অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হৈমন্তীৰ ইতিকথা

বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ "হৈমন্তী" চুটিগল্পৰ আধাৰত নিৰ্মিত ২০২৪ চনৰ বাংলাদেশী পূৰ্ণদৈৰ্ঘ্যৰ ছবি হৈমন্তীর ইতিকথা ৷ ইয়াৰ ৰচনা আৰু পৰিচালক মিৰ্জা সাখাৱত হোছেইন। ছাইফ খান, ঐশিকা ঐশি, ঝুনা চৌধুৰী আৰু ৰাছেদা চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। যিটো ২০২৪ চনৰ ১৮ অক্টোবৰত ছবিগৃহত মুক্তি পাইছিল।

হালনাগাদ: ২ এপ্ৰিল ২০২৫ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ "হৈমন্তী" চুটিগল্পৰ আধাৰত নিৰ্মিত ২০২৪ চনৰ বাংলাদেশী পূৰ্ণদৈৰ্ঘ্যৰ ছবি হৈমন্তীর ইতিকথা ৷ ১ ইয়াৰ ৰচনা আৰু পৰিচালক মিৰ্জা সাখাৱত হোছেইন। ছাইফ খান, ঐশিকা ঐশি, ঝুনা চৌধুৰী আৰু ৰাছেদা চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। যিটো ২০২৪ চনৰ ১৮ অক্টোবৰত ছবিগৃহত মুক্তি পাইছিল। ২ ৩

তথ্যসূত্ৰ

  1. ↑ (2024-10-18). ‘Hoimontir Itikotha’ hits theatres today. The Daily Star
  2. ↑ ২৬শে জুলাই ২০২৪, মুক্তি ‘হৈমন্তীর ইতিকথা’. মানবজমিন
  3. ↑ রিপোর্টার, স্টাফ. (১৬ অক্টোবর ২০২৪). ১৮ই অক্টোবর মুক্তি ‘হৈমন্তীর ইতিকথা’. মানবজমিন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৈমন্তীৰ ইতিকথা” প্ৰবন্ধৰ সংশোধন ৫০১৪৭২ (২ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।