অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০ ফেব্ৰুৱাৰী

২০ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৪টা দিন (অধিবৰ্ষত ৩১৫ দিন) বাকী থাকে।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৬ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

২০ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৪টা দিন (অধিবৰ্ষত ৩১৫ দিন) বাকী থাকে।

বিশেষ ঘটনা

  • ১৯৮৭ - মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়।

১৯৩২ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ,প্ৰবন্ধকাৰ, শিশু সাহিত্যিক, কবি, কথাছবি নিৰ্মাতা, জনপ্ৰিয় পষেকীয়া 'প্ৰান্তিক'ৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ডঃ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ জন্ম হৈছিল।

মৃত্যু

দিৱস

  • বিশ্ব সামাজিক ন্যায়বিচাৰ দিৱস

সম্পৰ্কিত শ্ৰেণী

ফেব্ৰুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৫৭৯৯৯৩ (২০ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।