বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
১৬ মাৰ্চ
১৭৮৯ - গিয়ৰ্গ ছিমন ওম, জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ। ১৯০১ - চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। ১৯৩৫ - ৱাজিদা তাবাচ্চুম, ভাৰতীয় লেখিকা, কবি আৰু গীতিকাৰ। ১৯৪৩ - দিলীপ কুমাৰ বৰুৱা, অসমীয়া শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ।
-
১৭ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
১৭ মে'
১৫৪০ - শ্বেৰশ্বাহে কনৌজৰ যুদ্ধত হুমায়ুনক পৰাজিত কৰে। ১৯৯৬ - সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক ৩৫ বছৰ বয়সত গুৱাহাটীৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। ২০০১ - তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
-
১৮ ফেব্ৰুৱাৰী
১৮ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৬টা দিন (অধিবৰ্ষত ৩১৭ দিন) বাকী থাকে।
-
১৮ মাৰ্চ
১৯২২ - ৰবীন দে, অসমীয়া থ্ৰিলাৰ ঔপন্যাসিক আৰু অভিনেতা। ১৯২৬ - অক্কিতম অচ্যুতম নম্বুথিৰী, ভাৰতীয় সাহিত্যিক। ১৯৩৮ - শশী কাপুৰ, ভাৰতীয় অভিনেতা। ১৯৪৯ - অৰ্চনা মহন্ত, অসমীয়া কণ্ঠশিল্পী। ১৯৫৬ - অৰুন্ধতী ভট্টাচাৰ্য্য, ভাৰতীয় বেংকাৰ আৰু ভাৰতীয় ষ্টেট বেংকৰ ভূতপূৰ্ব অধ্যক্ষ।
-
২ মাৰ্চ
২ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬০ তম (অধিবৰ্ষত ৬১ তম) দিন।
-
২০ ফেব্ৰুৱাৰী
২০ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৪টা দিন (অধিবৰ্ষত ৩১৫ দিন) বাকী থাকে।
-
২০০০ চনত দেশভিত্তিক জনসংখ্যাৰ তালিকা
এই তালিকাখন ২০০০ চনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আনুমানিকভাৱে প্ৰস্তুত কৰা হৈছে। সাম্প্ৰতিক কালৰ আনুমানিক তথ্যৰ বাবে চাওক জনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা এইখন ২০০০ চনৰ জনসংখ্যাৰ তালিকা। এই তালিকা খনত ২০০ চনৰ ঠিক আৰম্ভণিৰ সময়ৰ পৃথিৱীৰ বিভিন্ন দেশৰ জনসংখ্যাৰ তথ্য সমূহ সন্নিৱিষ্ট কৰা হৈছে।
-
২০০৫ চনত দেশভিত্তিক জনসংখ্যাৰ তালিকা
এইখন ২০০৫ চনত দেশভিত্তিক জনসংখ্যাৰ তালিকা। সাম্প্ৰতিক কালৰ তথ্যৰ বাবে জনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা চাওক। এইখন স্বাধীন ৰাষ্ট্ৰসমূহ, আন ৰাষ্ট্ৰৰ অধীনৰ অঞ্চল আৰু বিশেষ প্ৰশাসনীয় অঞ্চলসমূহৰ জনসংখ্যাৰ তালিকা, ১ জুলাই, ২০০৫ চনৰ মতে (সংখ্যাসমূহ ১০০০ লৈ মোটামুটি কৰা হৈছে)।
-
২১ মাৰ্চ
১৮২৯ - স্পেইনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত। ১৮৩৬ - কলকাতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হয়। ১৮৫৭ - টকিঅ'ৰ ভূমিকম্পত ১ লাখ ৭ হাজাৰ মানুহৰ মৃত্যু হয়। ১৯৯০ - দক্ষিণ আফ্ৰিকাৰ পৰা নামিবিয়াই স্বাধীনতা লাভ কৰে। ২০০৬ - টুইটাৰ প্ৰতিষ্ঠিত হয়। ১৬৮৫ - জোহান চেবাষ্টিয়ান বাক, জাৰ্মান সাহিত্যিক।
