অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২১ মাৰ্চ

১৮২৯ - স্পেইনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত। ১৮৩৬ - কলকাতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হয়। ১৮৫৭ - টকিঅ'ৰ ভূমিকম্পত ১ লাখ ৭ হাজাৰ মানুহৰ মৃত্যু হয়। ১৯৯০ - দক্ষিণ আফ্ৰিকাৰ পৰা নামিবিয়াই স্বাধীনতা লাভ কৰে। ২০০৬ - টুইটাৰ প্ৰতিষ্ঠিত হয়। ১৬৮৫ - জোহান চেবাষ্টিয়ান বাক, জাৰ্মান সাহিত্যিক।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৩ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৮২৯ - স্পেইনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত।
  • ১৮৩৬ - কলিকতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হয়।
  • ১৮৫৭ - টকিঅ'ৰ ভূমিকম্পত ১ লাখ ৭ হাজাৰ মানুহৰ মৃত্যু হয়।
  • ১৯৯০ - দক্ষিণ আফ্ৰিকাৰ পৰা নামিবিয়াই স্বাধীনতা লাভ কৰে।
  • ২০০৬ - টুইটাৰ প্ৰতিষ্ঠিত হয়।

জন্ম

মৃত্যু

  • ১৮৮৪ - এজৰা এবট, আমেৰিকান শিক্ষাবিদ।
  • ২০০৩ - শিৱানী, ভাৰতীয় সাহিত্যিক।

ছুটি আৰু অন্যান্য

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ বৰা, সোনেশ্বৰ. শুভ যাত্ৰা-দূৰ্গম পথঃ মহামানৱ মহাত্মা গান্ধীৰ পৰা দৈয়াংলৈ. বি. এছ. পাব্লিকেশ্ব্যন, জু-নাৰেঙ্গী ৰ'ড, গুৱাহাটী-২১, ২০০৮ চন ১মাৰ্চ, p. ১০২

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২১ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৮৭৯১০ (১৭ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।