অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৱাৰ্খা শিৰ

ৱাৰ্খা শিৰ এক নাৰী মূৰ্ত্তি। এই নাৰী মূৰ্ত্তি ৩০০০ খ্ৰীঃ পূৰ্বৰ আগতে উৰোকত (Uruk) বগা মাৰ্বলত খোদিত হৈছিল। ইয়াৰ চকুত সম্ভৱ নীল পাথৰ (lapis lajuli) আৰু শ্বেত খোলা (shell) আৰু চেলাউৰিত ক'লা আলকাতৰা (bitumen) লগোৱা হৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৱাৰ্খা শিৰ এক নাৰী মূৰ্ত্তি। এই নাৰী মূৰ্ত্তি ৩০০০ খ্ৰীঃ পূৰ্বৰ আগতে উৰোকত (Uruk) বগা মাৰ্বলত খোদিত হৈছিল। ইয়াৰ চকুত সম্ভৱ নীল পাথৰ (lapis lajuli) আৰু শ্বেত খোলা (shell) আৰু চেলাউৰিত ক'লা আলকাতৰা (bitumen) লগোৱা হৈছিল। ৱাৰ্খা শিৰ এক বিশ্ব বিখ্যাত ভাস্কৰ্যৰ নিদৰ্শন আৰু নাৰীৰ মুখমণ্ডল থুতৰি আৰু গালৰ সূক্ষ্ম, সুকোমল সুন্দৰ নিৰ্মাণৰ বাবে উচ্চ প্ৰশংসিত। ই সম্ভৱ টান পাথৰত নিৰ্মিত। ১ ২

তথ্যসূত্ৰ

  1. ↑ Stokstad, Marilyn. (2018). Art History. Pearson. পৃ. 29–30, 33. ISBN 9780134479279
  2. ↑ (২০১৩). বুৰঞ্জী (বিশ্ব ইতিহাসৰ কিছু বিষয়). অসম বুক ডিপো. পৃ. ২৭

সম্পৰ্কিত শ্ৰেণী

ভাস্কৰ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাৰ্খা শিৰ” প্ৰবন্ধৰ সংশোধন ৬৩১১১১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।