-
২২ জুন
১৮৪৪ - ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়। ১৯০৬ - চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল। ১৯১১ - পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল। ১৯৪১ - দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েত ৰাছিয়াক আক্ৰমণ কৰিছিল। ১৮০৭ - নাথান ব্ৰাউন, আমেৰিকান বেপ্তিষ্ট মিছনেৰী।
-
২৩ ফেব্ৰুৱাৰী
২৩ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১১টা দিন (অধিবৰ্ষত ৩১২ দিন) বাকী থাকে।
-
২৪ মাৰ্চ
২৪ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮৩ তম (অধিবৰ্ষত ৮৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৬ অক্টোবৰ
১৯৩৯ - পাৰ্থ চট্টোপাধ্যায়, বঙালী সাহিত্যিক আৰু সাংবাদিক। ১৯৪২ - উপেন্দ্ৰ বৰকটকী, অসমীয়া সাহিত্যিক। ১৯৮৫ - আচিন থত্তুমকাল, ভাৰতীয় অভিনেত্ৰী আৰু ভাৰত নাট্যম নৃত্যশিল্পী। ২০০২ - জেৰেমী লালৰিন্নুংগা, ভাৰতীয় ভাৰোত্তোলক। ১৯৬১ - চন্দ্ৰধৰ বৰুৱা, কবি তথা অসম সাহিত্য সভাৰ সভাপতি।
-
২৮ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৮ মাৰ্চ
১৯২৭ - বীণা মজুমদাৰ, ভাৰতীয় শিক্ষাবিদ। ১৯২৮ - আলেকজেণ্ডাৰ গ্ৰথেণ্ডিক, ফৰাচী গণিতজ্ঞ। ১৯৪৯ - মাইকেল ডব্লিউ. ইয়ং, আমেৰিকান বংশগতি বিজ্ঞানী। ১৯৫৬ - স্বাতী পিৰামল ভাৰতীয় বিজ্ঞানী। ১৯৬৮ - মেক্সিম গৰ্কী, ৰাছিয়ান আৰু ছোভিয়েট লিখক। (মৃত্যু: ১৮ জুন, ১৯৩৬) ১৯৭৯ - শাকিৱ খান, বাংলাদেশী অভিনেতা।
-
২৮ মে'
১৭৪২ - লণ্ডনৰ প্ৰথম আভ্যন্তৰিণ সাতোৰাপুখুৰী (চুইমিংপুল) আৰম্ভ। ১৯৯৬ - এইচ ডি দেৱেগৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। ২০২৩ - ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে। ১৮৮৩ - বিনায়ক দামোদৰ সাভাৰকাৰ, হিন্দু মহাসভাৰ সদস্য।
-
২৯ অক্টোবৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৯ মাৰ্চ
২০১৫ - অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত একাদশ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেল অনুষ্ঠিত হয়। নিউজিলেণ্ডক ৭ উইকেটত পৰাজিত কৰি অষ্ট্ৰেলিয়া ৫ম বাৰৰ বাবে চেম্পিয়ন হয়। ১৯২৯ - উৎপল দত্ত, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু লেখক। ১৯৩৩ - মীনা স্বামীনাথন, ভাৰতীয় শিক্ষাবিদ।
-
৩ মে'
১৮৩৭ - এথেন্স বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় গ্ৰীচত। ১৯১৩ - প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰ মুক্তি লাভ কৰে। ১৯৩৭ - মাৰ্গাৰেট মিচেল, তেখেতে “Gone with the Wind” নামৰ কিতাপখনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে।
-
৪ মে'
