১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত প্ৰথম অসমীয়া ছবি জয়মতী। 'চিত্ৰলেখা মুভিটোন'ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি ১ আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়।২
| বৰ্ষ | ছবি | পৰিচালক | প্ৰযোজক | মুক্তিৰ তাৰিখ |
|---|---|---|---|---|
| ১৯৩৫ | জয়মতী | জ্যোতিপ্ৰসাদ আগৰৱালা | জ্যোতিপ্ৰসাদ আগৰৱালা | ১০ মাৰ্চ |
| ১৯৩৯ | ইন্দ্ৰমালতী | জ্যোতিপ্ৰসাদ আগৰৱালা | জ্যোতিপ্ৰসাদ আগৰৱালা |
তথ্য সংগ্ৰহ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৪১৪৪০ (২৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।