মুক্তিৰ সময়সূচী অনুযায়ী
জানুৱাৰী - মাৰ্চ
| # | মুক্তি | শিৰোনাম | পৰিচালক | অভিনয়ত | চলচ্চিত্ৰ শৈলী | CBFC | Ref. |
|---|
| ১ | ৬ জানুৱাৰী | কোঁৱৰপুৰৰ কোঁৱৰ | ৰাজেশ ভূঞা | নয়ন নীলিম, তাপশ্ৰী কলিতা, অমৃতা গগৈ, উৎপল দাস, হিৰণ্য ডেকা | ৰোমাঞ্চ, এক্সন | U | |
| ২ | ১৩ জানুৱাৰী | দূৰ | কংকণ ৰাজখোৱা | উদয়ন দুৱৰা, অচিন্ত শংকৰ, অমৃতা গগৈ, বিজু ফুকন, বিষ্ণু খাৰঘৰীয়া | ৰোমাঞ্চ, নাটক | U | |
| ৩ | ২০ জানুৱাৰী | ছাকিৰা আহিব বকুলতলৰ বিহুলৈ | হিমাংশু প্ৰসাদ দাস | হিমাংশু প্ৰসাদ দাস, প্ৰণামী বৰা, অখিম কৃষ্ণ বৰুৱা, সিদ্ধাৰ্থ মূখাৰ্জী, জ্যোতি নাৰায়ণ নাথ, চন্দন দাস, অপূৰ্ব বৰ্মণ | নাটক | U | ১ |
| ৪ | ১৭ ফেব্ৰুৱাৰী | বিউটিফুল লাইভছ | কংকণ ডেকা | বলোৰাম দাস, পাকীজা বেগম, অশ্ৰুমণি বৰা, জুৰি দত্ত | নাটক | A | ২ |
| ৫ | ৩ মাৰ্চ | মৃগনাভি | হেমেন দাস | প্ৰস্তুতি পৰাশৰ, নিপন গোস্বামী, ৰাজীৱ গোস্বামী, মাধুৰিমা চৌধুৰী | নাটক | U | |
| ৬ | ২৪ মাৰ্চ | ৰাফ্ এণ্ড টাফ্ | মণি সিনহা | গুঞ্জন ভৰদ্বাজ, গাৰ্গী কৃষ্টি, দেৱজিত মজুমদাৰ, ৰুপম চক্ৰৱৰ্তী | ৰোমাঞ্চ | U | |
| ৭ | ৩১ মাৰ্চ | অথেলো (চলচ্চিত্ৰ) | হেমন্ত কুমাৰ দাস | অৰূপ বৈশ্য, জুপিতৰা ভূঞা, অৰুণ নাথ | নাটক | U | |
এপ্ৰিল - জুন
| # | মুক্তি | শিৰোনাম | পৰিচালক | অভিনয়ত | চলচ্চিত্ৰ শৈলী | CBFC | Ref. |
|---|
| ৮ | ১৯ এপ্ৰিল | লোকেল কুং ফু ২ | কেনি বসুমতাৰী | উত্কল হাজোৱাৰী, কেনি বসুমতাৰী, ঈপ্সিতা হাজৰিকা, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, বিভূতি ভূষণ হাজৰিকা | ব্যংগ, এক্সন | U | ৩ |
| ৯ | ৫ মে' | অন্তৰীণ | মঞ্জুল বৰুৱা | উৰ্মিলা মহন্ত, অৰুণ নাথ, বলোৰাম দাস, দেৱব্ৰত বৰঠাকুৰ, ময়ূখ শৰ্মা, হিমাংশু দাস | নাটক | U | ৪ |
| ১০ | ১৯ মে' | ছয় গাওঁৰ চম্পা | চন্দ্ৰ মুদৈ | অমৃতা গগৈ, জয় ভট্টাচাৰ্য্য, পৌলমী বেনাৰ্জী, বিশ্বজিত চক্ৰবৰ্তী | ব্যংগ, নাটক | U | |
