অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰোগন জোছ (চুটিছবি)

ৰোগন জোছ (Rogan Josh) হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চুটিছবি। ২৬/১১ ত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে কিদৰে এটা পৰিয়ালৰ সোণালী জীৱনযাত্ৰা ব্যাহত কৰি তুলিলে তাকেই চুটিছবিখনত দাঙি ধৰিছে।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৩ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৰোগন জোছ (Rogan Josh) হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চুটিছবি। ২৬/১১ ত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে কিদৰে এটা পৰিয়ালৰ সোণালী জীৱনযাত্ৰা ব্যাহত কৰি তুলিলে তাকেই চুটিছবিখনত দাঙি ধৰিছে। সঞ্জীৱ ভিগে পৰিচালনা কৰা চুটিছবিখন ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ আত্মীয়লৈ উৰ্চ্ছগা কৰা হৈছে।১

অভিনয়ত

  • নাচিৰুদ্দিন শ্বাহ
  • অৱন্তিকা আকেৰকাৰ
  • ভুৱন অৰোৰা
  • নিখিল পাণ্ডে
  • শিশিৰ শৰ্মা
  • শ্ৰীশ্বৰ
  • খুছবু উপাধ্যায় ২

বাহ্যিক সংযোগ

ইউটিউৱত ৰোগন জোচ

তথ্যসূত্ৰ

  1. ↑ Watch: A birthday dinner brings up old memories in short film ‘Rogan Josh’. scroll.in
  2. ↑ Full Cast & Crew. IMDB

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চুটিছবিপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোগন জোছ (চুটিছবি)” প্ৰবন্ধৰ সংশোধন ৩৪৪৮৭০ (৮ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।