অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হৰে কাঁচ কি চুড়ীয়াঁ

হৰে কাঁচ কি চুড়ীয়াঁ (Hare Kanch Ki Chooriyan) ১৯৬৭ চনৰ এখন হিন্দী, সামাজিক, পাৰিবাৰিক নাট্যধৰ্মী ছবি। পৰিচালনা আৰু প্ৰযোজনা কৰিছে কিশোৰ সাহুৱে। কিশোৰ সাহু কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনাও কিশোৰ সাহুৰ। কিশোৰ সাহু শংকৰ জয়কিষাণে সংগীত ৰচনা কৰাৰ বিপৰীতে গীতৰ কথা লিখিছিল হছৰৎ জয়পুৰী আৰু শৈলেন্দ্ৰই।

হালনাগাদ: ৮ মে’ ২০২৫ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

হৰে কাঁচ কি চুড়ীয়াঁ (Hare Kanch Ki Chooriyan) ১৯৬৭ চনৰ এখন হিন্দী, সামাজিক, পাৰিবাৰিক নাট্যধৰ্মী ছবি। পৰিচালনা আৰু প্ৰযোজনা কৰিছে কিশোৰ সাহুৱে।১ কিশোৰ সাহু কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনাও কিশোৰ সাহুৰ।২ কিশোৰ সাহু শংকৰ জয়কিষাণে সংগীত ৰচনা কৰাৰ বিপৰীতে গীতৰ কথা লিখিছিল হছৰৎ জয়পুৰী আৰু শৈলেন্দ্ৰই।৩ কিশোৰ সাহু সাহুৱে তেওঁৰ কন্যা নাইনা সাহুক মূল নায়িকাৰ চৰিত্ৰ হিচাপে উপস্থাপন কৰে আৰু এইখন ছবিৰ যোগেদি নাইনাই চলচ্চিত্ৰ অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।৪ কিশোৰ সাহু অন্য মুখ্য চৰিত্ৰত আছিল বিশ্বজীত, শিৱ কুমাৰ, নাজিৰ হুছেইন, ৰাজেন্দ্ৰনাথ, হেলেন আৰু ললিতা পাৱাৰ।৫

কাহিনীটো এগৰাকী যুৱতী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী মোহিনীক (নেইনা সাহু) লৈ আৱৰ্তিত, যি অবিবাহিত অৱস্থাত গৰ্ভৱতী হয় আৰু জীৱন আমূলভাৱে সলনি হৈ যায়। এগৰাকী অবিবাহিত মাতৃ হিচাপে সমাজ আৰু বন্ধু-বান্ধৱীয়ে পৰিহাৰ কৰাৰ পিছতো তেওঁ দৃঢ়ভাবে সমাজৰ সন্মুখীন হোৱাৰ সংকল্পৰ লয়।

তথ্যসূত্ৰ

  1. ↑ Hare Kanch Ki Chooriyan. gomolo.com
  2. ↑ Peter Cowie. (1977). World Filmography: 1967. Fairleigh Dickinson Univ Press. পৃ. 264–. ISBN 978-0-498-01565-6
  3. ↑ Hare Kanch Ki Chooriyan. lyricsbogie.com. Lyrics Bogie.com
  4. ↑ (1967). Shankar's Weekly
  5. ↑ Hare Kanch Ki Chooriyan. citwf.com. Alan Goble

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ১৯৬৭ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰে কাঁচ কি চুড়ীয়াঁ” প্ৰবন্ধৰ সংশোধন ৫০৬৭৬৪ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।