জন্ম
- ১৭৮৯ - গিয়ৰ্গ ছিমন ওম, জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ।
- ১৯০১ - চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী।
- ১৯৩৫ - ৱাজিদা তাবাচ্চুম, ভাৰতীয় লেখিকা, কবি আৰু গীতিকাৰ।
- ১৯৪৩ - দিলীপ কুমাৰ বৰুৱা, অসমীয়া শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ।
- ১৯৫৮ - মণি কুমাৰ চুব্বা, ভাৰতীয় ৰাজনীতিবিদ।
মৃত্যু
- ১৯৬৮ - ডেভিদ মেকমিলান, স্কটিছ ৰসায়নবিদ।
- ১৯৭২ - চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী।
- ১৯৮৬ - ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
- ২০২১ - মওদুদ আহমেদ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
দিৱস
- ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস (ভাৰত)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৬ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৮৯৮৬ (১৬ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।