বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গ্ৰিৎসমদ
গ্ৰীৎসমদ, এজন ঋগ্বেদিক ঋষি আছিল। ঋগবেদৰ দ্বিতীয় মণ্ডলৰ অধিকাংশই তেওঁৰ বুলি কোৱা হয়। তেওঁ শুনাহোত্ৰ অংগিৰসৰ পুত্ৰ আৰু শুনাক ভাৰ্গৱৰ দত্তক পুত্ৰ। উইটজেলৰ মতে সোমাহুতি ভাৰ্গৱ গ্ৰীৎসমদৰ বংশধৰ, কাৰণ সোমাহুতিয়ে তেওঁক গ্ৰীৎসমদৰ ভিতৰত এজন বুলি কৈছে।
-
জ্যা
জ্যা (Chord) হৈছে কোনো বক্ৰ ৰেখাৰ জ্যামিতিক ৰেখাৰ অংশ যাৰ প্ৰান্তবিন্দু দুটা বক্ৰৰেখাৰ ওপৰত অৱস্থিত।
-
টলষ্টয় ফাৰ্ম
টলষ্টয় ফাৰ্ম (Tolstoy Farm) আছিল মহাত্মা গান্ধীয়ে তেওঁৰ দক্ষিণ আফ্ৰিকাৰ আন্দোলনৰ সময়ত আৰম্ভ আৰু আয়োজিত প্ৰথম আশ্ৰম। ১৯১০ চনত সৃষ্টি হোৱা এই আশ্ৰমে ট্ৰান্সৱালত, য'ত ই অৱস্থিত আছিল, ভাৰতীয়সকলৰ বিৰুদ্ধে বৈষম্যবিৰোধী সত্যাগ্ৰহ অভিযানৰ মুখ্য কাৰ্যালয় হিচাপে কাম কৰিছিল।
-
তিলৱাড়া
তিলৱাড়া বা তিলৱাৰা হৈছে হিন্দুস্তানী সংগীতৰ এটা তাল। তিনতালৰ দৰে, তিলৱাড়া তালতো ১৬টা বিট থাকে। তিলৱাড়া প্ৰায়ে খেয়ালত ব্যৱহৃত হয়।
-
তুৰ্বায়ণ
তুৰ্বায়ন আছিল এজন যুৱ পখ্টা ৰজা, যাক প্ৰাচীন হিন্দু ঋগবেদ গ্ৰন্থত উল্লেখ কৰা হৈছে।
-
ত্ৰিকূট
ত্ৰিকূট (Trikuta) হৈছে তিনিটা শিখৰবিশিষ্ট পৰ্বত। হিন্দু মহাকাব্যত ইয়াৰ উল্লেখ পোৱা যায়৷
-
দাৰিকাসুৰ
দাৰিকা মুদিয়েট্টুৰ এটা চৰিত্ৰ, ভাগৱতী বা ভদ্ৰকালি পূজাৰ পৰা অহা এটা আচাৰ-ব্যৱহাৰৰ নৃত্য, সাধাৰণতে কেৱল কেৰেলাৰ কালি মন্দিৰতহে নৃত্য কৰা হয়। কাহিনীটোক "দাৰিকা বধম", বা "দাৰিকাক হত্যা কৰা" বুলিও কোৱা হয়।
-
পঞ্জাব (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
পঞ্জাব দুখন আছে, এখন ভাৰতত আৰু ইখন পাকিস্তানত, দুইখন লগালগি। দেশ বিভাজনৰ সময়ত পঞ্জাবক ভাৰত আৰু পাকিস্তানৰ মাজত দুভাগ কৰা হৈছিল। তলৰ লিংকত দুইখনৰ ৱিকিপিডিয়া লিংক দিয়া হৈছে। * পঞ্জাব, ভাৰত পঞ্জাব, পাকিস্তান
-
পুৰুষ সংহতি
ব্ৰহ্মৰ প্ৰভুত শক্তি স্বীকাৰ কৰা এটি সম্প্ৰদায় হ'ল পুৰুষ সংহতি। ব্ৰহ্মৰ আন এক নাম পুৰুষ। তেনে নামৰ পৰাই পুৰুষ সংহতি নামকৰণ হ'ব পাৰে। এই সংহতিত ব্ৰহ্মৰ প্ৰাধান্যৰ লগত নামৰ প্ৰতিও বিশেষ আস্থা থাকে।
-
পৌৰ নিগম (ভাৰত)
পৌৰ নিগম (ইংৰাজী:Municipal Corporation) হৈছে ভাৰতৰ এক প্ৰকাৰৰ স্থানীয় চৰকাৰ যিয়ে দহ লাখতকৈ অধিক জনসংখ্যাৰ নগৰ অঞ্চল পৰিচালনা কৰে। ভাৰতীয় বিভিন্ন চহৰৰ ক্ৰমবৰ্ধমান জনসংখ্যা আৰু নগৰায়নে ৰাজ্য চৰকাৰৰ পৰা সম্পত্তিৰ কৰ সংগ্ৰহ আৰু অনুদান প্ৰশাসন কৰি স্বাস্থ্যসেৱা, শিক্ষা, গৃহ নিৰ্মাণ আৰু পৰিবহণৰ দৰে…
