অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৭ জুন

বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

হালনাগাদ: ১৬ জুন ২০২৩ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

  • ১১২৮ - কাউণ্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাল সৈতে বিবাহ।
  • ১৯৬৭ - চীন চৰকাৰৰ দ্বাৰা প্ৰথমটো হাইড্ৰ’জেন বোমাৰ বিস্ফোৰণ কৰা হৈছিল।
  • ১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষোণা কৰা হয়।

জন্ম

মৃত্যু

  • ১৬৩১ - মমতাজ মহল, মোগল সম্ৰাট শাহ জাহানৰ বেগম।
  • ১৬৭৪ - জিজাবাঈ, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ।
  • ১৮৬২ - লৰ্ড কেনিং, ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল।
  • ১৯২৮ - গোপবন্ধু দাস, ওড়িশাৰ জাতীয়তাবাদী নেতা।

দিৱস

  • আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস।
  • আন্তঃৰাষ্ট্ৰীয় নিৰ্বনানীকৰণ আৰু খৰাঙ প্ৰতিৰোধী দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

জুন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৭ জুন” প্ৰবন্ধৰ সংশোধন ৩৬৮৭০৮ (১৬ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।