অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হিৰকণী

হিৰকণী ( Hirkani ) ২০১৯ চনৰ, প্ৰসাদ অক পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন ঐতিহাসিক নাট্যধৰ্মী ছবি। ইৰাডা এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজনা কৰিছে ফাল্গণী পেটেলে। সহ-প্ৰযোজক লৰেন্স ডিছুজা। ছবিখনক আৰ্থিক সাহায্য প্ৰদান কৰিছেৰাজেশ মাপুস্কৰে। সোণালী কুলকাৰ্ণীয়ে হিৰকণীৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ৮ মে’ ২০২৫ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

হিৰকণী ( Hirkani ) ২০১৯ চনৰ, প্ৰসাদ অক পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন ঐতিহাসিক নাট্যধৰ্মী ছবি। ইৰাডা এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজনা কৰিছে ফাল্গণী পেটেলে। সহ-প্ৰযোজক লৰেন্স ডিছুজা। ছবিখনক আৰ্থিক সাহায্য প্ৰদান কৰিছেৰাজেশ মাপুস্কৰে।১২ সোণালী কুলকাৰ্ণীয়ে হিৰকণীৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে। হিৰকণী এগৰাকী সাহসী মহিলা আৰু এক অদ্ভূত মাক। ছত্ৰপতি শিৱাজী মহাৰাজৰ শাসনকালত মহাৰাষ্ট্ৰৰ ৰায়গড় দুৰ্গৰ ওচৰত তেওঁ বাস কৰিছিল। ছবিখনত চিন্ময় মাণ্ডলেকাৰেও এটা কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখন প্ৰসাদ অকৰ দ্বিতীয় পৰিচালক।৩ ছবিখনৰ সংগীত ৰচনা অমিতৰাজৰ আৰু চাউণ্ডট্ৰেকত আশা ভোছলেৰ ভক্তিমূলক গীত সন্নিবিষ্ট কৰা হৈছে।

ঐতিহাসিক ছবিখনৰ চিত্ৰগ্ৰহণ ২০১৯ চনৰ ২ জুন তাৰিখে আৰম্ভ হয়।৪ ২০১৯ চনৰ ২৪ অক্টোবৰত ইয়াক ছবিগৃহত মুক্তি দিয়া হয়।৫ হিৰকণীয়ে বক্স অফিচত প্ৰায় ১৪ কোটি টকা উপাৰ্জন কৰে।৬

তথ্যসূত্ৰ

  1. ↑ 'Hirkani' first look poster: Sonalee Kulkarni nails her look as 'Hirkani'
  2. ↑ (10 September 2019). Hirkani song Shivrajyabhishek Geet celebrates Maharashtra's folk music - Watch video. Box Office India
  3. ↑ (10 September 2019). Hirkani song Shivrajyabhishek Geet celebrates Maharashtra's folk music - Watch video. Box Office India
  4. ↑ 'Hirkani' - Times of India. The Times of India
  5. ↑ (24 September 2019). 'Hirkani' BTS: Director Prasad Oak shares a picture of film's clapboard. The Times of India
  6. ↑ (25 September 2019). SONALEE KULKARNI TO ESSAY THE ROLE OF HIRKANI IN PRASAD OAK'S NEXT. Pune Mirror

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰমাৰাঠী চলচ্চিত্ৰ২০১৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিৰকণী” প্ৰবন্ধৰ সংশোধন ৫০৬৭৩৬ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।