-
বিগ ফ'ৰ (ভাৰতীয় সাপ)
ভাৰতীয় উপমহাদেশত (মূলতঃ ভাৰত আৰু শ্ৰীলংকাত) চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা সৰ্বাধিক গুৰুত্বপূৰ্ণ মানৱ সৰ্প দংশনৰ ক্ষেত্ৰত দায়ী চাৰিটা বিষাক্ত সাপৰ প্ৰজাতিক কেতিয়াবা সামূহিকভাৱে বিগ ফ’ৰ (Big Four; বৃহৎ চাৰি) বুলিও কোৱা হয়।
-
বিষমলিংগতাবাদ
বিষমলিংগতাবাদ হৈছে নাৰী–পুৰুষ যৌনতা আৰু সম্পৰ্কৰ সপক্ষে মনোভাৱ, পক্ষপাতিত্ব আৰু বৈষম্যৰ এক ব্যৱস্থা। এলিজাবেথ ক্ৰেমাৰৰ মতে ইয়াত এই বিশ্বাস অন্তৰ্ভুক্ত হ'ব পাৰে যে সকলো মানুহ বিষমযৌন বা হ'ব লাগে আৰু বিষমযৌন সম্পৰ্কই একমাত্ৰ নিয়ম আৰু সেয়েহে ই উচ্চ।
-
বুৰোটু
ফিজিৰ মেলানেছিয়ান পৌৰাণিক কাহিনীত বুৰোটু হৈছে সৰগীয়-পাতাল। নতুনকৈ মৃত আত্মাবোৰৰ বিচাৰ দেগেইয়ে কৰে আৰু কেইজনমানক বুৰোটুলৈ লৈ যায়। বাকীবোৰ মুৰিমুৰিয়ালৈ যায়।
-
মধুসূদন
মধুসুদন বিষ্ণু বা কৃষ্ণৰ এটা উপনাম আৰু বিষ্ণু সহস্ৰনামৰ ৭৩সংখ্যক নাম। বিষ্ণু সহস্ৰনামৰ ওপৰত আদি শংকৰৰ টীকা অনুসৰি মধুসুদনৰ অৰ্থ হৈছে "মধুৰ ধ্বংসকাৰী।"
-
মেইতেই ৱিকিপিডিয়া
মেইতেই ৱিকিপিডিয়া বা মীতৈ ৱিকিপিডিয়া বা মনিপুৰী ৱিকিপিডিয়া হৈছে ৱিকিপিডিয়াৰ মণিপুৰী ভাষা সংস্কৰণ। ই এক বিনামূলীয়া অনলাইন বিশ্বকোষ। ইয়াৰ ইনকুবেটৰ ৰূপ ২০১৮ চনতে আৰম্ত কৰা হৈছিল আৰু ২০২১ চনত ই সম্পূৰ্ণ ৱিকিপিডিয়াত পৰিণত হয়। এতিয়ালৈকে ইয়াত টা প্ৰবন্ধ আছে।
-
যৌগিক সংখ্যা
যৌগিক সংখ্যা (Compound Number) যি বিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে। যেনে– ৪, ৬, ৮, ১০, ১২ ইত্যাদি।
-
শুষ্ণ
শুষ্ণ হিন্দু ধৰ্মগ্ৰন্থত বৰ্ণিত এক অসুৰ। সাধাৰণতে খৰাং বতৰৰ সৈতে জড়িত শুষ্ণক প্ৰায়ে শিং থকা সাপৰ দৰে ৰূপৰ বুলি বৰ্ণনা কৰা হয়। তেওঁ ইন্দ্ৰ দেৱতাৰ শত্ৰু।
-
শ্ৰী
শ্ৰী (/ʃriː/; সংস্কৃত: श्री, ) হৈছে উজ্জ্বলতা, ধন-সম্পত্তি আৰু সমৃদ্ধি বুজাবলৈ ব্যৱহাৰ কৰা সংস্কৃত শব্দ, যিটো মূলতঃ সন্মানীয় হিচাপে ব্যৱহাৰ কৰা হয়। এই শব্দটো দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ ভাষা যেনে হিন্দীত, আৰু ফিলিপাইনছৰ ভাষাৰ মাজতো বহুলভাৱে ব্যৱহাৰ কৰা হয়।
-
শৰাগুৰি চাপৰি
ছাহ মিলন বা হজৰত আজান পীৰৰ দৰগাহ শৰাগুৰি চাপৰিত। য'ত তেখেতৰ মাজাৰ চৰিফ বা সমাধিস্থল আছে। চাপৰিটো দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে প্ৰায় তিনি ফালে বেৰি আছে। সেইফালে আজান ফকীৰৰ সমাধিস্থল টোৰ পৰা কেইবা মাইলমান দূৰত এখন কৈৱৰ্ত গাঁও আৰু কেইঘৰমান কুমাৰ আছে।