| ১১ | ৯ জুন | চাকনৈয়া | নৱ কুমাৰ নাথ | ধনঞ্জয় দেবনাথ, প্ৰণামী বৰা, হিমাংশু প্ৰসাদ দাস | নাটক | U | |
| ১২ | ১৬ জুন | শেষ অংগীকাৰ | প্ৰণয় ফুকন | নিপন গোস্বামী, জয়ন্ত ভাগৱতী, ৰেবা ফুকন, নয়ন নীলিম, পল ফুকন | নাটক | U | |
জুলাই - ছেপ্তেম্বৰ
| # | মুক্তি | শিৰোনাম | পৰিচালক | অভিনয়ত | চলচ্চিত্ৰ শৈলী | CBFC | Ref. |
|---|
| ১৩ | ৭ জুলাই | দূৰণিৰ নিৰলা পঁজা | ধ্ৰুৱ জে বৰদলৈ | মিন্টু ডেকা, জয়শ্ৰী গোস্বামী | নাটক | U | |
| ১৪ | ২৮ জুলাই | অজানিতে | ডিম্বেশ্বৰ গগৈ | প্ৰবীৰ ৰাজখোৱা, সুস্মিতা কানিলণ্ডী | ৰোমাঞ্চ, নাটক | U | |
| ১৫ | ৮ ছেপ্তেম্বৰ | মিছন চাইনা | জুবিন গাৰ্গ | জুবিন গাৰ্গ, দীপলিনা ডেকা, সিদ্ধাৰ্থ নিপন গোস্বামী, য়ানকী পৰাশৰ, পবিত্ৰ ৰাভা | এক্সন, ৰহস্য | U/A | ৫ |
| ১৬ | ২২ ছেপ্তেম্বৰ | তুমি আহিবানে | প্ৰেৰণা বৰবৰুৱা | ৰবি শৰ্মা, বৰষা ৰাণী বিষয়া, গুঞ্জন ভৰদ্বাজ, মুনমী ফুকন | ৰোমাঞ্চ, নাটক | U | |
| ১৭ | ২৯ ছেপ্তেম্বৰ | ক্ষোভ | হিৰেণ বৰা | বিষ্ণু খাৰঘৰীয়া, নিপন গোস্বামী, নিশিতা গোস্বামী, অপৰ্ণা দত্ত চৌধুৰী, ৰীতা বৰা | নাটক | U | |
অক্টোবৰ - ডিচেম্বৰ
| # | মুক্তি | শিৰোনাম | পৰিচালক | অভিনয়ত | চলচ্চিত্ৰ শৈলী | CBFC | Ref. |
|---|
| ১৮ | ৬ অক্টোবৰ | এই মাটিতে | সীতানাথ লহকৰ | সীতানাথ লহকৰ, অমৰজ্যোতি চৌধুৰী, মনিষা গোস্বামী, ৰূপম চেতীয়া, মীনা ইংতি, শশাংক সমীৰ | নাটক | | |
| ১৯ | ২৭ অক্টোবৰ | মাজ ৰাতি কেতেকী | শান্ত্বনা বৰদলৈ | আদিল হুছেইন, ছাকিল ইমটিয়াজ, মহেন্দ্ৰ ৰাভা, সুলক্ষণা বৰুৱা | নাটক | | |
| ২০ | ১ ডিচেম্বৰ | শৈশৱতে ধেমালিতে | বিদ্যুত কটকী | ভিক্টৰ বেনাৰ্জী, দীপান্বিতা শৰ্মা, নকুল বৈদ, নাৱেদ আছলাম, নিপন গোস্বামী, নিকুমণি বৰুৱা | নাটক | | |
| ২১ | ৮ ডিচেম্বৰ | খলনায়িকা | হেমন্ত নীলিম দাস | ফিয়াৰীপ্ৰিয়া আহমেদ, গগণ শৰ্মা, জয়ন্ত নেগী, আলোক শৰ্মা | নাটক, ৰহস্য | | |
