১). ৰজতকমল বঁটাৰে উজলিল চন্দ্ৰ মুদৈ পৰিচালিত অসমীয়া বোলছবি ৰণুৱা. www.etvbharat.com/
  2. ↑ (22 MAR 2021). 67th National Film Awards announced. Ministry of Information & Broadcasting
  3. ↑ (October 25, 2021). Assam: Chandra Mudoi’s ‘Ronuwa’ brings home National Award. www.eastmojo.com/
  4. ↑ Ronuwa (2021). www.reeldrama.com/

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰণুৱা” প্ৰবন্ধৰ সংশোধন ৫২৯১৬৯ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।