অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাম্যা বেহাৰা

ৰাম্যা বেহাৰা এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে মূলতঃ তেলেগু ছবিত কাম কৰে। তেলেগু, কানাড়া, তামিল, মালয়ালম আৰু হিন্দী ছবিত তেওঁ ১৮০ টাতকৈও অধিক গীত গাইছে। তেলেগু ছবি “বাহুবলী: দ্য বিগিনিঙ”ৰ (২০১৫) "ধীৱৰা" তেওঁৰ সফল গীত আছিল।

হালনাগাদ: ১৬ জুন ২০২৬ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ৰাম্যা বেহাৰা এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে মূলতঃ তেলেগু ছবিত কাম কৰে। তেলেগু, কানাড়া, তামিল, মালয়ালম আৰু হিন্দী ছবিত তেওঁ ১৮০ টাতকৈও অধিক গীত গাইছে।১ তেলেগু ছবি “বাহুবলী: দ্য বিগিনিঙ”ৰ (২০১৫) "ধীৱৰা" তেওঁৰ সফল গীত আছিল।২

বেহাৰাৰ জন্ম ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰ জিলাৰ নৰসৰাওপেটত৩৪ আৰু ডাঙৰ-দীঘল হৈছিল হায়দৰাবাদত।৫ তেওঁ উল্লেখ কৰে যে তেওঁৰ গায়কীৰ প্ৰতি থকা আকৰ্ষণ সপ্তম শ্ৰেণীত পঢ়ি থকাৰ পৰাই আৰম্ভ হৈছিল। তেওঁ লিটিল মিউজিক একাডেমীলৈ যায় আৰু ৰামাচাৰীৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰে।৬ এম.এম.কীৰৱানীয়ে তেওঁক ছবিৰ সৈতে পৰিচয় কৰাই দিছিল।৭ বেহাৰাৰ প্ৰথম গীতটো তেলেগু ছবি “ভেংগামাম্বা”ৰ বাবে বাণীবদ্ধ কৰা হৈছিল।৮

তথ্যসূত্ৰ

  1. ↑ (2021-11-21). Telugu Singer: తెలుగునాట అద్భుతమైన పాటలు పాడుతూ దూసుకుపోతున్న ఈ సింగర్ ఎవరో గుర్తుపట్టారా.?. TV9 Telugu
  2. ↑ Pasupuleti, Priyanka. Ramya Behara, singing her way into limelight. Telangana Today
  3. ↑ (2015-01-29). Baby's Telugu connection. Deccan Chronicle
  4. ↑ టీవీ: సింగర్ రమ్య బెహరా గురించి మీకు తెలియని మరికొన్ని విషయాలు.. indiaherald.com
  5. ↑ (2016-04-16). కొత్తకోకిలలు. Sakshi
  6. ↑ (12 November 2018). Ramya Behara Husband, Wiki, Parents, Family, Marriage, Bio, Images and More
  7. ↑ (2015-01-29). Baby's Telugu connection. Deccan Chronicle
  8. ↑ Special Interview With Singer Ramya Behara · · Kotha Koyilalu · · Part-01 · · Vanitha TV. YouTube

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম্যা বেহাৰা” প্ৰবন্ধৰ সংশোধন ৬১২৪৮৬ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।