অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৯ মাৰ্চ

মাৰ্চ ৯ গ্ৰেগ'ৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬৮ তম (অধিবৰ্ষত ৬৯ তম) দিন।

হালনাগাদ: ১ জানুৱাৰী ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মাৰ্চ ৯ গ্ৰেগ'ৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬৮ তম (অধিবৰ্ষত ৬৯ তম) দিন।

উল্লেখযোগ্য ঘটনাৱলী

  • ২০২৫ চন – ভাৰতীয় ক্ৰিকেট দলয়ে ডুবাইত অনুষ্ঠিত ২০২৫ আই.চি.চি. চেম্পিয়নছ ট্ৰফি জয় কৰে।১

জন্ম

  • ১৯৩৩ - প্ৰেমধৰ বৰা, অসমৰ ৰাজনীতিবিদ।
  • ১৯৩৪ - য়ুৰি গেগেৰিন, ছ'ভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী।
  • ১৯৫১ - জাকিৰ হুছেইন, ভাৰতীয় তবলা বাদক, সুৰকাৰ, পাৰ্কাচনিষ্ট, সংগীত প্ৰযোজক আৰু চলচ্চিত্ৰ অভিনেতা।
  • ১৯৫৬ - শশী থাৰুৰ, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৮৫ - পাৰ্থিৱ পেটেল, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৯৬০ - ধৰ্ম্মেশ্বৰী দেবী, অসমীয়া কবি।
  • ১৯৮১ - মেক্স ডেলবুৰ্ক, নোবেল বিজয়ী চিকিৎসাবিজ্ঞানী।
  • ১৯৯৪ - দেৱিকা ৰাণী, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী।
  • ২০০০ - উষা কিৰণ, ভাৰতীয় অভিনেত্ৰী।
  • ২০০৭ - ৰ'জি আফচাৰি, বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী।
  • ২০১৫ - পল কালানিথি, আমেৰিকান স্নায়ুশৈল্যচিকিৎসক আৰু লেখক।

দিৱস

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ India wins ICC Champions Trophy 2025 in Dubai. ESPN Cricinfo

সম্পৰ্কিত শ্ৰেণী

মাৰ্চ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৫৬৭২৫২ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।