হ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।১ 'হ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'হ' উচ্চাৰণ কৰোতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (হ যোগ)
হ + ণ = হ্ণ = মধ্যাহ্ণ
হ + ন = হ্ন = প্ৰাহ্ণ/চিহ্ন
হ + ব = হ্ব = জিহ্বা
হ + ম = হ্ম = ব্ৰহ্মপুত্ৰ
হ + য = হ্য = সহ্য
হ + ৰ = হ্ৰ = হ্ৰদ/হ্ৰাস
হ + ল = হ্ল = প্ৰহ্লাদ
'হ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
- হাতী
- হনুমান
- হলৌ বান্দৰ
- হাত
- হাবি
- হৰি
- হাঁহ
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হ” প্ৰবন্ধৰ সংশোধন ৪৬৯৬০৭ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।