১৮৫৪ - প্ৰথমটো ভাৰতীয় ডাক টিকট আনুষ্ঠানিকভাৱে প্ৰকাশিত হয়। ১৯৪২ - ‘‘এন্দ্ৰিউ গৌড়লে' ক্ল'’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে। ১৯৭৯ - ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
-
৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
ৰাষ্ট্ৰীয় ঘাইপথ নং ৪৪ ( National Highway 44, চমুকৈ NH 44)হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে মেঘালয়ৰ ৰাজধানী শ্বিলঙক ত্ৰিপুৰাৰ চাব্ৰুমৰ লগত সংযোগ কৰিছে। এই ঘাইপথটো ভাৰতৰ তিনিখন ৰাজ্য: মেঘালয়, [[অসম আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ গৈছে।
-
৫ মাৰ্চ
১৯১৮ - মস্কোক ৰাছিয়াৰ ৰাজধানী কৰা হয়। ১৯০৫ - প্ৰভাৱতী দেৱী সৰস্বতী, ভাৰতীয় সাহিত্যিক। ১৯১১ - সুব্ৰত মুখোপাধ্যায়, ভাৰতীয় বায়ু সেনাৰ জনক। ১৯১২ - পূৰ্ণানন্দ দত্ত, অসমীয়া মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী। ১৯১৩ - গংগুবাঈ হংগল, ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ।
-
৬ মাৰ্চ
১৪৭৫ - মাইকেলেঞ্জেল', ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা। ১৫০৮ - সম্ৰাট হুমায়ুন, দ্বিতীয় মোগল সম্ৰাট। (মৃ.১৫৫৬) ১৮০৬ - এলিজাবেথ বেৰেট ব্ৰাউনিং, ইংৰাজ কবি। (মৃ.১৮৬১) ১৯২৭ - গাৰ্চিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
-
৭ ফেব্ৰুৱাৰী
৭ ফেব্ৰুৱাৰী (ইংৰাজী: 7 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৭টা দিন (অধিবৰ্ষত ৩২৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৭ মাৰ্চ
১৯২২ - অল্গা লেডিজেংস্কায়া, ৰাছিয়ান গণিতজ্ঞ। ১৯২৫ - ৰবীন্দ্ৰ কেলকৰ, ভাৰতীয় লেখক। ১৯৩২ - নন্দ তালুকদাৰ, অসমীয়া গৱেষক আৰু জীৱনীকাৰ। ১৯৪৪ - ইন্দুলতা শুক্লা, ভাৰতীয় শিক্ষাবিদ। ১৯৪৯ - গোলাম নবী আজাদ, ভাৰতীয় ৰাজনীতিবিদ। ১৯৫২ - পৰমহংস যোগানন্দ, ভাৰতীয় সন্যাসী।
-
৯ মাৰ্চ
মাৰ্চ ৯ গ্ৰেগ'ৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬৮ তম (অধিবৰ্ষত ৬৯ তম) দিন।
-
ৰামৰাও কৃষ্ণৰাও পাটিল
ৰামৰাও কৃষ্ণৰাও পাটিল (Ramrao Krishnarao Patil; ১৩ ডিচেম্বৰ, ১৯০৭ - ১ জুন, ২০০৭) এজন ভাৰতীয় গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল। ১৯০৭ চনৰ ১৩ ডিচেম্বৰ তাৰিখে নাগপুৰত তেওঁৰ জন্ম হয়। তেওঁ অভিজাত ভাৰতীয় অসামৰিক সেৱাৰ সদস্য আছিল আৰু কেন্দ্ৰীয় প্ৰদেশসমূহত জিলা সংগ্ৰাহক হিচাপে কাম কৰিছিল।
-
ৱিকিমেনিয়া
ৱিকিমেনিয়া (Wikimania) হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ৱিকি প্ৰকল্পসমূহ (ষেনে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহ)-ৰ ব্যৱহাৰকাৰী আৰু সদস্যসকলৰ বাবে আয়োজিত এখন বাৰ্ষিক আন্তৰাষ্ট্ৰীয় সন্মিলন।
-
অমাত্য
অমাত্য শব্দটো সংস্কৃত মূলৰ এক নিৰ্ভেজাল উপাধি। এই নামটোৰ উৎপত্তি সংস্কৃত অমাত্য (अमात्य)ৰ পৰা হৈছে, যাৰ অৰ্থ হৈছে কাউন্সিলাৰ বা মন্ত্ৰী।