অনিৰ্ধাৰিত
| শিৰোনাম | পৰিচালক | ষ্টুডিঅ' | অভিনয়ত | চলচ্চিত্ৰ শৈলী |
|---|
| কেলেণ্ডাৰ | হিমজ্যোতি তালুকদাৰ | এনাজৰী টকীজ | অৰুণ নাথ, গুঞ্জন ভৰদ্বাজ, মলয়া গোস্বামী | নাটক |
| মায়াবিনী | ৰিতুৰাজ দত্ত | ৰিতু ৰং মাল্টিমিডিয়া | অলিশ্মিতা গোস্বামী, কোকিল শইকীয়া | ৰোমাঞ্চ |
| তুমি মোক ফাঁকি দিলা | হাডিফ আহমেদ | এইচ ডি প্ৰডাকচনছ | গুঞ্জন ভৰদ্বাজ, নয়ন নিৰ্বাণ বৰুৱা, কল্পনা কলিতা | ৰোমাঞ্চ, এক্সন, নাটক, ব্যংগ |
| গেংগছ্ অৱ ন'ৰ্থ ইষ্ট | ৰূপক গগৈ | এ এম টেলিভিছন | বিবেক বৰা, ৰেৱতী ছেত্ৰী | এক্সন |
| ঢৌ - দ্য ৱেভ্ | লক্ষ্মীনন্দন পেগু, প্ৰবীণ বসুমতাৰী | এল. এন. প্ৰডাকচন | আদি, নিবেদিতা | ৰোমাঞ্চ, এক্সন |
| তুমি | ৰাজীৱ দত্ত | | নীৰৱ, অনন্যা কাশ্যপ | ৰোমাঞ্চ |
| প্ৰিয়াৰ প্ৰিয় | মুনিন বৰুৱা | আজান পিকচাৰছ্ | জুবিন গাৰ্গ, সুনীতা কৌশিক | ৰোমাঞ্চ |
| দ্য আন্ডাৰৱ'ৰ্ল্ড | ৰাজেশ যশপাল | এৰ'জ ইন্টাৰনেশ্যনেল, ৰাগা ফিল্মছ্ | জুবিন গাৰ্গ, পৰিণীতা বৰঠাকুৰ | নাটক |
| সীমা: দ্য ষ্টৰী আনটোল্ড | হেমন্ত দাস | | | নাটক, ঐতিহাসিক |
| চোৰ: দ্য বাইচাইকেল | খঞ্জন কিশোৰ নাথ | এ এম টেলিভিছন, ৰামধেনু ফিল্মছ্ | অময়া হাজৰিকা, জীতেন বৰা, শচীন নাথ, গুঞ্জন শইকীয়া, পক্তিম গায়ন, অভিলাশা কাকতি | নাটক |
| ধম ধমা ধম | মণি সিনহা | আৰ বি কে প্ৰডাকচন | ৰূপক চক্ৰবৰ্তী, কল্পনা কলিতা | ৰোমাঞ্চ, ব্যংগ |
| ভোলা বোম ভোলা | চন্দ্ৰ মুদৈ | | বিবেক বৰা, মণিমালা বৰা, দীপলিনা ডেকা | ক্ৰীড়া, নাটক |
| নিজানৰ গান | মুন্না আহমেদ | এ আৰ ইন্টাৰনেশ্যনেল | যতীন বৰা, আইমী বৰুৱা,অনন্যা পাচনী, অমৃতা গগৈ | ৰোমাঞ্চ |
| সন্ধিক্ষণ | এম. মণিৰাম | এ এম টেলিভিছন, মোৰাংথেম মুভীজ্ | সৌৰভ হাজৰিকা, দৰ্শনা বৰা, ৰাজেন শৰ্মা | সামাজিক, নাটক |
| ৰাম ভোডকা হুইস্কী | প্ৰশান্ত শইকীয়া | বিনা ইন্টাৰনেশ্যনেল | উদয়ন দুৱৰা | নাটক |