-
সজ্জন সিংহ
কৰ্ণেল এইচ এইচ মহাৰাজাধিৰাজ মহাৰাণা ছাৰ সজ্জন সিংহ জি চি এছ আই(১৮ জুলাই ১৮৫৯ – ২৩ ডিচেম্বৰ ১৮৮৪), উদয়পুৰ ৰাজকুমাৰী ৰাজ্যৰ ছিছোদিয়া ৰাজপুত শাসক আছিল (মৃত্যু ১৮৭৪ – ১৮৮৪)।
-
সমবহুভুজ
যিবোৰ বহুভুজৰ বাহু আৰু কোণবোৰ সমান সমান মাপৰ, তেনেবোৰ বহুভূজকেই সমবহুভুজ (regular polygon) বোলা হয়। এয়া উত্তল (convex) বা তৰা আকৃতিৰো (star) হ’ব পাৰে।
-
সাঁজ পানী
সাজ পানী বা সাঁজ পানী অসমত প্ৰচলিত চাউলৰ পৰা প্ৰস্তুত কৰা এবিধ পৰম্পৰাগত কিণ্বিত পানীয়ৰ নাম।
-
সাহা
সাহা (Saha/Shaha) হৈছে ভাৰতৰ পশ্চিম বংগ, অসম আৰু ত্ৰিপুৰা ৰাজ্যৰ লগতে চুবুৰীয়া বাংলাদেশতো বাস কৰা এটা বঙালী হিন্দু উপাধি।
-
সৰ্বপ্ৰাণবাদ
সৰ্বপ্ৰাণবাদ (Animism; জীৱবাদ বুলিও কোৱা হয়) হৈছে বস্তু, স্থান আৰু জীৱৰ সকলোৰে এক সুকীয়া আধ্যাত্মিক সত্তা আছে বুলি বিশ্বাস কৰা মতবাদ।সৰ্বপ্ৰাণবাদীয়ে সকলো বস্তু, প্ৰাণী-উদ্ভিদ, শিল, নদী, বতৰ ইত্যাদিক কিছুমান ক্ষেত্ৰত সজীৱ আৰু জীৱন্ত বুলি গণ্য কৰে।
-
হাৱা (ইভ)
হাৱা হৈছে বাইবেলৰ আদিপুস্তকত উল্লেখ কৰা ব্যক্তিত্ব। আব্ৰাহামী ধৰ্মৰ সৃষ্টিৰ মিথ অনুসৰি তেওঁ আছিল প্ৰথম নাৰী। ইছলামিক পৰম্পৰাত হাৱাক আদমৰ পত্নী আৰু প্ৰথম মহিলা হিচাপে চিনাক্ত কৰা হৈছে যদিও তেওঁ হাদীছত বিশেষভাৱে উল্লেখ্য আছে আৰু কোৰআনত নহয়।
-
১০ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১০ ফেব্ৰুৱাৰী
১০ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৪টা দিন (অধিবৰ্ষত ৩২৫ দিন) বাকী থাকে।
-
১১ মাৰ্চ
১১ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৫টা দিন (অধিবৰ্ষত ২৯৬ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৪ মে'
১৭৯৬ - এডৱাৰ্দ জেনাৰে (ইংৰাজী: Edward Jenner) ছিটাৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে সফলতা লাভ কৰে। ২০১৮ - আয়াৰলেণ্ড ক্ৰিকেটৰ ইতিহাসত প্ৰথম টে'ষ্টত সিহঁতৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথম শতক অৰ্জন কৰে কেভিন অ’ব্ৰায়ানে। ১৬৫৭ - ছত্ৰপতি সম্ভাজী, ভাৰতীয় শাসনকৰ্তা। ১৯২৩ - মৃণাল সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
-
১৬ ফেব্ৰুৱাৰী
১৬ ফেব্ৰুৱাৰী (ইংৰাজী: 16 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৮টা দিন (অধিবৰ্ষত ৩১৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -